ৰাছুল: আল্লাহ প্ৰেৰিত বাৰ্তাবাহী ব্যক্তি

ইছলাম ধৰ্মত, ৰাছুল (আৰবী ভাষাত: رسول ৰাছুল্‌ “বাৰ্তাবাহক”, বহুবচন ৰুছুল) হ'ল আল্লাহ প্ৰেৰিত বাৰ্তাবাহী ব্যক্তি। ৰাছুল বুলিলে সিহঁতকেই বুজোৱা হয় যিসকলে আল্লাহৰ পৰা কিতাপ বা পুস্তক প্ৰাপ্ত হৈছে। হাদিছ সহ অন্যান্য ইছলামী কিতাপত এক লাখ চৌব্বিছ হাজাৰ মতান্তৰে দুই লাখ চৌব্বিছ হাজাৰ নবীৰ কথা কোৱা হৈছে। এইসকলৰ মাজত সকলোৱেই কিতাপ প্ৰাপ্ত হোৱা নাই। যিসকলে কিতাপ প্ৰাপ্ত হৈছে সিহঁতেই মাত্ৰ ৰাছুলৰ খিতাব পাইছে। অৰ্থাৎ সকলো ৰাছুলেই ইছলামৰ নবী কিন্তু সকলো নবীয়েই ৰাছুল নহয়। কোৰআন অনুযায়ী, আল্লাহ মানৱজাতিৰ ওচৰত বহুত নবী, ৰাছুল (আম্বীয়া, নবীৰ বহুবচন) প্ৰেৰণ কৰিছে।

মই তোমাক সত্যসহ প্ৰেৰণ কৰিছোঁ সুসংবাদ দাতা আৰু সতৰ্ককাৰী ৰূপে; এনেকোৱা কোনো সম্প্ৰদায় নাই যাৰ ওচৰত সতৰ্ককাৰী প্ৰেৰিত হোৱা নাই।
—অনুবাদঃ মুজিবুৰ ৰহমান

সিহঁতৰ মাজত পঁচিশ জনৰ নাম কোৰআনত উল্লেখ আছে (ইছলামৰ পয়গম্বৰ চাওক)। কোআনে এই চাৰিজনক ৰাছুল হিচাপে উল্লেখ কৰে: দাউদ (ডেভিড), মুছা (মোজেছ), ঈছা (যিশু), আৰু মুহাম্মাদ (ছাঃ)

ইছলাম ধৰ্ম অনুসৰি সকলো নবী আৰু ৰাছুলৰ মাজত শ্ৰেষ্ঠ ৰাছুল বুলি ধৰা হয় মুহাম্মাদ(ছাঃ)ক আৰু ইছলাম ধৰ্ম অনুসৰি তেখেতেই শেষ নবী। তেওঁৰ পাছত আৰু কোনো নবী নাহিব।

লগতে চাওক

নবী

ইছলামৰ পয়গম্বৰ

তথ্যসূত্ৰ

বহিঃসংযোগ

Tags:

আল্লাহআৰবীইছলামকোৰআননবীহাদিছ

🔥 Trending searches on Wiki অসমীয়া:

পাইক প্ৰথাভ্ৰাম্যমাণ থিয়েটাৰমহাকাব্যৰামধেনুজলবিদ্যুৎভাৰতীয় ভাষাআনন্দ চন্দ্ৰ বৰুৱাঅসমীয়া ভাষা আন্দোলনশিৱধেমাজি জিলাসাপহেমাংগ কুমাৰ দত্তদেউৰী জনগোষ্ঠীসম্পাদনামোহনদাস কৰমচান্দ গান্ধীমালতীযোৰহাটসদৌ অসম ছাত্ৰ সন্থাযতি-চিনমৌখিক পৰম্পৰাশৰ্কৰাএছ এছ ৰাজামৌলীশ্ৰীমন্ত শংকৰদেৱ বঁটাজাতনামসাত বিহুনৰকাসুৰতথ্য প্ৰযুক্তিবাণীকান্ত কাকতিপ্ৰাচীন গ্ৰীচতৎসমপাঠ পৰিকল্পনাগুৱাহাটী তেল শোধনাগাৰঋকবেদঢোলকাৰ্বি জনগোষ্ঠীকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলআত্মসহায়ক গোটজোনবিল মেলাঅসমৰ চাহ জনগোষ্ঠীমানস ৰাষ্ট্ৰীয় উদ্যানযোৰানামএশিঙীয়া গঁড়শিৱসাগৰৰ শিৱদৌলহয়গ্ৰীৱ মাধৱ মন্দিৰজৈন ধৰ্মভাৰতৰ চৰকাৰী ভাষাসমূহমাইলছ ব্ৰনছনবিবাহঅসহযোগ আন্দোলনভাস্কৰাব্দমূলা গাভৰুইণ্টাৰনেটলীলা গগৈসংস্কৃতিঅসমীয়া পুৰণি সাহিত্যবুৰঞ্জীকুচিপুড়িস্বৰাজহেমচন্দ্ৰ বৰুৱামাৰ্চঅতুল চন্দ্ৰ হাজৰিকাবৰহমথুৰিফেইচবুকঅনাভেদী যৌনক্ৰিয়াসালোক সংশ্লেষণগুৱাহাটীধানকপৌ ফুলগণৰাজ্য দিৱস (ভাৰত)আহোম ভাষাজন গণ মনবাঙালী জাতিএ পি জে আব্দুল কালামমোৱামৰীয়া বিদ্ৰোহউত্তৰ গুৱাহাটীউইলিয়াম শ্বেইকছপীয়েৰমৰাণ জনগোষ্ঠীমিত্ৰদেৱ মহন্ত🡆 More