ঔ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ একাদশ আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি। 'ঔ'ও এটি স্বৰধ্বনি, সেয়েহে 'ঔ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ঔ এটা দ্বিস্বৰ, ঔ=অ+উ। ব্ৰেইল্ত 'ঔ'-ক এনেদৰে লিখা যায়।

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে

কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'ঔ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ঔ'ৰ গৌণ প্ৰতীক। 'ঔ'ৰ এই ৰূপ হ'ল 'ৌ'। যেনে ক্+ঔ=ৌ আদি।

ইউনিক’ড

ৰূপ চিহ্ন ইউনিক’ড ক’ড নম্বৰ ইউনিক’ডত বিৱৰণ
স্বতন্ত্ৰ ৰূপ U+0994 U+0994 ASSAMESE LETTER AU
গৌণ ৰূপ U+09CC U+09CC ASSAMESE VOWEL SIGN AU

'ঔ'ৰ পৰা আৰম্ভ হোৱা শব্দ

কিছু উদাহৰণ হ'ল :

  • ঔটেঙা
  • ঔষধ
  • ঔদাৰ্য
  • ঔধস্য
  • ঔন্নত্য
  • ঔত্পত্তিক
  • ঔপন্যাসিক
  • ঔপনিৱেশিক আদি।

ঔ-কাৰ যুক্ত শব্দৰ উদাহৰণ

  • বৌ
  • সৌভাগ্য
  • ৰৌ
  • লৌহ
  • গৌণ
  • মৌন
  • মৌ
  • বৌদ্ধ
  • ঢৌ আদি।

তথ্য সংগ্ৰহ

Tags:

ঔ ব্যঞ্জন বৰ্ণৰ লগত যোগ হলেঔ ইউনিক’ডঔ ৰ পৰা আৰম্ভ হোৱা শব্দঔ -কাৰ যুক্ত শব্দৰ উদাহৰণঔ তথ্য সংগ্ৰহঅসমীয়া লিপিব্ৰেইল্মুখ⠪ (braille pattern dots-246) U+282A

🔥 Trending searches on Wiki অসমীয়া:

অংকীয়া নাটবুঢ়ী আইৰ সাধুকৃষ্ণচূড়াব'হাগ বিহুউমাচল শিলালিপিতেজপুৰচামেলি মেমচা'বসাগৰ দেখিছা (কবিতা সংকলন)শ্ৰী শ্ৰী বটদ্ৰৱা থানঅভিযাত্ৰীযতীন গোস্বামীঅসমৰ মাছ ধৰা সঁজুলিশ্ৰীকৃষ্ণকীৰ্তনঅসমীয়া ভাষা উন্নতি সাধিনী সভামুগা (ৰেচম)গণেশৰামধেনু (আলোচনী)ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহসৰ্বেপল্লী ৰাধাকৃষ্ণণভাৰতৰ সংৰক্ষণ ব্যৱস্থাঅসমৰ মন্ত্ৰ-সাহিত্যওজাপালিআলোচনীওডিছীঅসমৰ ধান খেতিৰ সঁজুলিসমূহঅসমীয়া ভাষাৰ শব্দসম্ভাৰ২৭ এপ্ৰিলশ্ৰীমদ্ভগৱতগীতাহয়গ্ৰীৱ মাধৱ মন্দিৰঅনাভেদী যৌনক্ৰিয়ানাগৰিকত্ব (সংশোধনী) আইন, ২০১৯নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পভৌতিক সংস্কৃতিৰজনীগন্ধাঅসমৰ লোকবাদ্যসমোচ্চাৰিত শব্দকলজোৰোণকমলাবাৰী সত্ৰপাচন তন্ত্ৰসাঁচিপাত২৫ এপ্ৰিলনামঘৰবৰগীতৰামমোহন ৰায়সংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাঅসমৰ চলচ্চিত্ৰঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাঅসমৰ সমস্যাজয় দৌলমেলেৰিয়াফুলগঙ্গা নদীসম্পাদনাঅসমীয়া লোকসাহিত্যআগ্নেয়গিৰিকামাখ্যা মন্দিৰশৰাইঘাটৰ যুদ্ধবিজ্ঞাপনশৰৎচন্দ্ৰ চট্টোপাধ্যায়উত্তৰ গুৱাহাটীইলিয়াডইলন মাস্ক্শালস্তম্ভ ৰাজবংশমহাসাগৰপাইথাগোৰাছৰ উপপাদ্যঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিসিন্ধু সভ্যতাপোহৰবায়ু প্ৰদূষণগড়মূৰ সত্ৰবিপৰীতাৰ্থক শব্দশচীন তেণ্ডুলকাৰজুবিন গাৰ্গশব্দ প্ৰদূষণসৌৰভ কুমাৰ চলিহাবংগ বিভাজন (১৯০৫)🡆 More