২৫ ছেপ্টেম্বৰ: তাৰিখ

২৫ ছেপ্টেম্বৰ (ইংৰাজী: 25 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬৮তম (অধিবৰ্ষত ২৬৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯৭টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

ঘটনাৱলী

  • ১৩৯৬ - ডানয়ুব নদীৰ পাৰত নিক'প'লিছ যুদ্ধ (Battle of Nicopolis) সংঘটিত হয়।
  • ১৪৯৩ - ক্ৰিষ্টোফাৰ কলম্বাছে দ্বিতীয় সমূদ্ৰ যাত্ৰা আৰম্ভ কৰে।
  • ১৫২৪ - পৰ্তুগালৰ ৰাজপ্ৰতিনিধি ৰূপে বিশিষ্ট নৌ অভিযাত্ৰী ভাস্কো দা গামা তৃতীয় তথা অন্তিম বাৰৰ বাবে ভাৰতত উপস্থিত হয়।
  • ১৯৬৯ - ইছলামী সহযোগিতা সংস্থা (Organisation of Islamic Cooperation) প্ৰতিষ্ঠা হয়।

জন্ম

  • ১৮৬৬ - টমাছ হাণ্ট মৰ্গান, আমেৰিকান জীৱ বিজ্ঞানী, ১৯৩৩ চনত তেখেতে চিকিৎসা বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।
  • ১৮৯৭ - ৱিলিয়াম ফকনাৰ, আমেৰিকান উপন্যাসিক।
  • ১৯১৬ - দীনদয়াল উপাধ্যায়, এজন ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্বসূৰী ভাৰতীয় জন সংঘৰ এজন গুৰুত্বপূৰ্ণ নেতা আছিল। (জঃ ১১ ফ্ৰেব্ৰুৱাৰী, ১৯৬৮)
  • ১৯২০ - সতীশ ধৱন, ভাৰতীয় গণিতজ্ঞ, অভিযন্তা আৰু মহাকাশ বিজ্ঞানী।
  • ১৯৬৮ - ৱিল স্মিথ, হলীউডৰ অভিনেতা।
  • ১৯৬৯ - কেথেৰিন জেটা জ'নছ (Catherine Zeta-Jones), ইংৰাজ অভিনেত্ৰী।

মৃত্যু

  • ১৯৭০ - এৰিক মাৰিয়া ৰেমাৰ্ক, প্ৰথম বিশ্বযুদ্ধৰ সৈনিক তথা খ্যাতনামা লেখক, ছুইজাৰলেণ্ডত মৃত্যু হয়।
  • ২০০৬ - চ'ফিয়া মুৰাট'ভা (Sofia Muratova), অলিম্পিকত ৮টা সোণৰ পদক পোৱা ৰাছিয়ান মহিলা জিমনাষ্টিক খেলুৱৈ।
  • ২০১১ - ৱাংগাৰী মাথাই (Wangari Maathai), কেনিয়াৰ পৰিৱেশ আৰু সমাজকৰ্মী। শান্তিৰ ন'বেল বঁটা পোৱা প্ৰথম আফ্ৰিকান মহিলা।
  • ২০২০ - এছ. পি. বালসুব্ৰমনিয়ম, ভাৰতীয় সংগীত শিল্পী।
  • ২০২১ - কমলা ভাচিন, ভাৰতীয় প্ৰগতিশীল নাৰীবাদী কৰ্মী, কবি, লেখক আৰু সমাজ বিজ্ঞানী।

দিৱস

  • ৰাষ্ট্ৰীয় যুৱ দিৱস (নাউৰু)।
  • সশস্ত্ৰ বাহিনী দিৱস (মোজাম্বিক)

বাহ্যিক সংযোগ


তথ্য় সূত্ৰ

Tags:

২৫ ছেপ্টেম্বৰ ঘটনাৱলী২৫ ছেপ্টেম্বৰ জন্ম২৫ ছেপ্টেম্বৰ মৃত্যু২৫ ছেপ্টেম্বৰ দিৱস২৫ ছেপ্টেম্বৰ বাহ্যিক সংযোগ২৫ ছেপ্টেম্বৰ তথ্য় সূত্ৰ২৫ ছেপ্টেম্বৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

তলাতল ঘৰসংঘাতবাঁহী (আলোচনী)গৌতম বুদ্ধনীলমণি ফুকন (কনিষ্ঠ)মিজোৰামডিমাছা জনগোষ্ঠীঅসমৰ চাহ জনগোষ্ঠীচামেলি মেমচা'বকাঞ্চন (উপন্যাস)ক্ৰিকেটভাৰত ত্যাগ আন্দোলনলীলা গগৈএইচ.আই.ভি/এইড্‌ছলোকভাষামণিৰাম দেৱানএ পি জে আব্দুল কালামভাইটি (চলচ্চিত্ৰ)বৰপেটা (লোকসভা সমষ্টি)অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলএশিঙীয়া গঁড়সংস্কৃতিৰুক্মিণীঅসমৰ জিলাসমূহঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাবংগ বিভাজন (১৯০৫)বিজ্ঞানঘৰচিৰিকাঈয়াৰুইঙ্গমহাজোআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডগুগলমানৱ উন্নয়ন সূচকঅসমৰ পৰম্পৰাগত খেল-ধেমালিবাঁহীবুৰঞ্জীক্ৰা দাদি জিলামাইলছ ব্ৰনছনকলিমাহেমচন্দ্ৰ গোস্বামী (মুখাশিল্পী)জৈন ধৰ্মনিচুকনি গীতবৰ্মণ ৰাজবংশমনোমতীভূপেন হাজৰিকাসাঁচিপাতদৰং জিলাঅসমৰ লোকবাদ্যঋণাত্মক অখণ্ড সংখ্যাধতুৰাদেওপাহাৰপ্ৰদূষণঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাবিষ্ণুশক্তিকৰ্কট ক্ৰান্তিতামোলকাৰ্বি ভাষাশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাআজান পীৰকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলভাওনাবাজেটঅসীমত যাৰ হেৰাল সীমাঅসম বৈভৱ বঁটাপদ্মনাথ গোহাঞি বৰুৱাচুটিগল্পপৰিৱেশ বিজ্ঞানকেতেকী ফুলজিকিৰশব্দ প্ৰদূষণভাৰত ৰত্নহাজং জনগোষ্ঠীত্ৰিপুৰাইতিহাসমুগা (ৰেচম)🡆 More