দিন

এটা দিন হ’ল সময় নিৰূপনৰ এক একক।

সমাৰ্থক শব্দ

দিবা, দিৱস, অহ্ন, প্ৰহৰ

জ্যোতিৰ্বৈজ্ঞানিক সংজ্ঞা

দিন 
1-->2=নক্ষত্ৰ দিন, 1-->3=সৌৰদিন

জ্যোতিৰ্বিজ্ঞানে আহ্নিক গতিৰ এক আৱৰ্তন পূৰ্ণ হওঁতে যি সময় লাগে সিয়েই হ’ল এদিন। তেনেদৰে সূৰ্যৰ আপেক্ষিকবাদ সংজ্ঞাত ক’লে সৌৰদিন (solar day) যিটো বাৰ্ষিক গতিৰ কাৰণে নক্ষত্ৰ দিনৰ (sideral day) পৰা এটা দীঘলীয়া আৰু বিভিন্ন ঋতুত কম বেছি হয়।

ভাষাগত ভাবে দিনৰ সূৰ্যৰ পোহৰেৰে আলোকিত অংশ হ’ল "দিন" আৰু অন্ধকাৰ ভাগ ৰাতি (ৰজনী)। সেই ক্ষেত্ৰত গোটেই দিন-ৰাতি বুলি ক’লে সম্পূৰ্ণ ২৪ ঘণ্টা বুজায়।

অন্যান্য সময় এককৰ সৈতে সম্পৰ্ক

  • ২৪ ঘণ্টাই (৮৬,৪০০ ছেকেণ্ডত) এটা দিন হিচাপে ধৰা হয়।
  • ১৫ দিনত এক পক্ষ বা পষেক হয়।
  • ৩০ দিনত এক মাহ হয়।
  • ৩৬৫ দিনত এক বছৰ হয়।

Tags:

🔥 Trending searches on Wiki অসমীয়া:

মৰাণ জনগোষ্ঠীভূগোলশৰৎচন্দ্ৰ চট্টোপাধ্যায়অসম মাধ্যমিক শিক্ষা পৰিষদমহাকাব্যদীৰ্ঘেশ্বৰী দেৱালয়ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাসমাজহনুমানগঙ্গা নদীসমাজবাদশ্ৰীমদ্ভগৱতগীতাঅসম চুক্তিঅসম সাহিত্য সভাদ্বিতীয় বিশ্বযুদ্ধগণতন্ত্ৰএকচেটীয়া বজাৰউত্তৰ গুৱাহাটীআমখনিকৰ (নাট)কনকলতা বৰুৱাকলাকেশৱ মহন্তছক্ৰেটিছঅসমীয়া ভাষাৰ শব্দসম্ভাৰদিহানামমানৱ শৰীৰএলভিছ আলী হাজৰিকাকাঠনিবাৰী ঘাটপালি ভাষানীলমণি ফুকন (জ্যেষ্ঠ)পৰিৱেশ তন্ত্ৰৰাম সৰস্বতীৰামায়ণঅসমৰ মন্ত্ৰ-সাহিত্যব্যক্তিত্বসমবাহু ত্ৰিভুজযাদৱ পায়েংকেঁচুসাৰতলাতল ঘৰঅসম আন্দোলনঅসমৰ চিত্ৰকলাৰ ইতিহাসআৰ্যভট্টৰুদ্ৰেশ্বৰ দেৱালয়প্ৰাকৃতিক সম্পদকৰতল কমল কমল দল নয়নদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাজাপিহাজং জনগোষ্ঠীচীনহৰি-হৰ যুদ্ধউমানন্দভটিমাঈয়াৰুইঙ্গমপুঁজিবাদসমাৰ্থক শব্দঅসমৰ ইতিহাসভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যআৰৱ সাগৰকাৰ্ল মাৰ্ক্সঅসম বিধানসভাবাল্য বিবাহতগৰঅযোধ্যা (পৌৰাণিক নগৰ)অসমৰ তেল শোধনাগাৰআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰনীলমণি ফুকন (কনিষ্ঠ)শোণিত কুঁৱৰীগোৱালপাৰা জিলাশিশু সাহিত্যনাথান ব্ৰাউনশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহবিশ্ব মেলেৰিয়া দিৱসঅসমৰ পুৰণি স্থাপত্য🡆 More