১৮ ছেপ্টেম্বৰ: তাৰিখ

১৮ ছেপ্টেম্বৰ (ইংৰাজী: 18 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬১তম (অধিবৰ্ষত ২৬২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

ঘটনাৱলী

  • ১৬১৫ - ব্ৰিটিছ ৰাষ্ট্ৰদূত ছাৰ থমাছ ৰ' মোগল সম্ৰাট জাহাঙ্গীৰক লগ কৰিবলৈ আহি ভাৰতৰ চুৰাট বন্দৰত উপস্থিত হয়।
  • ১৮০৩ - ব্ৰিটিছে পুৰী দখল কৰে।
  • ১৯৪৮ - হায়দৰাবাদৰ নিজামৰ সেনা বাহিনীয়ে ভাৰতীয় সেনা বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰা বাবে অপাৰেছন প'ল' বাতিল কৰা হয়।
  • ১৯৬৭ - নাগালেণ্ডত ইংৰাজী ভাষা নিৰ্দেশনাৰ মাধ্যম হিচাপে লোৱা হৈছিল।

জন্ম

  • ৫৩ - ট্ৰ'জান (Trajan), ত্ৰয়োদশ ৰোমান সম্ৰাট।
  • ১৭০৯ - চেমুৱেল জনছন (Samuel Johnson), ইংৰাজ শিক্ষাবিদ আৰু অভিধান প্ৰণেতা।
  • ১৮৯৫ - জন ডিফেনবেকাৰ (John Diefenbaker), কানাডাৰ ত্ৰয়োদশ প্ৰধান মন্ত্ৰী।
  • ১৮২৪ - ৰেৱতী মোহন দত্তচৌধুৰী বা শীলভদ্ৰ, অসমৰ প্ৰখ্যাত গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ।
  • ১৯৪৬ - মুকুন্দকাম শৰ্মা, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ।
  • ১৯৫০ - শাবানা আজমী (Shabana Azmi), এগৰাকী ভাৰতীয় অভিনেত্ৰী। চলচ্চিত্ৰ অভিনয়ৰ সমান্তৰালকৈ তেওঁ সামাজিক বিষয়ৰ সৈতেও জড়িত। তেওঁ উৰ্দু ভাষাৰ কবি কাইফী আজমী আৰু মঞ্চ অভিনেত্ৰী চৌকত কাইফীৰ জীয়ৰী।
  • ১৯৭৬ - ৰ'নাল্ড' (Ronaldo), ব্ৰাজিলৰ ১৯৯৪ আৰু ২০০২ চনৰ বিশ্ব কাপ বিজয়ী দলৰ মুখ্য় ফুটবল খেলুৱৈ। ২০০২ চনৰ বিশ্ব কাপ ফুটবলৰ ম'ষ্ট ভেলুৱেবল প্লেয়াৰ

মৃত্যু

  • ৯৬ - ডমিচিয়ান (Domitian), ৰোমান সম্ৰাট।
  • ১৮৭৩ - লিঅ'নাৰ্ড অইলাৰ (Leonhard Euler), চুইছ গণিতজ্ঞ, পদাৰ্থবিজ্ঞানী, জ্যোতিৰ্বিজ্ঞানী, ভূগোলবিজ্ঞানী, নৈয়ায়িক (logician) আৰু অভিযন্তা আছিল। টপ'ল'জি আৰু গ্ৰাফ থিয়ৰীৰ আৱিষ্কাৰক। (জঃ ১৫ এপ্ৰিল, ১৭০৭)
  • ১৯৬১ - ডগ হেমাৰস্খ'ল্ড (Dag Hammarskjöld), ৰাষ্ট্ৰসংঘৰ দ্বিতীয় সচিব। শান্তিৰ ন'বেল বঁটা জয়ী। বিমান দুৰ্ঘটনাত নিহত হৈছিল। (জঃ ২৯ জুলাই, ১৯০৫)
  • ১৯৭৮ - আব্ৰাহাম থ'মাছ কুভুৰ, ভাৰতীয় মূলৰ অধ্যাপক আৰু যুক্তিবাদী।
  • ২০১১ - ৰামশৰণ দৰ্নাল, নেপালী নৃতাত্ত্ৱিক সংগীতবিজ্ঞানী।
  • ২০১৩ - কেন নৰ্টন (Ken Norton), আমেৰিকান বক্সিং খেলুৱৈ।
  • ২০২১ - ডঃবাণীকান্ত শৰ্মা। বিশিষ্ট শিক্ষাবিদ,গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অসমীয়া বিভাগৰ অধ্যাপক, সু সাহিত্যিক,অভিধান প্ৰণেতা ।

দিৱস

  • বিশ্ব জল পৰিদৰ্শন দিৱস

বাহ্যিক সংযোগ

তথ্য সূত্ৰ

Tags:

১৮ ছেপ্টেম্বৰ ঘটনাৱলী১৮ ছেপ্টেম্বৰ জন্ম১৮ ছেপ্টেম্বৰ মৃত্যু১৮ ছেপ্টেম্বৰ দিৱস১৮ ছেপ্টেম্বৰ বাহ্যিক সংযোগ১৮ ছেপ্টেম্বৰ তথ্য সূত্ৰ১৮ ছেপ্টেম্বৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতৰ নিৰ্বাচন আয়োগআলেকজেণ্ডাৰ গ্ৰাহাম বে'লশেৱালি ফুলপ্লেটোঅণুগল্পঅসমৰ ইতিহাসজীৱনীগোৱালপৰীয়া লোকগীতনিমাতী কইনাহিন্দু ধৰ্মশ্ৰীনিবাস ৰামানুজনমৰুভূমিমণিৰাম দেৱান (চলচ্চিত্ৰ)চুতীয়া ৰাজ্যগঙ্গা নদীভাৰত ত্যাগ আন্দোলনমেলেৰিয়াশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘদৰং জিলাৰাজনৈতিক দলনৰকাসুৰকৃষ্ণকান্ত সন্দিকৈপাঠ্যক্ৰমগোলকীকৰণপ্ৰথম বিশ্বযুদ্ধসপ্তকাণ্ড ৰামায়ণগুৰু আসনলক্ষ্মীধৰ শৰ্মাজ্যোতিপ্ৰসাদ ৰচনাৱলীমাৰ্ঘেৰিটা মহকুমাসোণোৱাল কছাৰীঅসমৰ সমস্যা২৬ এপ্ৰিলইংৰাজী ভাষাপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাপথৰুঘাটৰ ৰণবৰপেটাতেজপুৰসংঘাতপালি ভাষাঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাঘৰচিৰিকাজল প্ৰদূষণৱিকিমিডিয়া ফাউণ্ডেশ্যনতথ্য জনাৰ অধিকাৰ আইন, ২০০৫ব্যাকৰণবিদ্যুৎযোৰহাটবুঢ়ী আইৰ সাধুঅসমত দেখা পোৱা মাছৰ তালিকাআনন্দ চন্দ্ৰ আগৰৱালাপৰিসংখ্যাকম্পিউটাৰমে ডাম মে ফিভাৰতৰ স্বাধীনতা আন্দোলনআকাশবাণী গুৱাহাটীভাস্কৰ (প্ৰথম)কলিতা জনগোষ্ঠীভাৰতীয় জনতা পাৰ্টিহিন্দী ভাষাডাকৰ বচনবিহুভাওনাঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকা২৪ এপ্ৰিলমিচিং জনগোষ্ঠীৰ সাজপাৰসৌৰজগতহয়গ্ৰীৱ মাধৱ মন্দিৰচ্যু-লিক-ফাভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনপানীগৱেষণাশ্বিলং🡆 More