২৪ ছেপ্টেম্বৰ: তাৰিখ

২৪ ছেপ্টেম্বৰ (ইংৰাজী: 24 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬৭তম (অধিবৰ্ষত ২৬৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯৮টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

ঘটনাৱলী

  • ১৭২৬ - কলকাতা, চেন্নাই আৰু মুম্বাইত পৌৰ নিগম তথা আদালত স্থাপনৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা অনুমতি লাভ কৰে।
  • ২০০১ - আমেৰিকা যুক্তৰাষ্ট্ৰত থকা বিন লাডেনৰ সম্পত্তি বাজেয়াপ্ত কৰা হয়।
  • ২০০২ - গুজৰাটৰ গান্ধীনগৰৰ অক্ষৰধাম মন্দিৰত উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত দুজন উগ্ৰপন্থীসহ ২৬জন লোকৰ মৃত্যু হয়।
  • ২০০৭ - প্ৰথম টুৱেণ্টী ২০ বিশ্বকাপ ক্ৰিকেটত পাকিস্তানক ৫ ৰানত পৰাজিত কৰি ভাৰত চেম্পিয়ন হয়।
  • ২০১৩ - পাকিস্তানত সংঘটিত হয় এক ভয়াবহ ভূমিকম্পৰ। এই ভূমিকম্পৰ ফলত পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ সাগৰ তীৰত থকা এটা সৰু দ্বীপ ‘যলযলা জাযীৰা’-ৰ সৃষ্টি হয়।
  • ২০১৪ - ভাৰত মঙ্গলযানৰ দ্বাৰা মঙ্গল অভিযানৰ প্ৰথম প্ৰচেষ্টাতে সফল হোৱা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়।

জন্ম

  • ১৭৯৩ - ৰাণী ৰাসমণি, ব্ৰিটিছ ভাৰতৰ এগৰাকী জমিদাৰ আৰু সমাজসেৱক।
  • ১৮৬১ - ভিখাজী ৰুষ্টম কামা, ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম সংগ্ৰামী।
  • ১৮৯৫ - আন্দ্ৰে ফ্ৰেডেৰিক কৰনাদ, প্ৰখ্যাত ফৰাচী চিকিৎসক তথা শৰীৰবিদ।
  • ১৯২২ - অসিত সেন, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰগ্ৰহণকাৰী আৰু চিত্ৰনাট্য লেখক।
  • ১৯২৪ - কৃষ্ণকুমাৰ শুক্লা, জাতীয়তাবাদী কংগ্ৰেছৰ বিশিষ্ট শ্ৰমিক নেতা।
  • ১৯২৫ - অতাৰ সিং পেণ্টাল, ভাৰতীয় চিকিৎসা বিজ্ঞানী।
  • ১৯৪০ - আৰতি গুপ্তা সাহা, ভাৰতীয় দীৰ্ঘ-দূৰত্বৰ সাঁতোৰবিদ।
  • ১৯৮২ - হিমাংশু প্ৰসাদ দাস, অসমৰ কবি, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক।

মৃত্যু

  • ১৯০৪ - নীলছ ৰাইবাৰ্গ ফিনছেন, প্ৰসিদ্ধ চিকিৎসা বিজ্ঞানী। ফটোথেৰাপী আৱিষ্কাৰৰ বাবে তেওঁৰ নাম বিশেষভাৱে বিখ্যাত।
  • ১৯৯৯ - পান্নালাল অছোৱাল, অসমৰ পৰা অপহৃত বিজেপি প্ৰাৰ্থী আছিল, আততায়ীৰ হাতত মৃত্যু হয়।
  • ২০০২ - ড° পি আৰ পিশ্বাৰোটী, ভাৰতীয় মহাকাশ আৰু পদাৰ্থ বিজ্ঞানী, ভাৰতীয় দূৰ সংবেদনৰ (remote sensing) পিতৃ পুৰুষ।
  • ২০১৭ - আব্দুল মজিদ, অসমৰ এজন চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, নাট্যকাৰ আৰু অভিনেতা।
  • ২০১৭ - নন্দ কিশোৰ মহেশ্বৰী, অসমৰ বিশিষ্ট শিল্পী, সাংবাদিক, স্থপতিবিদ, নাট্যকাৰ আৰু সমাজকৰ্মী৷

দিৱস

বাহ্যিক সংযোগ



তথ্য় সূত্ৰ

Tags:

২৪ ছেপ্টেম্বৰ ঘটনাৱলী২৪ ছেপ্টেম্বৰ জন্ম২৪ ছেপ্টেম্বৰ মৃত্যু২৪ ছেপ্টেম্বৰ দিৱস২৪ ছেপ্টেম্বৰ বাহ্যিক সংযোগ২৪ ছেপ্টেম্বৰ তথ্য় সূত্ৰ২৪ ছেপ্টেম্বৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

মাধৱদেৱমেঘালয়ৰ মাতৃবংশীয় সমাজআমেৰিকা যুক্তৰাষ্ট্ৰসোৱণশিৰি নদীমাৰ্ঘেৰিটা মহকুমামালিতামৌখিক পৰম্পৰাআমপাঠ্যক্ৰমকেশৱ মহন্তজ্যোতিপ্ৰসাদ আগৰৱালাবিবাহমহাদেশবহনক্ষম ভূমি ব্যৱস্থাপনাহৰণ (গণিত)সত্যনাথ বৰাঅসমৰ লোকবাদ্যকোচ ৰাজবংশইণ্টাৰনেটকথা কবিতাবিহুভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাবিশ্বনাথ চাৰিআলিভাওনাশ্ৰী শ্ৰী বটদ্ৰৱা থানফাকে জনগোষ্ঠীমণিকৰ্ণেশ্বৰ দেৱালয়ঋতুদিননীতি আয়োগকোণঅসমৰ নদীসমূহৰ তালিকাজামুগুৰিহাটঅসমৰ মুখা শিল্পহুঁচৰিগুণাভিৰাম বৰুৱাহেম বৰুৱাহিউমাছযতীন্দ্ৰ নাথ দুৱৰামৰাণ জনগোষ্ঠীভেঁকুৰমোৱামৰীয়া বিদ্ৰোহশুৱালকুছিম'হৰ শিঙৰ পেঁপাঅষ্ট্ৰেলিয়াজৱাহৰলাল নেহৰুবাংলাদেশভাষাবিজ্ঞান২৫ এপ্ৰিলবাঁহীৰবীন্দ্ৰনাথ ঠাকুৰবেদবসন্ত ঋতুনাৰী সবলীকৰণভেদাই লতাকমলাবাৰী সত্ৰসোণোৱাল কছাৰীআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডঘৰচিৰিকামে ডাম মে ফিপ্ৰকৃতিব্যষ্টিবাদী অৰ্থনীতিহেমচন্দ্ৰ বৰুৱাঅসমীয়া প্ৰতিদিনপৰিয়ালভূমিকম্পকৰডি এন এধ্যান চান্দকাৰেঙৰ লিগিৰীৰঙিয়া ৰেলৱে সংমণ্ডলবেণুধৰ শৰ্মাঅসমৰ পৰম্পৰাগত খেল-ধেমালিসালোক সংশ্লেষণ🡆 More