দক্ষিণ আমেৰিকা: মহাদেশ

দক্ষিণ আমেৰিকা বা লেটিন আমেৰিকা পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভুক্ত এখন মহাদেশ। ই হৈছে চতুৰ্থ বৃহৎ মহাদেশ। মহাদেশখনৰ মাটিকালি ১,৭৮,৪০,০০০ বৰ্গকিলোমিটাৰ, যি পৃথিৱীত মুঠ স্থলভাগৰ ১২%। মাটিকালিৰ ফালৰ পৰা এছিয়া, আফ্ৰিকা আৰু উত্তৰ আমেৰিকাৰ পাছতেই ইয়াৰ স্থান। বিষুবৰেখা আৰু মকৰক্ৰান্তিৰ দুয়োফালে ইয়াৰ বিস্তৃতি। উত্তৰ আৰু দক্ষিণ আমেৰিকাক অনেকসময়ত একলগে আমেৰিকা মহাদেশও (ইংৰাজী: The Americas) বোলা হয়।

দক্ষিণ আমেৰিকা
দক্ষিণ আমেৰিকা: ৰাষ্ট্ৰসমূহ, নগৰসমূহ, তথ্যসূত্ৰ
মাটিকালি 17,840,000 km2 (6,890,000 sq mi)
জনসংখ্যা 385,742,554 (2008, পঞ্চম)
জনঘনত্ব 21.4 per km2 (56.0 per sq mi)
বাসিন্দা দক্ষিণ আমেৰিকান, আমেৰিকান
দেশসমূহ 12 (তালিকা)
অধীনস্থ অঞ্চলসমূহ 3
ভাষাসমূহ স্পেনিছ, পৰ্টুগীছ, ইংৰাজী, ফৰাচী আদি
সময় অঞ্চলসমূহ UTC-2 ৰ পৰা UTC-5 লৈ
বৃহত্তম নগৰসমূহ
তালিকা
  • ব্ৰাজিলৰ পতাকা চাও পাওলো
  • আৰ্জেণ্টিনাৰ পতাকা বুয়েনোচ আইৰেচ
  • ব্ৰাজিলৰ পতাকা ৰিয়ো দি জেনেৰিয়ো
  • পেৰুৰ পতাকা লিমা
  • কলম্বিয়াৰ পতাকা বাগোতা
  • চিলিৰ পতাকা চেণ্টিয়াগো
  • ব্ৰাজিলৰ পতাকা বেলো হৰিজণ্টে
  • ব্ৰাজিলৰ পতাকা পৰ্টো এলেগ্ৰা
  • ব্ৰাজিলৰ পতাকা ব্ৰাজিলিয়া
  • ইকুৱাডৰৰ পতাকা গুয়াকুইল
  • কলম্বিয়াৰ পতাকা মেডেলিন
  • ভেনিজুৱেলাৰ পতাকা কাৰাকাচ

ৰাষ্ট্ৰসমূহ

দক্ষিণ আমেৰিকা মহাদেশৰ অন্তৰ্গত ৰাষ্ট্ৰসমূহ হৈছে:

  • দক্ষিণ আমেৰিকা: ৰাষ্ট্ৰসমূহ, নগৰসমূহ, তথ্যসূত্ৰ  পাৰাগুৱে
  • দক্ষিণ আমেৰিকা: ৰাষ্ট্ৰসমূহ, নগৰসমূহ, তথ্যসূত্ৰ  পেৰু
  • দক্ষিণ আমেৰিকা: ৰাষ্ট্ৰসমূহ, নগৰসমূহ, তথ্যসূত্ৰ  চুৰিনাম
  • দক্ষিণ আমেৰিকা: ৰাষ্ট্ৰসমূহ, নগৰসমূহ, তথ্যসূত্ৰ  ত্ৰিনিদাদ আৰু টোবাগো
  • দক্ষিণ আমেৰিকা: ৰাষ্ট্ৰসমূহ, নগৰসমূহ, তথ্যসূত্ৰ  উৰুগুৱে
  • দক্ষিণ আমেৰিকা: ৰাষ্ট্ৰসমূহ, নগৰসমূহ, তথ্যসূত্ৰ  ভেনিজুৱেলা

দক্ষিণ আমেৰিকা মহাদেশৰ অন্তৰ্গত অ-স্বাধীন অঞ্চলসমূহ সমূহ হৈছে:

নগৰসমূহ

জনসংখ্যা অনুসৰি দক্ষিণ আমেৰিকাৰ বৃহত্তম নগৰসমূহ:

  1. চাও পাওলো (ব্ৰাজিল)
  2. বুয়েনোচ আইৰেচ (আৰ্জেণ্টিনা)
  3. ৰিয়ো দি জেৰ্নেৰিয়ো (ব্ৰাজিল)
  4. লিমা (পেৰু)
  5. বাগোতা (কলম্বিয়া)
  6. চেণ্টিয়াগো (চিলি)
  7. বেলো হৰিজণ্টে (ব্ৰাজিল)
  8. পৰ্টো এলেগ্ৰা (ব্ৰাজিল)
  9. ব্ৰাজিলিয়া (ব্ৰাজিল)
  10. গুয়াকুইল (ইকুৱাডৰ)
  11. মেডেলিন (কলম্বিয়া)
  12. কাৰাকাচ (ভেনিজুৱেলা)


তথ্যসূত্ৰ

বহিঃসংযোগ


Tags:

দক্ষিণ আমেৰিকা ৰাষ্ট্ৰসমূহদক্ষিণ আমেৰিকা নগৰসমূহদক্ষিণ আমেৰিকা তথ্যসূত্ৰদক্ষিণ আমেৰিকা বহিঃসংযোগদক্ষিণ আমেৰিকাআফ্ৰিকাআমেৰিকা (মহাদেশ)ইংৰাজী ভাষাউত্তৰ আমেৰিকাএছিয়াপৃথিৱীবিষুবৰেখামকৰক্ৰান্তিমহাদেশ

🔥 Trending searches on Wiki অসমীয়া:

প্ৰাকৃতিক দুৰ্যোগবৰপেটা সত্ৰবহনক্ষম উন্নয়নৰ লক্ষ্যসংস্কৃত সাহিত্যভূমিকম্পঅৰ্জুন ভঞ্জনআয়ুৰ্বেদসাগৰমহাকাব্যভাৰতৰ উপৰাষ্ট্ৰপতিনাউৰুপঞ্চায়তী ৰাজইৰাকপৃথিৱীআই এম ডি টি আইন, ১৯৮৩তিনিচুকীয়ামানুহঅসমীয়া গদ্য-সাহিত্যৰ গতি-পথহীৰেন গোহাঁইডিম্পু বৰুৱাসিন্ধু সভ্যতাঅসমৰ গামোচামনোমতীদ্বিতীয় বিশ্বযুদ্ধগ্ৰিডা নৃত্যধাতু আৰু অধাতুবিহুৰ সাজ-পোচাক আৰু অলংকাৰলে'ভ লাণ্ডাউবেংগালুৰুশব্দ প্ৰদূষণলোকাচাৰঅশোক ফুলঅসমৰ ৰাজ্যপালসকলৰ তালিকাইছলামগাঁও পঞ্চায়তৰংচৰাইগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাভট্টদেৱৰ গদ্যশৈলীপ্ৰজ্ঞাতাৰা২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনৰুবুল মাউতলতাকটা ৰণঠেঙ্গাল কছাৰী জনগোষ্ঠীফিজিৰ শ্ৰুতিকথাচকুশিক্ষাসন্ধ্যাৰাগ (চলচ্চিত্ৰ)জাতীয়তাবাদগুণাভিৰাম বৰুৱামৃণাল কলিতাধানঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিৰামায়ণডিয়েগ' মাৰাড'নাৰূপালীমকলনুমলীগড় তেল শোধনাগাৰউপন্যাসঅসমীয়া প্ৰতিদিনমাইলছ ব্ৰনছনৰামঅসমীয়া ব্যাকৰণছুনামিএপ্ৰিলহেমকোষভাৰতীয় ভাষাদীপা মাহাজোঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাবাঁহীসন্ধিকিতাপবেদঅসমত দেখা পোৱা মাছৰ তালিকাপৰ্যাবৃত্ত তালিকাঅসমত দেখা চৰাইবোৰইয়াত এখন অৰণ্য আছিল🡆 More