২৭ ছেপ্টেম্বৰ: তাৰিখ

২৭ ছেপ্টেম্বৰ (ইংৰাজী: 27 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭০তম (অধিবৰ্ষত ২৭১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯৫টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

ঘটনাৱলী

  • ১২৯০ - চীনত হোৱা প্ৰবল ভূমিকম্পৰ ফলত এক লাখ লোকৰ মৃত্যু হয়।
  • ১৭৬০ - মীৰজাফৰক গাদীচ্যুত কৰি মীৰকাচিম বংগৰ নৱাব হয়।
  • ১৮২৫ - ইংলেণ্ডৰ ষ্টকটন আৰু ডাৰলিংটন চহৰৰ মাজত ভাপচালিত ইঞ্জিনে টনা পৃথিৱীৰ প্ৰথম যাত্ৰীবাহী আৰু মালবাহী ৰে'লগাড়ীৰ চলাচল আৰম্ভ হয়।
  • ১৯৫৮ - ভাৰতৰ মিহিৰ সেনে ইংলিছ চেনেল সাঁতুৰি অতিক্ৰম কৰে। ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা তেৱেই প্ৰথম ভাৰতীয়।
  • ১৯৯৬ - তালিবানৰ দ্বাৰা কাবুল দখল হৈছিল।
  • ২০০৩ - প্ৰথম বাৰৰ বাবে বিশ্বত বিজ্ঞানীসকলৰ দ্বাৰা নিগনিৰ ক্ল’ন সম্পন্ন হয়।

জন্ম

  • ১৬০১ - লুই ত্ৰয়োদশ, ফ্ৰান্সৰ ৰজা।
  • ১৭২২ - চেমুৱেল আডামছ, আমেৰিকাৰ বিপ্লৱী আৰু প্ৰতিষ্ঠাপক পিতৃ পুৰুষ সকল মাজৰ এজন।
  • ১৭৮৩ - আগাষ্টিন দে ইটুৰবিডে বা মেক্সিকোৰ আগাষ্টিন, মেক্সিকোৰ সেনাপতি আৰু ৰাজনেতা। (মৃঃ ১৯ জুলাই, ১৮২৪)
  • ১৮৬২ - লুইছ ব'থা (Louis Botha), দক্ষিণ আফ্ৰিকাৰ প্ৰথম প্ৰধানমন্ত্ৰী।
  • ১৮৭০ - গ্ৰাছিয়া ডেলেড্ডা, ইটালীৰ গল্প লেখিকা আৰু ঔপন্যাসিকে। ১৯২৬ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
  • ১৯০৭ - ভগৎ সিঙ, ভাৰতৰ স্বাধীনতা আন্দোলনৰ সংগ্ৰামী নেতা।
  • ১৯২২ - বীৰেন্দ্ৰ কুমাৰ ফুকন, অসমৰ এগৰাকী সংগীতজ্ঞ।
  • ১৯৩২ - য়শ চোপ্ৰা, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
  • ১৯৬৮ - ৰাহুল দেৱ, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা।
  • ১৯৮১ - লক্ষ্মীপতি বালাজী, ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ।
  • ১৯৮৪ - এভ্ৰিল লেভীন (Avril Lavigne), কানাডাৰ গায়িকা আৰু অভিনেত্ৰী।

মৃত্যু

  • ১৮৩৩ - ৰাজা ৰামমোহন ৰায়, সমাজ সংস্কাৰক।
  • ১৯১৭ - এডগাৰ ডেগাস (Edgar Degas), ফৰাচী চিত্ৰশিল্পী।
  • ১৯৩৩ - কামিনী ৰায়, ব্ৰিটিছ শাসনৰ সময়ৰ এগৰাকী শীৰ্ষ বঙালী সমাজকৰ্মী আৰু নাৰীবাদী কবি।
  • ১৯৬৫ - ক্লাৰা বউ (Clara Bow), অবাক কথাছবিৰ আমেৰিকান অভিনেত্ৰী।
  • ১৯৭২ - এছ আৰ ৰংগনাথন, ভাৰতৰ এগৰাকী গণিতজ্ঞ আৰু পুথিভঁৰালী।
  • ১৯৭৩ - জেহিৰুদ্দিন আহমদ, অসমৰ শিক্ষা জগতৰ এজন কিংবদন্তি শিক্ষক আৰু সমাজ-সেৱক।
  • ২০০৮ - মহেন্দ্ৰ কাপুৰ, হিন্দী কথাছবিৰ প্ৰখ্যাত গায়ক।

দিৱস

বাহ্যিক সংযোগ


তথ্য সূত্ৰ

Tags:

২৭ ছেপ্টেম্বৰ ঘটনাৱলী২৭ ছেপ্টেম্বৰ জন্ম২৭ ছেপ্টেম্বৰ মৃত্যু২৭ ছেপ্টেম্বৰ দিৱস২৭ ছেপ্টেম্বৰ বাহ্যিক সংযোগ২৭ ছেপ্টেম্বৰ তথ্য সূত্ৰ২৭ ছেপ্টেম্বৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

নামেৰি ৰাষ্ট্ৰীয় উদ্যানদুৰ্গা পূজাবকুল ফুলৰ দৰে (গ্ৰন্থ)ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকানাটকশাল গছশিৱসাগৰভীমৰাও ৰামজী আম্বেদকাৰকুলিভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকামানৱ ভূগোলফাকে জনগোষ্ঠীগায়ন-বায়নৰামৰাজ্যসভাসৌৰজগতজন গণ মনমদন কামদেৱ দেৱালয়অপভ্ৰংশমৃণাল কলিতাবৰপেটা (লোকসভা সমষ্টি)অসম চাহশৰাইঘাট দলংউমাচল শিলালিপিএককোষী জীৱৰুক্মিণীপাঠ পৰিকল্পনাহুঁচৰিউমানন্দচিৰ চেনেহী মোৰ ভাষা জননীফুলঅসমৰ পুৰণি স্থাপত্যঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তগণৰাজ্য দিৱস (ভাৰত)খনিকৰ (নাট)লুৰিন জ্যোতি গগৈসাধুকথাঅণুবীক্ষণ যন্ত্ৰবিজ্ঞানচুটিগল্পসোণোৱাল কছাৰীদুৰ্গাবৰগীতগোলাঘাটব্যৱস্থাপনাভাৰত-আৰ্য ভাষা পৰিয়ালগুগলআমেৰিকা যুক্তৰাষ্ট্ৰকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলবিষ্ণুৰাম মেধিভাৰতৰ জাতীয় পতাকাপ্ৰবীণা শইকীয়াপাৰিপাৰ্শ্বিক সংঘাত২৩ এপ্ৰিলক্ৰিকেটভাইটি (চলচ্চিত্ৰ)ইংৰাজী ভাষাঅসমৰ চাহ জনগোষ্ঠীৰাজিয়া চুলতানাবিষুৱ ৰেখাভাৰতৰ সংৰক্ষণ ব্যৱস্থাঅসমীয়া ব্যাকৰণউত্তৰ-পূব ভাৰতমহিম বৰাকাতি বিহুঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাউইলিয়াম শ্বেইকছপীয়েৰগুৰু আসনসত্ৰমোৱামৰীয়া বিদ্ৰোহবৰাক উপত্যকাহিন্দী ভাষাটুক্ৰেশ্বৰী দেৱালয়হয়গ্ৰীৱ মাধৱ মন্দিৰইয়াণ্ডাবু সন্ধি🡆 More