দিন

এটা দিন হ’ল সময় নিৰূপনৰ এক একক।

সমাৰ্থক শব্দ

দিবা, দিৱস, অহ্ন, প্ৰহৰ

জ্যোতিৰ্বৈজ্ঞানিক সংজ্ঞা

দিন 
1-->2=নক্ষত্ৰ দিন, 1-->3=সৌৰদিন

জ্যোতিৰ্বিজ্ঞানে আহ্নিক গতিৰ এক আৱৰ্তন পূৰ্ণ হওঁতে যি সময় লাগে সিয়েই হ’ল এদিন। তেনেদৰে সূৰ্যৰ আপেক্ষিকবাদ সংজ্ঞাত ক’লে সৌৰদিন (solar day) যিটো বাৰ্ষিক গতিৰ কাৰণে নক্ষত্ৰ দিনৰ (sideral day) পৰা এটা দীঘলীয়া আৰু বিভিন্ন ঋতুত কম বেছি হয়।

ভাষাগত ভাবে দিনৰ সূৰ্যৰ পোহৰেৰে আলোকিত অংশ হ’ল "দিন" আৰু অন্ধকাৰ ভাগ ৰাতি (ৰজনী)। সেই ক্ষেত্ৰত গোটেই দিন-ৰাতি বুলি ক’লে সম্পূৰ্ণ ২৪ ঘণ্টা বুজায়।

অন্যান্য সময় এককৰ সৈতে সম্পৰ্ক

  • ২৪ ঘণ্টাই (৮৬,৪০০ ছেকেণ্ডত) এটা দিন হিচাপে ধৰা হয়।
  • ১৫ দিনত এক পক্ষ বা পষেক হয়।
  • ৩০ দিনত এক মাহ হয়।
  • ৩৬৫ দিনত এক বছৰ হয়।

Tags:

🔥 Trending searches on Wiki অসমীয়া:

নৱ-বৈষ্ণৱ ধৰ্মঅসম উপত্যকা সাহিত্য বঁটাকামাখ্যা মন্দিৰবাণীকান্ত ৰচনাৱলীকোষ (জীৱবিজ্ঞান)নেলছন মেণ্ডেলাখ্ৰীষ্টান ধৰ্মচাবোনঅসম চিকিৎসা মহাবিদ্যালয়শিৱসাগৰ জিলামানৰ অসম আক্ৰমণযতি-চিনঅসমীয়া ভাষাৰ শব্দসম্ভাৰসংঘাতঅ'ৰা (অপেশ্বৰী)খোলকৃষিউপনিষদইউক্লিডম'হৰ শিঙৰ পেঁপাঅসমীয়া অভিনেতা অভিনেত্ৰীসকলৰ তালিকাবাজেটঅসম গণ পৰিষদলোকসভাৰ অধ্যক্ষঅসমৰ জাতীয় গীতভাৰতীয় নাগৰিকত্ব আইনভূমি প্ৰদূষণঅংকীয়া নাটঋতুঅসমৰ সত্ৰসমূহৰ তালিকালক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাসীতানাথ ব্ৰহ্মচৌধুৰীব’হাগবিহু নৃত্যৰঘুনাথ চৌধাৰীলাচিত বৰফুকনঅসমৰ গামোচাধূমকেতুঅসমীয়া জাতিকাৰেঙৰ লিগিৰীমাজুলীচ্যু-কা-ফাভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যসত্ৰমুদ্ৰাআলবেনিয়ান লোকবিশ্বাসভবেন্দ্ৰ নাথ শইকীয়াভিটামিনভাৰত-চীন যুদ্ধশ্ৰীকৃষ্ণকীৰ্তনছক্ৰেটিছপীতাম্বৰ কবিলাল দৰ্জামৌখিক লোকসাহিত্যতগৰমৌলিক সংখ্যাৰাভা জনগোষ্ঠীঅসমীয়া ভাষা আন্দোলনঅসমৰ পৰম্পৰাগত খেল-ধেমালিবাগ্‌ধ্বনিৰাজহুৱা ক্ষেত্ৰফণী শৰ্মাঅসমৰ জনগোষ্ঠীত্বৰণএ পি জে আব্দুল কালামআমাৰ অসমঅশ্বক্ৰান্ত মন্দিৰপ্ৰথম বিশ্বযুদ্ধনীতি আয়োগস্বামী বিবেকানন্দঅসম জাতীয় পৰিষদইজৰাইল–পেলেষ্টাইন সংঘাতৰ ইতিহাসঅন্নপ্ৰাশন🡆 More