ধঁপাত

ধঁপাত (ইংৰাজী: Tobacco) হৈছে ধঁপাত গছৰ পাত সংৰক্ষণ কৰি তৈয়াৰ কৰা এক প্ৰকাৰৰ দ্ৰব্য। ধঁপাত গছৰ আদি নিবাস উত্তৰ আৰু দক্ষিণ আমেৰিকা। ধঁপাত গছৰ শুকান পাতক ধঁপাত বোলা হয়। ধঁপাত গছ ১২-১৮ ইঞ্চি ওখ হয়। ধঁপাত এবিধ নিচাজাতীয় পদাৰ্থ। ধঁপাত চিগাৰেট, বিড়ি, চুৰট, হোকা, আদি বিভিন্ন পদ্ধতিৰ দ্বাৰা ধুমপান কৰা হয়। ধুমপানৰ উপৰিও ধঁপাত বিভিন্ন প্ৰকাৰে সেৱন কৰা হয়, যেনে চোবাই (জৰ্দা, ছাদা, হিচাপে পান বা তামোলৰ লগত খোৱা হয়), ওঠৰ ফাঁকত গুঁজি (যেনে খৈনি), বা নাকত ভৰাই (নসি)।

ধঁপাত
ধঁপাত খেতি

ধঁপাতৰ মূল নিচাজাতীয় উপাদান হৈছে নিক'টিন। নিক'টিন এক প্ৰকাৰৰ স্নায়ুবিষ (নিউৰ'টক্সিন), যি এক ধৰণৰ এচিটাইলক'লিন সংগ্ৰাহকৰ ওপৰত কাৰ্য কৰে। কিন্তু ধঁপাতৰ ধোৱাত নিক'টিনৰ বাদেও নানা কেঞ্চাৰসৃষ্টিকাৰী পদাৰ্থ থাকে, যেনে বেঞ্জ'পাইৰিণ ইত্যাদি বহুচক্ৰী এৰ'মেটিক যৌগ। ধঁপাত অত্যন্ত বিষাক্ত পদাৰ্থ, এটা চিগাৰেটত যিমানখিনি ধঁপাত থাকে, সেইখিনি যদি প্ৰত্যক্ষভাৱে শৰীৰত প্ৰৱেশ কৰে, তেন্তে দ্ৰুত মৃত্যু অনিবাৰ্য। ধুমপানৰ ফলত ধীৰে ধীৰে আয়ু কমি আহি থাকে। কেৱল কেঞ্চাৰৰ প্ৰৱণতাই নহয়, ইয়াক হৃদৰোগৰ কাৰক বুলি গণ্য কৰা হয়।

নামকৰণ

ধঁপাতৰ ইংৰাজী ‘Tobacco’ শব্দটো স্পেনিছ "tabaco" শব্দৰ পৰা আহৰণ কৰা হৈছে। ইয়াক, ১৪১০ চনলৈকে এক ধৰণৰ স্পেনিছ আৰু ইটালিয়ান শব্দ ঔষধি উদ্ভিদ বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ইংৰাজী ভাষাউত্তৰ আমেৰিকাতামোলদক্ষিণ আমেৰিকা

🔥 Trending searches on Wiki অসমীয়া:

শিৱভাষাবিজ্ঞানমনোবিজ্ঞানসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাউদাৰনৈতিকতাবাদবায়ু প্ৰদূষণ২৪ এপ্ৰিলউত্তৰ-পূব ভাৰতপদাৰ্থৰ অৱস্থাঅসমীয়া জাতিচ'মাংকানবড়ো চুক্তি ২০২০বিজ্ঞাপনতুলাপাত২৬ এপ্ৰিলসমবাহু ত্ৰিভুজজৈৱ বৈচিত্ৰ্যঅসমৰ মন্ত্ৰ-সাহিত্যদশৰথঅযোধ্যা (পৌৰাণিক নগৰ)লভিতামাতৃভাষাঅসমৰ ধান খেতিৰ সঁজুলিসমূহপথৰুঘাটৰ ৰণসম্ৰাট অশোকফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাকল্পনা চাওলাগৰু বিহুনামঘৰহেমচন্দ্ৰ বৰুৱাঅসমীয়া গীতি সাহিত্যএ কে গাৰ্নিপ্লাষ্টিকৰাষ্ট্ৰসংঘ দিৱসঅসম বিধানসভাঅসমৰ বাঁহ-বেতৰ শিল্পনলিনীবালা দেৱীআমলখিজলবিদ্যুৎখেৰাইনৱকান্ত বৰুৱাঅপৰিমেয় সংখ্যাভ্ৰাম্যমাণ থিয়েটাৰঅপাৰেটিং চিষ্টেমবসন্ত ঋতুৱেবছাইটশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘঅসমত মহাত্মাভট্টদেৱবিঘাকপিৰাইটমামণি ৰয়ছম গোস্বামীৰ উপন্যাসউপভাষাবেটুপাতভীমৰাও ৰামজী আম্বেদকাৰসৰ্বানন্দ সোণোৱালবাবৰঅখণ্ড সংখ্যাৰাম মন্দিৰ, অযোধ্যাভটিমাডাকৰ বচনমৰাণ জনগোষ্ঠীধৰ্মৰাজ্যসভাফলশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯গোলকীকৰণআইজাক নিউটনযোগাসনঅৰ্জুন ভঞ্জনকৃষ্ণ ভূঞাযৌন প্ৰৱেশক্ৰিয়াযাদৱ পায়েংগোলকীয় উষ্ণতা বৃদ্ধিদেৱকান্ত বৰুৱা🡆 More