৫ ছেপ্টেম্বৰ: তাৰিখ

৫ ছেপ্টেম্বৰ (ইংৰাজী: 5 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪৮তম (অধিবৰ্ষত ২৪৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

ঘটনাৱলী

  • ১৬১২ - ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চাৰিখন জাহাজৰ সৈতে নৌ-বাহিনী গঠন কৰে।
  • ১৯৫৭ - সংসদত কৰ বিধেয়ক গৃহীত হৈছিল।
  • ২০০০ - বিশিষ্ট পৰিচালক হৃষীকেশ মুখাৰ্জীলৈ ১৯৯৯ চনৰ দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল।

জন্ম

  • ১৬৩৮ - লুই চতুৰ্দশ, ফ্ৰান্সৰ ৰজা, দা চান কিং হিচাপে পৰিচিত, ফ্ৰান্সৰ সৰ্বাধিক সময় শাসন কৰ্তা।
  • ১৮৫০ - ইউজেন গ'ল্ডষ্টেইন (Eugen Goldstein), জাৰ্মান পদাৰ্থ বিজ্ঞানী, এনড ৰশ্মিৰ আৱিষ্কাৰক।
  • ১৮৭৪ - আনন্দ চন্দ্ৰ আগৰৱালা, অসমীয়া কবি।
  • ১৮৮৮ - সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ, ভাৰতৰ ৰাষ্ট্ৰপতি তথা শিক্ষাবিদ। শিক্ষকসকলৰ প্ৰতি অসীম শ্ৰদ্ধা আৰু মৰম কৰিছিল ৰাধাকৃষ্ণণে। সেইবাবে তেওঁৰ জন্ম দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ১৯৬২ চনৰ আজিৰ দিনটোৰপৰাই তেখেতৰ জন্মদিনটো ভাৰতত শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লোৱা হয়।
  • ১৯৩৩ - লক্ষ্মীনাৰায়ণ ৰামদাস, প্ৰাক্তন নৌ-সেনাৰ অধ্যক্ষ, মেগছেছে বঁটা বিজয়ী।
  • ১৯৫২ - বিধু বিনোদ চোপ্ৰা, কথাছবি পৰিচালক আৰু নিৰ্মাতা।

মৃত্যু

  • ১৮৫৭ - আগাষ্ট কমটে (Auguste Comte), ফৰাচী দাৰ্শনিক, আধুনিক বিজ্ঞানৰ প্ৰথম দাৰ্শনিক।
  • ১৯০২ - ৰুডলফ ভিৰ্চো, জাৰ্মান জীৱ বিজ্ঞানী, আধুনিক ৰোগবিদ্যাৰ পিতৃ পুৰুষ।
  • ১৯০৬ - লডৱিগ ব'ল্টমেন (Ludwig Boltzmann), অষ্ট্ৰিয়ান পদাৰ্থ বিজ্ঞানী, ব'ল্টমেন ধ্ৰুৱক আৰু পাৰিসাংখ্যিক বলবিজ্ঞানৰ (statistical mechanics) বাবে জনাজাত।
  • ১৯৮৬ - নীৰজা ভনোট, অশোকচক্ৰ বিজিতা বিমান পৰিচালিকা।
  • ১৯৯৭ - মাদাৰ টেৰেছা, 'মিছনেৰীজ অফ চেৰিটি'ৰ প্ৰতিষ্ঠাতা তথা ভাৰতৰত্ন সন্মানেৰে বিভূষিত। তাইৰ যুগোশ্লাভিয়াৰ আদ্ৰিয়াটিক সাগৰৰ পাৰত স্কোপজে চহৰত জন্ম হৈছিল।
  • ২০০৪ - ইন্দিৰা মিৰি (ইংৰাজী: Indira Miri), অসমৰ এগৰাকী শিক্ষাবিদ আৰু বিদুষী মহিলা।
  • ২০১৭ - গৌৰী লংকেশ (Gauri Lankesh), সাংবাদিক।

দিৱস

  • ভাৰতৰ শিক্ষক দিৱস।
  • আন্তৰ্জাতিক দান-বৰঙণি দিৱস। (International Day of Charity)

বাহ্যিক সংযোগ


তথ্যসূত্ৰ

Tags:

৫ ছেপ্টেম্বৰ ঘটনাৱলী৫ ছেপ্টেম্বৰ জন্ম৫ ছেপ্টেম্বৰ মৃত্যু৫ ছেপ্টেম্বৰ দিৱস৫ ছেপ্টেম্বৰ বাহ্যিক সংযোগ৫ ছেপ্টেম্বৰ তথ্যসূত্ৰ৫ ছেপ্টেম্বৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাসাম্যবাদঅন্নপ্ৰাশনঅম্বিকাগিৰি ৰায়চৌধুৰীগুৱাহাটীবসন্ত ঋতুনদীধানঅসমৰ মাছযৌন সংগমআলাবৈৰ ৰণমিজোৰামৱিকিপিডিয়াসপ্তকাণ্ড ৰামায়ণঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগযুগ্ম সংখ্যাকুলিঅসমীয়া লোক-সংস্কৃতিসম্পাদনাঅনাভেদী যৌনক্ৰিয়াঅংকীয়া নাটশিক্ষা মনোবিজ্ঞানকাৰেংঘৰবেদপৰিমেয় সংখ্যামহাসাগৰঅযোধ্যা (পৌৰাণিক নগৰ)ইণ্টাৰনেটনামঘৰপোৱামক্কাঅসমৰ সত্ৰসমূহৰ তালিকাগুগলভৌতিক সংস্কৃতিসংমিশ্ৰিত মীন-পালনযোগেশ দাসমাঘ বিহুহৰপ্পাপুথিভঁৰালনৱবিধা ভক্তিমাৰ্ক্সবাদঅসমআধুনিকতাবাদকলবসন্ত ৰোগপ্ৰদূষণনিৰ্মলপ্ৰভা বৰদলৈশৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰাধাগোবিন্দ বৰুৱাদীনেশ চন্দ্ৰ গোস্বামীকেতেকী ফুলবাগ্‌ধ্বনিনিচুকনি গীতঅসম আৰক্ষীবাঁহীটকা (বাদ্য)শিক্ষাৰ অধিকাৰপাইথেগাৰাছঘৰ শালিকামিচিং জনগোষ্ঠীৰ সাজপাৰজাতিসংঘঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকা২০২১ৰ অসম বিধানসভা নিৰ্বাচনউপভাষাৰাজিয়া চুলতানাঋণাত্মক অখণ্ড সংখ্যাত্ৰিপুৰাৰামধেনু (আলোচনী)প্ৰাকৃতিক পৰিৱেশসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাগুণমালাউত্তৰ-পূব ভাৰত🡆 More