ইহুদী ধৰ্ম

ইহুদী ধৰ্ম (হিব্ৰু: יְהוּדִים য়েহুদীম্) অত্যন্ত প্ৰাচীন, এক ঈশ্বৰবাদী ধৰ্ম। ইহুদী ধৰ্ম খ্ৰীষ্টান ধৰ্ম, ইছলাম ধৰ্মৰ নিচিনাকৈ, আব্ৰাহামিক ধৰ্ম। এই ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ হিচাপে পুৰণা নিয়মৰ প্ৰথম পাঁচ খন কিতাপক গণ্য কৰা হয়: আদিপুস্তক, যাত্ৰাপুস্তক, লেবীয় পুস্তক, গণনাপুস্তক, আৰু দ্বিতীয় বিৱৰণ। এই পাঁচখন কিতাপক একেলগে "তওৰা"ও বোলা হয়।

ইহুদী ধৰ্মবিশ্বাসমতে, ঈশ্বৰ এক, আৰু তেওঁক জেহোবা (Jehovah, YHWH) নামেৰে আখ্যায়িত কৰা হয়। মোজেছ হ'ল ঈশ্বৰৰ এজন বাণীবাহক। ইছলাম আৰু খ্ৰিষ্টাণ ধৰ্মৰ নিচিনাকৈয়েই ইহুদীসকলে পূৰ্বৰ সকলো বাণীবাহকক বিশ্বাস কৰে আৰু বিশ্বাস কৰা হয় মোজেছেই সৰ্বশেষ বাণীবাহক; অন্যদিশে মুছলিমসকলে মুহাম্মাদ (ছাঃ)ক সৰ্বশেষ বাণীবাহক বুলি বিশ্বাস কৰে। ইহুদীসকলে যীশুক ঈশ্বৰৰ বাণীবাহক হিচাপে অস্বীকাৰ কৰিলেও, খ্ৰিষ্টাণ সকলে ইহুদীসকলৰ সকলোবোৰ ধৰ্মগ্ৰন্থ (পুৰণা নিয়ম)ক নিজৰ ধৰ্মগ্ৰন্থ হিচাপে মানে। একেধৰণে মুছলিম সকলেও মোজেছক নিজৰ এজন অন্যতম বাণীবাহক আৰু তাওৰাতআল্লাহৰ বাণী বুলি বিশ্বাস কৰে। ইহুদী ধৰ্ম ছেমেটিক ধৰ্ম হিচাপেও অভিহিত।

Tags:

🔥 Trending searches on Wiki অসমীয়া:

পদ্মনাথ গোহাঞি বৰুৱাসিন্ধু সভ্যতাআঁহতবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনব্ৰহ্মপুত্ৰ উপত্যকাভাৰতীয় ৰেলচলচ্চিত্ৰবৰপেটা (লোকসভা সমষ্টি)ভীমৰাও ৰামজী আম্বেদকাৰআল্লাহবাঁহজল প্ৰদূষণমেজিবাঁহীগায়ত্ৰী মহন্তনিৰ্ম্মল ভকতওজাপালিউমাচল শিলালিপিসাক্ষৰতামণিপুৰ সংঘৰ্ষ ২০২৩২২ এপ্ৰিলসংঘাতচামগুৰি সত্ৰসংক্ৰমণৰামধানসৰস্বতীবিষ্ণুপ্ৰসাদ ৰাভাঅসমৰ মাছ ধৰা সঁজুলিমণিৰাম দেৱানঅসমৰ জাতীয় গীতবক ফুলভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাতগৰভাৰতত মহিলা শিক্ষালভিতাবাৰেচহৰীয়া ভাওনা মহোৎসৱআত্মাকুচিয়া মাছহীৰেন গোহাঁইউপনিষদবহুভাষাবাদকাৰেঙৰ লিগিৰীআলেকজেণ্ডাৰ গ্ৰাহাম বে'লহিন্দু পদ্ধতিত সময়ৰ এককপদুমবাণীকান্ত কাকতিবিহু নৃত্যশোণিত কুঁৱৰীপৃথিৱীসত্ৰীয়া নৃত্যগোপীনাথ বৰদলৈসত্যেন্দ্ৰনাথ শৰ্মাবিহুৰ খাদ্যছনেটবাগ্‌ধ্বনিপৰ্যটনঅনুবাদউপভাষাবৰহমথুৰিটকা (বাদ্য)কোষ (জীৱবিজ্ঞান)মাধৱী লতাবিশ্ব গ্ৰন্থ দিৱসমানস ৰাষ্ট্ৰীয় উদ্যানহস্তীবিদ্যাৰ্ণৱজৱাহৰলাল নেহৰুহিন্দু ধৰ্মলুই পেষ্ট'ৰঅসমৰ লোকবাদ্যসম্ৰাট অশোকডিব্ৰুগড় জিলাকৃষ্ণকান্ত সন্দিকৈবাবৰ🡆 More