মৃত্যু: জীৱনৰ সমাপ্তি

মৃত্যু (ইংৰাজী: Death) হৈছে এনে এটা অৱস্থা য'ত এটা জীৱৰ সকলো জৈৱিক ক্ৰিয়া বন্ধ হৈ যায়। বৰ্দ্ধিত বয়স, চিকাৰ, অপুষ্টি, ৰোগ, আত্মহত্যা, হত্যা, আকাল, জলাভাৱ, আৰু দুৰ্ঘটনা অন্য আঘাত যাৰ বাবে চূড়ান্ত আভ্যন্তৰিণ ক্ষতি আদিৰ বাবে জীৱৰ মৃত্যু হ'ব পাৰে। মৃত্যুৰ ঠিক পিছৰে পৰা জীৱদেহ পচিবলৈ আৰম্ভ কৰে। মৃত্যুক সাধাৰণতে দূখজনক বা বেয়া ঘটনা বুলি বিবেচনা কৰা হয়, কাৰণ মৃত্যুৰ পিছত মৃতক জনৰ লগত থকা সকলো আবেগিক বান্ধোনৰ অন্ত পৰে, বা মৃত্যুৰ ভয়, নেক্ৰ'ফ'বিয়া, দূঃচিন্তা, দূখ, শোক, আবেগিক বেদনা, অৱসাদ, সহানুভূতি, দয়া, নিঃসংগতা, বা নিৰুদ্দেশ।

মৃত্যুৰ চিহ্নসমূহ

এটা উষ্ম তেজৰ জীৱৰ মৃত্যুৰ চিহ্ন বা লক্ষণবোৰ হৈছে:

  • শ্বাসক্ৰিয়া বন্ধহোৱা।
  • কাৰ্ডিয়াক এৰেষ্ট, হৃদ ক্ৰিয়া বন্ধ হৈ যোৱা (পালছ নেমাৰে)।
  • Pallor mortis, মৃত্যুৰ ১৫-১২০ মিনিটৰ পাছত দেহটো শেঁতা পৰি যায়।
  • Livor mortis, দেহৰ নিম্নাংশত তেজ গোট মাৰে (নিৰ্ভৰ কৰে)।
  • Algor mortis, মৃত্যুৰ পিছত দেহৰ উষ্ণতা কমি যায়।
  • Rigor mortis, মৃতদেহৰ হাত-ভৰি জঠৰ হৈ পৰে আৰু লৰচৰ কৰাবলৈ টান হয় বা দেহটো পচিবলৈ আৰম্ভ কৰে। দূৰ্গন্ধ সৃষ্টিৰে দেহৰ জটিল পদাৰ্থবোৰ সৰল পদাৰ্থলৈ ৰূপান্তৰ হ'বলৈ ধৰে।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ সত্ৰসমূহৰ তালিকাভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যপদ (ব্যাকৰণ)আত্মসহায়ক গোটবসন্ত ঋতুস্বাস্থ্যবাজেটজ্যামিতিবহল ব্যাকৰণমহামায়া ধামসংগীতভৃগু কুমাৰ ফুকনকেতেকী ফুলপাঠ পৰিকল্পনাকপৌ ফুলমহাকাব্যএহাত ডাবামেলেৰিয়াআকবৰক্ষওজাপালিনগাঁও (লোকসভা সমষ্টি)শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়আন্তৰ্জাতিক শ্ৰমিক দিৱসঅৰণ্যগৱেষণাবিবাহআনন্দৰাম ঢেকিয়াল ফুকনমৰিগাঁও জিলাযোৰহাট জিলাবসন্ত ৰোগঅসমৰ ইতিহাসঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাশালস্তম্ভ ৰাজবংশনাঙলমহাসাগৰটুক্ৰেশ্বৰী দেৱালয়ভাষাঅখণ্ড সংখ্যাভেঁকুৰভাৰতৰ সংবিধাননলবাৰী জিলাকৰ'নাভাইৰাছ ৰোগ ২০১৯আলেকজেণ্ডাৰ ফ্লেমিংতৎসমপ্ৰদূষণৰাধাগোবিন্দ বৰুৱাচিৰ চেনেহী মোৰ ভাষা জননীমৰুদ্যানভাৰতীয় টকাউপভাষাব-দ্বীপধুবুৰী (লোকসভা সমষ্টি)ফাট বিহুগড়গাঁওনৱবিধা ভক্তিবৰষুণমনোমতীৰুক্মিণী হৰণ নাটভগদত্তজাতীয়তাবাদঅতুল চন্দ্ৰ হাজৰিকাশব্দ প্ৰদূষণকামাখ্যা মন্দিৰপৃথিৱীফাকে জনগোষ্ঠীউদাৰনৈতিকতাবাদভিটামিনআহোম ৰাজ্যমহিলাৰ বিৰুদ্ধে হিংসাশ্ৰীমন্ত শংকৰদেৱভাৰতীয় ভাষা🡆 More