তাওৰাত

তাওৰাত এটা আকাশী কিতাপ যিটো ইছলামৰ ৰাছুল মুছা (আঃ)ৰ উপৰত অৱতীৰ্ণ হৈছিল। ই হিব্ৰু ভাষাত লিখিত ইহুদীসকলৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ। হিব্ৰু ভাষাত ইয়াৰ নাম 'তোৰাহ্। তোৰাহ্ শব্দৰ অৰ্থ আইন, নিয়ম, বা শিক্ষণীয় উপদেশ। ই ৫ টা পুস্তকৰ সম্বন্ধয়েৰে গঠিত সেয়েহেই তাওৰাতক বহুতে মুছাৰ পঞ্চ পুস্তক বুলি কয়।

তাওৰাত ইহুদিসকলৰ ধৰ্মীয় ৰীতিনীতিৰ মূল আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ দলিল। এইটো এটা হিব্ৰু শব্দ, যাৰ অৰ্থ "শিক্ষা"। তাওৰাত মূলত সিহঁতৰ ধৰ্মগ্ৰন্থ তানাখৰ প্ৰথম অংশক বুজালেও, সাৰ্বিকভাবে তোৰাহ বুলিলে ইহুদিসকলৰ লিখিত আৰু মৌখিক শিক্ষা, যেনেকৈ - মিশ্বনাহ, তালমুদ, মিদ্ৰাশ্ব, ইত্যাদি ধৰ্মীয় অনুশাসনমূলক গ্ৰন্থক একেলগে ইঙ্গিত কৰে।

তাওৰাতৰ মাজত হিব্ৰু বাইবেলৰ প্ৰথম পাঁচখন কিতাপ পৰে। এই পঞ্চ পুস্তকৰ নাম নিম্নৰূপ।

  • জেনেচিচ
  • এক্সোডাচ
  • লেভিটিচাচ
  • নাম্বাৰচ
  • ড্যুটাৰনমি

ইহুদিসকলে বিশ্বাস কৰে তাওৰাত হ'ল মুছাৰ ওচৰত ঈশ্বৰৰ পোনপটীয়া প্ৰদত্ত বাণী।

তথ্যসূত্ৰ

Tags:

আচমানী কিতাপইহুদি ধৰ্মমুছাৰাছুল

🔥 Trending searches on Wiki অসমীয়া:

সন্ধ্যাৰাগ (চলচ্চিত্ৰ)বৰদৈচিলাৰসায়ন বিজ্ঞানশালস্তম্ভ ৰাজবংশঅসম সাহিত্য সভাঅসমীয়া জাতিশূন্যনৱকান্ত বৰুৱাউমানন্দশুৱালকুছিৰামধেনুস্বামী বিবেকানন্দসংগীতপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শনআলেকজেণ্ডাৰহিন্দী ভাষাতৎসমবিশেষ্য পদমৰাণ জনগোষ্ঠীবীৰেন্দ্ৰনাথ দত্তভাৰতীয় দৰ্শনমেঘালয়ৰ মাতৃবংশীয় সমাজঅসমৰ জাতীয় গীতবুলু ফিল্মমামণি ৰয়ছম গোস্বামীৰ উপন্যাসভাৰত-চীন যুদ্ধযৌগিক সংখ্যাসালোক সংশ্লেষণহাড়বায়ু প্ৰদূষণভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাকুলধৰ শইকীয়াভটিমামাটিকমলাবাৰী সত্ৰঅসমৰ পুৰণি স্থাপত্যপাণিনিবাংলাদেশস্বাভাৱিক সংখ্যাপ্ৰাকৃতিক সম্পদছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)অংকীয়া নাটগুৱাহাটীযোৰানামৰাষ্ট্ৰসংঘজৈৱ বৈচিত্ৰ্যবাল্য বিবাহচৰকাৰঅসমৰ সাধুকথাঅসমীয়া ভাষা আন্দোলনসংস্কৃতিঅসমত দেখা পোৱা সাপবোৰনাগৰিকত্বঅম্বিকাগিৰি ৰায়চৌধুৰীবিশ্ব পৰিৱেশ দিৱসমোগল সাম্ৰাজ্য২০২৩ জি-২০ নতুন দিল্লী সন্মিলনবিদ্যুৎভবেন্দ্ৰ নাথ শইকীয়াকোকৰাঝাৰ (লোকসভা সমষ্টি)অসমৰ পৰ্যটনস্থলসমূহৰ তালিকাপিম্পৰা গুচোৱাফলৰ তালিকাজৱাহৰলাল নেহৰুবৃত্তনামঘৰলেটিন ভাষাঅসহযোগ আন্দোলনমৈদামভাৰতৰ প্ৰধানমন্ত্ৰীঅগ্নিগড়আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড🡆 More