টুইটাৰ

টুইটাৰ (ইংৰাজী: Twitter) হ’ল এটা ইণ্টাৰনেটত বহুলভাৱে প্ৰচলিত এক সামাজিক সংযোগ (চচিয়েল নেটৱৰ্কিং) ব্যৱস্থা আৰু মাইক্ৰব্লগিংৰ এটা জালস্থান বা ৱেবচাইট, য’ত ব্যৱহাৰকাৰীসকলে সৰ্বোচ্চ ১৪০টা আখৰৰ বাৰ্তা আদান-প্ৰদান আৰু প্ৰকাশ কৰিব পাৰে। এই বাৰ্তাবোৰকে টুইট (tweet) বুলি নামকৰণ কৰা হৈছে। টুইটাৰৰ সদস্যসকলৰ টুইট কৰা বাৰ্তাবোৰ তেওঁলোকৰ প্ৰফাইল পাতত দেখা যায়। টুইটাৰৰ সদস্য সকলে অন্য সদস্যসকলৰ টুইট পঢ়াৰ বাবে অনুসৰণ বা follow কৰাটো ইয়াত আৱশ্যক। কোনো সদস্যৰ টুইট পঢ়াৰ বাবে যাৰ স’তে একলগ হৈছে সেইসকল অনুসৰণকাৰী (follower) বুলি কোৱা হৈছে।

টুইটাৰ, ইনকৰ্পৰেট
প্ৰকাৰ ব্যক্তিগত প্ৰতিষ্ঠান
প্ৰতিষ্ঠা চেন ফ্ৰান্সিসকো, কেলিফোৰ্নিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
প্ৰতিষ্ঠাপক জেক ডোৰচে
ইভান উইলয়ামছ
বিজ ষ্টোন
মূখ্য কাৰ্যালয় ৭৯৫ ফলচোম ষ্ট্ৰীট, চুইট ৬০০, চেন ফ্ৰান্সিসকো, কেলিফোৰ্নিয়া ৯৪১০৭, আমেৰিকা যুক্তৰাষ্ট্ৰ
কৰ্মৰ এলেকা বিশ্বব্যাপী
উল্লেখযোগ্য ব্যক্তি জেক ডোৰচে (চেয়াৰমেন)
ডিক কোচটোলো (চি অ)
ইভান উইলিয়ামছ (উৎপাদন কৌশল)
বিজ ষ্টোন (ক্ৰিয়েটিভ ডাইৰেক্টৰ)
ৰাজহ বৃদ্ধি US$3.04 বিলিয়ন (২০১৮)
Operating আয় বৃদ্ধি US$453 বিলিয়ন (২০১৮)
মুঠ আয় বৃদ্ধি US$1.2 বিলিয়ন (২০১৮)
Total assets বৃদ্ধি US$10.16 বিলিয়ন (২০১৮)
Total equity বৃদ্ধি US$6.8 বিলিয়ন (২০১৮)
কৰ্মচাৰী ৩,৯০০ (২০১৮)
শ্লোগান What's happening?
(অসমীয়া: কি হৈ আছে?)
ৱেবছাইট twitter.com
ৱেবছাইটৰ প্ৰকাৰ মোবাইল সামাজিক সংযোগী জালস্থান, মাইক্ৰব্লগিং
পঞ্জীকৰণ আৱশ্যক
ব্যৱহাৰকাৰী
  • ৩২১ মিলিয়ন সক্ৰিয় ব্যৱহাৰকাৰী
  • (ফেব্ৰুৱাৰী ২০১৯)
উপলব্ধ ভাষা বহুভাষিক
ইংৰাজী, স্পেনিছ, জাপানিজ, জাৰ্মান, ফৰাচী আৰু ইটালীয়
প্ৰচলন হয় জুলাই ১৫, ২০০৬
বৰ্তমানৰ স্থিতি চলি আছে

টুইট লিখিবৰ বাবে সদস্যসকলে টুইটাৰ ৱেবচাইট ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ উপৰিও মোবাইল ফোন বা এছএমএচৰ মাধ্যমৰেও টুইট লিখাৰ সুবিধা আছে। টুইটাৰৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেন ফ্ৰান্সিস্কো চহৰত অৱস্থিত। তদুপৰি টেক্সাছৰ চেন এণ্টনি আৰু মাচাছ্যুচেটচৰ বষ্টনত টুইটাৰৰ চাৰ্ভাৰ আৰু শাখা কাৰ্যালয় আছে।

ইতিহাস

টুইটাৰ 
টুইটাৰৰ মুখ্য কাৰ্যালয়, চেন ফ্ৰান্সিচকো, কেলিফোৰ্নিয়া

২০০৬ চনৰ মাৰ্চ মাহৰ পৰা টুইটাৰৰ যাত্ৰা আৰম্ভ হৈছিল। তাৰপিছত ২০০৬ চনৰ জুলাই মাহত জেক ডৰ্চিয়ে আনুষ্ঠানিকভাৱে ইয়াৰ উদ্বোধন কৰে। বৰ্তমান টুইটাৰে সমগ্ৰ বিশ্বজুৰি ব্যাপক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। ২০১০ চনৰ ৩১ অক্টোবৰ তাৰিখলৈকে টুইটাৰত ১৭৫ মিলিয়ন অৰ্থাৎ ১৭.৫ কোটিৰো বেছি সদস্য আছিল। পৰিসংখ্যা অনুসৰি একেই সময়তে টুইটাৰত ১৯০ মিলিয়ন বা ১৯ কোটি সদস্য আছিল আৰু দৈনিক ৬৫ মিলিয়ন বা ৬.৫ কোটি টুইট বাৰ্তা, আৰু ৮ লাখ অনুসন্ধানৰ কাম সম্পন্ন হৈছিল। টুইটাৰক ইয়াৰ বিশেষতা অনুসৰি ইণ্টাৰনেটৰ এছএমএচ বুলি অভিহিত কৰা হৈছে।


টুইটবোৰ বিষয়

টুইটাৰ 
টুইটবোৰ বিষয়
  বাতৰি
  স্পাম
  নিজৰ প্ৰচাৰ
  অৰ্থহীন কথা
  বাৰ্তালাপ
  Pass-along value

চেন এণ্টনিয়োৰ গৱেষণা প্ৰতিষ্ঠান পিয়েৰ এনালাইটিকচে আগষ্ট ২০০৯ত ৰাতিপুৱা ১১ বজাৰ পৰা সন্ধিয়া ৫ বজাৰ (CTC সময় অঞ্চলৰ) মাজৰ আমেৰিকাৰ ২০০০ ইংৰাজী টুইট দুসপ্তাহৰ বাবে অধ্যয়ন কৰি টুইটসমূহক ছভাগত ভাগ কৰে:

  • অৰ্থহীন কথা – ৪০%
  • বাৰ্তালাপ – ৩৮%
  • Pass-along value – ৯%
  • নিজৰ প্ৰচাৰ – ৬%
  • স্পাম – ৪%
  • বাতৰি – ৪%


টুইটাৰৰ ল'গ'

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

টুইটাৰ ইতিহাসটুইটাৰ টুইটবোৰ বিষয়টুইটাৰ ৰ লগটুইটাৰ তথ্যসূত্ৰটুইটাৰ বাহ্যিক সংযোগটুইটাৰen:Twitterইংৰাজী ভাষাইণ্টাৰনেটৱেবচাইট

🔥 Trending searches on Wiki অসমীয়া:

বাঁহী (আলোচনী)ভাৰতৰ ইতিহাসঅসমৰ মাছ ধৰা সঁজুলিসংঘাতবাগ্‌ধ্বনিএডৱাৰ্ড জেনাৰসংস্কৃত সাহিত্যৰাতি বিহুপুৰন্দৰ সিংহবিষুৱ ৰেখামাটিঅনাভেদী যৌনক্ৰিয়াশূন্যকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলহৰি-হৰ যুদ্ধকাতি বিহুপ্লেটোদিহানামৱিকিমিডিয়া ফাউণ্ডেশ্যনঁ (চন্দ্ৰবিন্দু)সদৌ অসম ছাত্ৰ সন্থাসত্যজিৎ ৰায়সম্ৰাট অশোকআহোম ৰাজবংশমৌলিক সংখ্যাদীপলিনা ডেকাআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডগোৱালপাৰীয়া উপভাষাভাৰত-আৰ্য ভাষা পৰিয়ালভগ্নাংশ (গণিত)বিয়া নামগোপীনাথ বৰদলৈচৰকাৰচানডুবি বিলভাৰত ৰত্নৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসযোগ দৰ্শনবহুভাষাবাদভগদত্তআঁহতঅসমীয়া জাতিফ্লোৰেন্স নাইটিংগেল২৫ এপ্ৰিলকালিদাসচৰ্যাপদসত্যাগ্ৰহশব্দ (অভিধান)বহনক্ষম উন্নয়নৰ লক্ষ্যজৈৱিক কৃষিব্ৰহ্মপুত্ৰ উপত্যকাঅসম আৰক্ষীডিব্ৰুগড় বিশ্ববিদ্যালয়জন গণ মনসৌৰজগতলোকসভাগণতন্ত্ৰৰাজনৈতিক দলমাটিৰ হিচাপঅব্যয় পদগীতি-ৰামায়ণমণিপুৰগণৰাজ্য দিৱস (ভাৰত)নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯পৃথিৱীমিডিয়াৱিকিঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাকিতাপ পঢ়াৰ আনন্দপ্লাষ্টিকআবেগস্তন সংগমআমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাগোলকীয় উষ্ণতা বৃদ্ধিজামুগুৰিহাট🡆 More