যীশু

যীশু (প্ৰায় ৪ খ্ৰীষ্টপূৰ্ব – খ্ৰীষ্টাব্দ ৩০ / ৩৩), যাক নাজাৰথৰ যীশু বা যীশু খ্ৰীষ্ট বুলিও কোৱা হয়, এজন প্ৰথম শতাব্দীৰ ইহুদী প্ৰচাৰক (ধৰ্মীয় মতবাদ) আৰু ধৰ্মীয় নেতা আছিল। তেওঁ হৈছে বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম; খ্ৰীষ্টান ধৰ্মৰ কেন্দ্ৰীয় ব্যক্তি। বেছিভাগ খ্ৰীষ্টান ধৰ্মীয় লোকে বিশ্বাস কৰে যে তেওঁ ঈশ্বৰৰ অৱতাৰ পুত্ৰ আৰু প্ৰতীক্ষিত মচীহ (খ্ৰীষ্ট); যাৰ বিষয়ে হিব্ৰু (ইহুদী) বাইবেলত ভৱিষ্যতবাণী কৰা আছে।

উল্লেখনীয় যে, প্ৰায় সকলো আধুনিক পণ্ডিতে সন্মত হয় যে যীশু ঐতিহাসিকভাৱে বিদ্যমান আছিল। ঐতিহাসিক যীশুৰ অন্বেষণে গছপেল (Gospel) ৰ ঐতিহাসিক নিৰ্ভৰযোগ্যতাৰ ওপৰত আৰু নিউ টেষ্টামেণ্ট ( New Testament) ত যীশুক কিমান নিবিড়ভাৱে চিত্ৰিত কৰিছে সেই বিষয়ে কিছু অনিশ্চয়তা সৃষ্টি কৰিছে, যিহেতু যীচুৰ জীৱনৰ একমাত্ৰ অভিলেখ বোৰ গছপেল (Gospel)-ত অন্তৰ্ভুক্ত আছে। যীশু এজন গালিলান ইহুদী আছিল, যাক জন দ্য বেপ্টিষ্টে বেপ্টিজ্কৰন কৰিছিল আৰু তেওঁ নিজৰ পৰিচৰ্য্যা আৰম্ভ কৰিছিল। প্ৰথমতে মৌখিকভৱে তেওঁৰ শিক্ষাসমূহ সংৰক্ষণ কৰা হৈছিল আৰু তেওঁক প্ৰায়ে "ৰাব্বি" বুলি কোৱা হৈছিল।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

নীতি আয়োগতেজপুৰ (লোকসভা সমষ্টি)মালিতাগণতন্ত্ৰকমিটি ভাওনামেঘালয়তথ্য প্ৰযুক্তিচেৰা-বিহুদুৰ্যোগদুৰ্গা অষ্টমীউদ্ভিদঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকাযৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগীনাটকএ পি জে আব্দুল কালামসমাজচাকৈ-চকোৱাঅসমীয়া লোক-সংস্কৃতিত পূজা-পাতলবিজ্ঞাপনহস্তীবিদ্যাৰ্ণৱভাৰতৰ প্ৰধানমন্ত্ৰীবৈচাগুআমাৰ প্ৰতিনিধিভৌতিক সংস্কৃতিশ্ৰী সূৰ্য পাহাৰপ্ৰহ্লাদচিলাৰায়ইংৰাজী ভাষাকাৰ্বি জনগোষ্ঠীগদ্যInternational Standard Book Numberআত্মসহায়ক গোটঈয়াৰুইঙ্গমনগাঁওশিশুঅসমত দেখা চৰাইবোৰভাতআনন্দৰাম বৰুৱাতিনিচুকীয়া জিলাৰজনীকান্ত বৰদলৈশিৱসাগৰৰাভা জনগোষ্ঠীঅসমীয়া লিপিৰ বুৰঞ্জীৰবীন্দ্ৰনাথ ঠাকুৰসৰ্বশিক্ষা অভিযানদশৰথপৃথিৱীবৌদ্ধ ধৰ্মহাই নান্নামাগুৰ মাছঅসমৰ পৰম্পৰাগত সাজ-পাৰঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকামামণি ৰয়ছম গোস্বামীসুন্দৰীদিয়া সত্ৰঅসমৰ পৰম্পৰাগত খেল-ধেমালিমহাদেশমুছলমানপাণিনিমণিৰাম দেৱানলোকাচাৰজননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সীনাগাৰা নামমৃত্যুঅসমৰ লোকবাদ্যবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যভট্টদেৱৰ গদ্যশৈলীশিৱসাগৰৰ শিৱদৌলমালিনী থানধুবুৰী (লোকসভা সমষ্টি)মুগা (ৰেচম)🡆 More