তাৰাশংকৰ বন্দ্যোপাধ্যায়

তাৰাশংকৰ বন্দ্যোপাধ্যায়(ইংৰাজী: Tarashankar Bandyopadhyay)হৈছে বিংশ শতাব্দীৰ এজন বঙালী কথা সাহিত্যিক।

তাৰাশংকৰ বন্দ্যোপাধ্যায়
জন্ম ২৩ জুলাই, ১৮৯৮
পশ্চিমবংগৰ লাভপুৰত
মৃত্যু ১৯৭১ চনৰ ১৪ ছেপ্টেম্বৰ
কলিকতা
পেচা ঔপন্যাসিক, চুটিগল্পকাৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা ১৯১৬ চনত তেখেতে যাদৱলাল হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ইয়াৰ পাছতেই সেণ্ট জেভিয়াৰ্স কলেজত নাম ভৰ্তি কৰে।
উল্লেখযোগ্য বঁটা #ৰবীন্দ্ৰ পুৰস্কাৰ (আৰোগ্য নিকেতন)
  1. সাহিত্য অকাদেমী পুৰস্কাৰ (আৰোগ্য নিকেতন)
  2. জ্ঞানপীঠ পুৰস্কাৰ (গণদেবতা)
  3. পদ্মশ্ৰী আৰু পদ্মভূষণ উপাধি

জন্ম আৰু বংশ পৰিচয়

১৮৯৮ চনৰ ২৩ জুলাইত পশ্চিমবংগৰ লাভপুৰত জন্ম গ্ৰহণ কৰে। তেখেতৰ পিতৃৰ নাম হৰিদাস বন্দ্যোপাধ্যায় আৰু মাতৃৰ নাম প্ৰভাৱতী দেৱী।

শিক্ষা

১৯১৬ চনত তেখেতে যাদৱলাল হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ইয়াৰ পাছতেই সেণ্ট জেভিয়াৰ্স কলেজত নাম ভৰ্তি কৰে।

ৰাজনৈতিক জীৱন

তাৰা শংকৰ কংগ্ৰেছৰ কৰ্মী হৈ সমাজ সেৱামূলক কাম কৰে। ১৯৫৭ চনত পশ্চিমবংগৰ বিধান পৰিষদৰ সদস্য হয়।

সাহিত্যৰাজি

উপন্যাস

তেখেতেৰ উপন্যাসৰ সংখ্যা ৬৫। তাৰে কিছু উল্লেখ কৰা হৈছে।

  • নিশিপদ্ম (১৯৬২)
  • নীলকণ্ঠ (১৯৩৩)
  • কালিন্দী (১৯৪০)
  • গণদেবতা (১৯৪৩)
  • পঞ্চগ্ৰাম (১৯৪৪)
  • কবি (১৯৪৪)
  • সন্দীপন পাঠশালা (১৯৪৬)
  • অভিযান
  • পদচিহ্ন (১৯৫০)
  • উত্তৰায়ণ (১৯৫০)
  • নাগিনী কন্যাৰ কাহিনী (১৯৫২)
  • বিচাৰক (১৯৫৭)
  • সপ্তপদী (১৯৫৮)
  • বিপাশা (১৯৫৯)
  • ৰাধা (১৯৫৯)
  • মানুহৰ মন (১৯৫৯)
  • মহাশ্বেতা (১৯৬১)
  • যোগভ্ৰষ্ট (১৯৬১)
  • নাগৰক (১৯৬১)
  • নিশিপদ্ম (১৯৬২)
  • যতিভঙ্গ (১৯৬২)
  • কান্না (১৯৬২)
  • কালবৈশাখী (১৯৬৩)
  • জঙ্গলগড় (১৯৬৪)
  • মঞ্জৰী অপেৰা (১৯৬৪)
  • সংকেত (১৯৬৪)
  • বসন্তৰাগ (১৯৬৪)
  • স্বৰ্গমৰ্ত্য (১৯৬৫)
  • বিচিত্ৰা (১৯৬৫)
  • গন্না বেগম (১৯৬৫)
  • হীৰাপান্না (১৯৬৬)
  • মহানগৰী (১৯৬৬)
  • গুৰুদক্ষিণা (১৯৬৬)
  • ছায়াপথ (১৯৬৯)
  • কালৰাত্ৰি (১৯৭০)
  • ৰূপসী বিহঙ্গিনী (১৯৭০)
  • অভিনেত্ৰী (১৯৭০)
  • ফৰিয়াদ (১৯৭১)
  • শতাব্দীৰ মৃত্যু (১৯৭১)
  • কিষ্কিন্ধ্যা কাণ্ড (কিশোৰ উপন্যাস,১৯৭২

চুটিগল্পসম্পাদনা

তেখেতৰ গল্পৰ সংখ্যা ৫৩

  • ছলনাময়ী (১৯৩৭)
  • ৰসকলি (১৯৩৯)
  • তিনি শূন্য (১৯৪২)
  • প্ৰতিধ্বনি (১৯৪৩)
  • যাদুকৰী (১৯৪৪)
  • স্থলপদ্ম (১৯৪৪)
  • তেৰশ পঞ্চাশ (১৯৪৪)
  • প্ৰসাদমালা (১৯৪৫)
  • ৰামধনু (১৯৪৭)
  • শ্ৰীপঞ্চমী
  • কামধেনু (১৯৪৯)
  • মাটি (১৯৫০)
  • শিলাস্থান (১৯৫২)
  • বিস্ফোৰণ (১৯৫৫)
  • কালান্তৰ (১৯৫৬)
  • বিষপাথৰ (১৯৫৭)
  • চিন্ময়ী (১৯৬৪)
  • নাৰী ৰহস্যময়ী (১৯৬৭)
  • পঞ্চকন্যা (১৯৬৭)
  • জয়া (১৯৬৮)

নাটক

  • কালিন্দী (১৯৪২)
  • বিংশ শতাব্দী (১৯৪৫)
  • দ্বীপান্তৰ (১৯৪৫)
  • যুগবিপ্লব (১৯৫১)
  • কবি (১৯৫৭)
  • কালৰাত্ৰি (১৯৫৭)
  • সংঘাত (১৯৬২)
  • আৰোগ্য নিকেতন (১৯৬৮

বঁটা আৰু সন্মান

  1. ৰবীন্দ্ৰ পুৰস্কাৰ (আৰোগ্য নিকেতন)
  2. সাহিত্য অকাদেমী পুৰস্কাৰ (আৰোগ্য নিকেতন)
  3. জ্ঞানপীঠ পুৰস্কাৰ (গণদেবতা)
  4. পদ্মশ্ৰী আৰু পদ্মভূষণ উপাধি

তথ্যসূত্ৰ

Tags:

তাৰাশংকৰ বন্দ্যোপাধ্যায় জন্ম আৰু বংশ পৰিচয়তাৰাশংকৰ বন্দ্যোপাধ্যায় শিক্ষাতাৰাশংকৰ বন্দ্যোপাধ্যায় ৰাজনৈতিক জীৱনতাৰাশংকৰ বন্দ্যোপাধ্যায় সাহিত্যৰাজিতাৰাশংকৰ বন্দ্যোপাধ্যায় নাটকতাৰাশংকৰ বন্দ্যোপাধ্যায় বঁটা আৰু সন্মানতাৰাশংকৰ বন্দ্যোপাধ্যায় তথ্যসূত্ৰতাৰাশংকৰ বন্দ্যোপাধ্যায়

🔥 Trending searches on Wiki অসমীয়া:

বিহুবৈষ্ণৱ সাহিত্যজয়সাগৰ পুখুৰীনামঘোষাদিল্লীজিকিৰব্যাকৰণঅসম বিধানসভাসপ্তকাণ্ড ৰামায়ণহিউৱেন-চাংইতিহাসমোগল সাম্ৰাজ্যৰুদ্ৰেশ্বৰ দেৱালয়গামখাৰুগীতি-ৰামায়ণদাগ (চলচ্চিত্ৰ)ফলৰ তালিকামহআহোম ৰাজ্যভ্ৰাম্যমাণ থিয়েটাৰৰাজনীতিৰামধেনুমহাভাৰতওৰাং ৰাষ্ট্ৰীয় উদ্যানপ্ৰাকৃতিক পৰিৱেশকমতা ৰাজ্যকাৰেঙৰ লিগিৰীস্বাস্থ্যঅৰুণ শৰ্মাকাঠনিবাৰী ঘাটহিন্দী ভাষামানচিত্ৰকৌটিল্যৰ অৰ্থশাস্ত্ৰখনিকৰ (নাট)আজান পীৰতামোলকাজিনেমুহয়গ্ৰীৱ মাধৱ মন্দিৰঅসমৰ সমস্যাঈয়াৰুইঙ্গমপৰিমেয় সংখ্যাৰাজস্থানসত্যজিৎ ৰায়পিঠাকথা কবিতা৯ মে'বৃহস্পতি গ্ৰহপ্ৰাকৃতিক সম্পদঅসমৰ ইতিহাসমোৰ জীৱন সোঁৱৰণসোণোৱাল কছাৰীচ্যু-লিক-ফানাগামিজন'বেল বঁটামহিম বৰাঅসমীয়া লোকসাহিত্য৪ মে'হীৰেন গোহাঁইআহোম জনগোষ্ঠীকৃষ্ণকান্ত সন্দিকৈবিৰিঞ্চি কুমাৰ বৰুৱাকুলধৰ শইকীয়াৰুক্মিণী হৰণ নাটসাত বিহুঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাএচিদ বৰষুণভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যনিৰুপমা বৰগোহাঞিশ্ৰীমদ্ভগৱতগীতাভাৰতীয় ভাষাউঁইপৰুৱাকুলিওজাপালিব্লগৰাজিয়া চুলতানালোকবিশ্বাসবেটুপাত🡆 More