২ জুলাই: তাৰিখ

২ জুলাই (ইংৰাজী: 2 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৩তম (অধিবৰ্ষত ১৮৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮২টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

ঘটনাপঞ্জী

  • ১৬৯৮ – থমাছ ছাভেৰীয়ে তেওঁৰ প্ৰথম ভাপ ইঞ্জিনৰ পেটেণ্ট লাভা কৰে।
  • ১৮৯৭ – ইটালীৰ বিজ্ঞানী মাৰ্কনীয়ে লণ্ডনক অনাতাঁৰ যন্ত্ৰৰ বাবে পেটেণ্ট লাভ কৰে।
  • ১৯৪০– ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী নেতা সুভাষ চন্দ্ৰ বসুক গ্ৰেপ্তাৰ কৰি কলিকতা কাৰাগাৰত বন্দী কৰা হয়।
  • ২০০২ – অকলশৰে বেলুনত উঠি পৃথিৱী প্ৰৰিভ্ৰমণ কৰা প্ৰথম ব্যক্তি হিচাপে পৰিগণিত হয় ষ্টিভ ফ'ছেট।
  • ২০১৩ - আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘই প্ল'টোৰ চতুৰ্থ আৰু পঞ্চম উপগ্ৰহ দুটাক ক্ৰমে কাৰ্বেৰছ (Kerberos) আৰু ষ্টিক্স (Styx) নামেৰে নামকৰণ কৰে।

জন্ম

  • ১৮৬২ – ৱিলিয়াম হেনৰী ব্ৰেগ, ইংৰাজ ন'বেল বঁটা বিজয়ী বিজ্ঞানী। (মৃত্যু. ১৯৪২)
  • ১৮৭৭ – হেৰমান হেস, জাৰ্মান ন'বেল বঁটা বিজয়ী সাহিত্যিক তথা কবি। (মৃত্যু ১৯৬২)
  • ১৯৮৩ - সুহাস ললিনাকেৰী য়াথিৰাজ, ভাৰতীয় প্ৰসাশনিক বিষয়া তথা পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।

মৃত্যু

  • ১৭৫৭ - চিৰাজ-উদ-দৌলা, বংগৰ অন্তিম স্বাধীন নৱাব আছিল।
  • ১৭৭৮ - জঁ-জাক ৰুছ’, চমুকৈ ৰুছো, ফৰাচী বিপ্লৱৰ পিতৃপুৰুষ, চুইজাৰলেণ্ড আৰু ফ্ৰান্সৰ দাৰ্শনিক।
  • ১৮৪৩ - চেমুৱেল হ্যানিমেন, জাৰ্মানীৰ হোমিওপেথিক ঔষধৰ আবিষ্কাৰক।
  • ১৯৬১ - আৰ্নেষ্ট হেমিংৱে, আমেৰিকান উপন্যাসিক, ছুটিগল্প ৰচক আৰু সাংবাদিক।
  • ১৯৫০ - ইউছুফ মেহেৰ আলী, ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজতান্ত্ৰিক নেতা। (তেওঁ ১৯৪২ চনত বোম্বাইৰ মেয়ৰ নিৰ্বাচিত হৈছিল। তেওঁ ৰাষ্ট্ৰীয় মিলিছিয়া, বোম্বাই যুৱ লীগ আৰু কংগ্ৰেছ সমাজতান্ত্ৰিক দলৰ প্ৰতিষ্ঠাপক আছিল।)
  • ২০২২ - তুলসী ওজা, অসমীয়া লোক কৃষ্টিৰ সাধক, ঢোলৰ ওজা তথা প্ৰতিমা পাণ্ডে বঁটা প্ৰাপক।

দিৱস

  • বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস।
  • স্বাধীনতা দিৱস - বাহিয়া

বাহ্যিক সংযোগ




তথ্য সূত্ৰ

Tags:

২ জুলাই ঘটনাপঞ্জী২ জুলাই জন্ম২ জুলাই মৃত্যু২ জুলাই দিৱস২ জুলাই বাহ্যিক সংযোগ২ জুলাই তথ্য সূত্ৰ২ জুলাইঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

খিলঞ্জীয়া লোকগোলকীয় উষ্ণতা বৃদ্ধিবগেজাৰী গীতকৃষ্ণচূড়ানিগনিঅসমৰ লোকবাদ্যভাৰতৰ ইতিহাসখেৰাইঅসমত দেখা পোৱা মাছৰ তালিকাদক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থাপুৰুষমনোবিজ্ঞানকমলাকান্ত ভট্টাচাৰ্য্যমামণি ৰয়ছম গোস্বামীৰ উপন্যাসহিন্দু ধৰ্মউমাকান্ত শৰ্মাঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগআয়তক্ষেত্ৰঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিভাৰত ত্যাগ আন্দোলনৰুবুল মাউতগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাপাইথেগাৰাছভটিমাৰাম সৰস্বতীঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদআহোম ভাষাপাইথাগোৰাছৰ উপপাদ্যতগৰআনন্দৰাম ঢেকিয়াল ফুকননলবাৰী জিলাপদ্মনাথ গোহাঞি বৰুৱাকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলপীতাম্বৰ কবিহিউমাছবৰ্ণালী কলিতাভবেন্দ্ৰ নাথ শইকীয়াঅসমৰ পুৰণি স্থাপত্যভাস্কো দা গামাশূন্যফলৰ তালিকাঅন্নপ্ৰাশনভাৰত ৰত্নৰাম মন্দিৰ, অযোধ্যাপদ (ব্যাকৰণ)প্ৰেমচন্দমাধৱী লতানিৰ্মলপ্ৰভা বৰদলৈভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহঅসমৰ মুখা শিল্পপৰ্যটনতাজমহলমণিৰাম দেৱানভাওনাৰাৱণপ্ৰজ্ঞালোকসভাৰ অধ্যক্ষটকা (বাদ্য)তেজশৰৎচন্দ্ৰ চট্টোপাধ্যায়লখিমপুৰ জিলামাজুলীমৌলিক সংখ্যাৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসগামখাৰুপ্ৰাচীন ভাৰতীয় সভ্যতাগগনাঢোলপদাৰ্থ বিজ্ঞানভাৰতৰ সংবিধানমাঘ বিহুগুণমালা🡆 More