অসমৰ সংস্কৃতিত অন্ধবিশ্বাস

বিশ্বাস বনাম অন্ধবিশ্বাস

অসমীয়া সমাজত অন্ধবিশ্বাস

মন্ত্ৰ আৰু কৰতি

মুখ লগা

পানী কটা

  1. "সোমে শণি, পূৱত ৰাশ"- সোমবাৰ আৰু শণিবাৰে পুৱ দিশে যাত্ৰা কৰিব নাপায়। কোনো বিশেষ উদ্দেশ্য লৈ এই দুইদিনত পূৱ দিশত যাত্ৰা কৰিলে উদ্দেশ্য সিদ্ধি নহয় আৰু বিফল মনোৰথে ঘূৰিব লগা হয়।
  2. "পিছবাৰীত তেতেলী, আগবাৰীত ঔ, সেইঘৰৰ ভেটি গ'লনে নৌ"- ঘৰৰ পিছফালৰ বাৰীত তেতেলী গছ আৰু আগফালৰ বাৰীত ঔ-টেঙাৰ গছ ৰাখিব নাপায়। অন্যথা সেইখন ঘৰৰ ভেটি উচন হোৱাৰ সম্ভাৱনা থাকে।
  3. শণি আৰু মঙ্গলবাৰে, আৰু নিশা নখ-চুলি কটাব নাপায়।
  4. ফেঁচাই নিউ নিউ কৰিলে মৃত্যু
  5. ফেচাই উৰুলি দিলে বিয়া
  6. ফেউৰাই ৰাউ দিলে অমংগল
  7. যোৰ সাপ দেখিলে অমংগল
  8. গৰুৰ নেজ ঠেঙত পাঁক খালে অমংগল
  9. মেকুৰীয়ে বাট কাটিলে যাত্ৰা বিফল
  10. কুকুৰে আগচোতালত চুঁচৰিলে আকাল
  11. সাপক 'সাপ' বুলি ক'লে আসৈ পায়, সেয়ে 'দীঘলীয়া' বুলি ক'ব লাগে।
  12. আহাৰ গ্ৰহণ কৰি থকা অৱস্থাত কোনো লুতুৰা ব্যক্তিয়ে দেখিলে মুখ লাগে, আৰু তেতিয়া বিহলঙনীৰে মুখলগা ভাঙিব লাগে।
  13. কোনোবাই কাৰোবাক যাদু-মন্ত্ৰ কৰিলে "পানী-কটা" পানীৰে গা ধুলে নিবাৰণ হয়।
  14. ভাতত কোনোবাই আহুদি কৰিব খুজিলে খাবলৈ বহাৰ আগতে পীৰাখন ভৰিৰ বুঢ়া আঙুলিৰে থেলি ল'ব লাগে।
  15. ঋতুস্ৰাৱ হৈ থকা মহিলাই ৩ দিনলৈকে ঘৰৰ আন আচ-বাব ইত্যাদি চুব নালাগে।
  16. সপোনত দাঁত সৰা দেখিব নাপায়। ওপৰৰ পাৰিৰ দাঁত সৰা দেখিলে নিজতকৈ বয়সত সৰু, আৰু তলৰ পাৰিৰ দাঁত সৰা দেখিলে নিজতকৈ বয়সত ডাঙৰ কাৰোবাৰ মৃত্যু হয়।
  17. সপোনত পুঠিৰ দৰে বগা পিঠিৰ মাছ দেখিলে ভাল, আৰু কাৱৈৰ দৰে ক'লা পিঠিৰ মাছ দেখিলে বেয়া।
  18. সপোনত সাঁকো, দলং ইত্যাদি পাৰ হোৱা দেখিলে পৰীক্ষা ইত্যাদিত উত্তীৰ্ণ হয়।
  19. ঘৰৰ চোতালত শালিকাই হাই-উৰুমি কৰিলে ঘৰতো হাই-কাজিয়াৰ সৃষ্টি হয়।
  20. আউসী আৰু একাদশীৰ দুদিনত হাল বাব নাপায়।
  21. কানিমুনি সময়ত কোনো কামত হাত দিব নাপায়।
  22. ভাত খাওঁতে গালত বা কপালত হাতৰ ভেজা দিব নাপায়।

তথ্যসূত্ৰ

Tags:

অসমৰ সংস্কৃতিত অন্ধবিশ্বাস বিশ্বাস বনাম অন্ধবিশ্বাসঅসমৰ সংস্কৃতিত অন্ধবিশ্বাস অসমীয়া সমাজত অন্ধবিশ্বাসঅসমৰ সংস্কৃতিত অন্ধবিশ্বাস মন্ত্ৰ আৰু কৰতিঅসমৰ সংস্কৃতিত অন্ধবিশ্বাস তথ্যসূত্ৰঅসমৰ সংস্কৃতিত অন্ধবিশ্বাস

🔥 Trending searches on Wiki অসমীয়া:

স্বদেশী আন্দোলনপাঠ্যক্ৰমবকুল ফুলৰ দৰে (গ্ৰন্থ)অসমীয়া কবিতাসময়মৰিগাঁও জিলামনোমতী (চলচ্চিত্ৰ)দুৱাৰ (চলচ্চিত্ৰ)মৌখিক লোকসাহিত্যৰাসোৎসৱপ্ৰ'কোষকেন্দ্ৰীয় জীৱউমানন্দবিহুগীতউত্তৰ-ঔপনিবেশিকতাবাদভাষাবিজ্ঞানঅনুৰাধা শৰ্মা পূজাৰীবিশ্বনাথ মন্দিৰনাৰীদুৰ্যোগকোৰআনকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলঅসমৰ বাঁহ-বেতৰ শিল্পঅতুল চন্দ্ৰ হাজৰিকাচ'মাংকানৱিকিপিডিয়ামহভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলাচিত বৰফুকনশ্ৰী সূৰ্য পাহাৰপৃথিৱীডাকৰ বচনফুলগুৰি ধেৱাশব্দকুমাৰ ভাস্কৰ বৰ্মাকীৰ্তন ঘোষা সংকলনকাৰেংঘৰবৰদৈচিলাসমাৰ্থক শব্দএকচেটীয়া বজাৰঅসমীয়া লিপিৰ বুৰঞ্জীমানৱ উন্নয়ন সূচকঅসমীয়া ব্যাকৰণসংস্কৃতিহিমবাহহাড়অনুবাদপ্ৰথম বিশ্বযুদ্ধমুম্বাইআমেৰিকা যুক্তৰাষ্ট্ৰমাঘ বিহুমোঃ সুন্নত আলী মল্লিকতেজীমলাব'হাগ বিহুভেঁকুৰবেণুধৰ শৰ্মাৰংঘৰঅশ্বগন্ধাসাহিত্যনগাঁও জিলাপৰিৱেশ অধ্যয়নৰাম সৰস্বতীবন্দে মাতৰম্‌ভূপেন হাজৰিকামেলেৰিয়াহস্তীবিদ্যাৰ্ণৱদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাঅসমৰ মুখা শিল্পভাৰত-চীন যুদ্ধসমাজতত্ত্ব🡆 More