ইণ্টাৰনেট

ইণ্টাৰনেট বা অন্তৰ্জাল হৈছে কম্পিউটাৰ নেটৱৰ্কৰ এটা অত্যাধুনিক ব্যৱস্থা। ই নেটৱৰ্ক আৰু ডিভাইচসমূহৰ মাজত সংযোগ স্থাপন কৰিবলৈ ইণ্টাৰনেট প্ৰ'ট'কল ছুইট (TCP/IP) ব্যৱহাৰ কৰে। ই হৈছে নেটৱৰ্কৰ নেটৱৰ্ক যি ৰাজহুৱা, প্ৰশাসনিক, চৰকাৰী, ব্যৱসায় সংক্ৰান্তিয় ডাটাসমূহ ছেটেলাইট, অপ্টিকেল ফাইবাৰ, ওৱায়াৰলেছ বা কেবুল আৰু অন্যান্য আধুনিক কাৰিকৰী মাধ্যমেৰে প্ৰদান কৰে। ইণ্টাৰনেটে ইলেক্ট্ৰনিক মেইল, অনলাইন চ্চেট, ফাইল স্থানান্তৰ (FTP), অনলাইন ভিডিঅ' আৰু অন্যান্য তথ্য World Wide Web (WWW)-ৰ মাধ্যমেৰে যোগান ধৰে। ইণ্টাৰনেট হৈছে বিশ্বব্যাপী যোগাযোগ ব্যৱস্থা, হাৰ্ডৱেৰ আৰু ছ'ফ্টৱেৰ ব্যৱস্থাৰ সহযোগত কম্পিউটাৰলৈ সংযোগিত হয়। ইণ্টাৰনেটে হাইপাৰলিংক বা URLৰ মাধ্যমেৰে কম্পিউটাৰলৈ ডাটা কঢ়িয়াই আনে। সহজ ভাষাত এটা নেটৱৰ্কত যদি কেইবাহাজাৰ কম্পিউটাৰ আছে তেন্তে এনে হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই ইণ্টাৰনেট।

ইণ্টাৰনেট
বিশ্বৰ দেশে দেশে ইণ্টাৰনেট ব্যবহাৰকাৰীৰ সংখ্যা প্ৰদৰ্শনকাৰী মানচিত্ৰ, ২০০৭ চনৰ হিচাব অনুসৰি
ইণ্টাৰনেট
ইণ্টাৰনেট মানচিত্ৰ

আজিকালিৰ মানুহে প্ৰায়ে সকলো কাম ইণ্টাৰনেটৰ যোগেদি কৰে। সেয়েহে আজিকালিৰ বেছিভাগ মানুহ ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰশীল। সেই মানুহবোৰক কেন্দ্ৰ কৰি আজিকালিৰ মানুহে ইণ্টাৰনেটক নিজৰ জীৱিকাৰ পথ হিচাপে বাছি লৈছে।

লগতে চাওক

নেট নিৰপেক্ষতা

তথ্যসূত্ৰ

Tags:

ইমেইলকম্পিউটাৰ নেটৱৰ্কছ'ফ্টৱেৰ

🔥 Trending searches on Wiki অসমীয়া:

বৃত্তলোকসভাৰ অধ্যক্ষনাৰীবাদৰুবুল মাউতকামৰূপ ৰাজ্যৰামায়ণমামণি ৰয়ছম গোস্বামীৰ উপন্যাসকেঁচুসাৰস্বদেশী আন্দোলনকথা কবিতাশচীন তেণ্ডুলকাৰৰোমাণ্টিক কবিতাৰাম গগৈ২০২৩ জি-২০ নতুন দিল্লী সন্মিলনবেদব্যাসবৰদৈচিলামই আৰু নেফামৌখিক পৰম্পৰাজাপানআলেকজেণ্ডাৰ গ্ৰাহাম বে'লধৰিত্ৰী দিৱসইয়াত এখন অৰণ্য আছিলএলবাৰ্ট আইনষ্টাইনচৰ্যাপদসাম্যবাদগণিতশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘএৰিষ্ট'টলহৰিদত্তচিপাহী বিদ্ৰোহ ১৮৫৭ত্ৰিভুজতেজপুৰআহোম ৰাজ্যৰাতি বিহুঅৰুণাচল প্ৰদেশসাত বিহুপ্লেটোভানুমতীভাৰতৰ সংবিধানবিয়া নামঅসমৰ নদীসমূহৰ তালিকাঅসমৰ চাহ জনগোষ্ঠীশিক্ষাৰ অধিকাৰশ্ৰীকৃষ্ণকীৰ্তনডিব্ৰুগড় জিলাস্বাধীনতা দিৱস (ভাৰত)ইন্দিৰা মিৰিভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫মূলা গাভৰুসত্যনাথ বৰালুই পেষ্ট'ৰচিপকো আন্দোলনছাইমন কমিশ্যনশিক্ষা মনোবিজ্ঞানচাহেবপুৰাৰ বৰষুণতগৰভাৰতীয় ভাষামানৱ ভূগোলব্ৰহ্মপুত্ৰ উপত্যকাবৰপেটা সত্ৰভাৰতৰ ইতিহাসবিশ্ব গ্ৰন্থ দিৱসৰুদ্ৰেশ্বৰ দেৱালয়কুমাৰ ভাস্কৰ বৰ্মাঅসমৰ ৰাজ্যিক প্ৰতীকসমূহউত্তৰ-পূব ভাৰতবায়ু প্ৰদূষণসৰ্বানন্দ সোণোৱালঅসমীয়া খবৰদুৰ্গা পূজাব্যক্তিত্বযোগ দৰ্শনযতীন্দ্ৰ নাথ দুৱৰা🡆 More