২১ ছেপ্টেম্বৰ: তাৰিখ

২১ ছেপ্টেম্বৰ (ইংৰাজী: 21 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬৪তম (অধিবৰ্ষত ২৬৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

ঘটনাৱলী

  • ১৯৪৯ - মণিপুৰ ভাৰতৰ লগত অন্তৰ্ভুক্ত হয়।

জন্ম

  • ১৭৩৭ - ফ্ৰান্সিছ হ'পকিনছন, আমেৰিকান লেখক আৰু আমেৰিকাৰ প্ৰথম জাতীয় পতাকা আৰ্হি নিৰ্মাতা।
  • ১৮৬৬ - এইছ জি ৱেলছ, বিখ্যাত ইংৰাজী কল্পবিজ্ঞান কাহিনী লেখক। তেখেতৰ দুখন বিখ্যাত কিতাপ হ'ল - দা ৱাৰ অৱ দা ৱৰ্ল্ডছ আৰু দা টাইম মেছিন।
  • ১৮৯৮ - তুষাৰকান্তি ঘোষ, আন্তৰ্জাতিক খ্যাতি সম্পন্ন ভাৰতীয় বঙালী সাংবাদিক আৰু লেখক। (মৃত্যুঃ ২৯ আগষ্ট, ১৯৯৪)
  • ১৯০৯ - ক্বোৱামে এনক্ৰোমা (Kwame Nkrumah), ঘানাৰ প্ৰথম প্ৰধান মন্ত্ৰী আৰু প্ৰথম ৰাষ্ট্ৰপতি।
  • ১৯৩১ - চিউকুৰো "চুকি" মানাবে জাপানী মূলৰ আমেৰিকান জলবায়ুবিদ আৰু বতৰবিজ্ঞানী।
  • ১৯৩৪ - ডেভিদ জেমছ থুলছ, ব্ৰিটিছ পদাৰ্থ বিজ্ঞানী।
  • ১৯৫১ - ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী, অসমীয়া লেখক, সমালোচক, অধ্যাপক আৰু প্ৰাৱন্ধিক।
  • ১৯৫৪ - শ্বিঞ্জ’ আবে, জাপানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী আৰু ৰাষ্ট্ৰপতি।
  • ১৯৫৫ - গুলছন গ্ৰ'ভাৰ, বলীউডৰ বিখ্য়াত খলনায়ক অভিনেতা।
  • ১৯৭৯ - ক্ৰিছ গেইল, ৱেষ্ট ইণ্ডিজৰ বিখ্য়াত ক্ৰিকেট খেলুৱৈ।
  • ১৯৮০ - কৰিণা কাপুৰ, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৮৮ - নয়নমণি শইকীয়া, ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ল'ন বল খেলুৱৈ।

মৃত্যু

  • ১৯ খ্ৰীষ্টপূৰ্ব - ভাৰ্জিল (Virgil), প্ৰাচীন ৰোমান কবি।
  • ১৩২৭ - এডৱাৰ্ড দ্বিতীয়, ইংলেণ্ডৰ ৰজা।
  • ১৫৫৮ - চাৰ্লছ পঞ্চম, স্পেইন আৰু ৰোমৰ সম্ৰাট।
  • ১৫৭৬ - গিৰ'লাম' কাৰ্ডান' (Gerolamo Cardano), ইটালীৰ এজন গণিতজ্ঞ আৰু বিজ্ঞানী। ঋণাত্মক সংখ্যাৰ বাবে জনাজাত।
  • ২০২২ - ৰাজু শ্ৰীবাস্তৱ, কৌতুক অভিনেতা আৰু ৰাজনীতিবিদ, গজোধৰ নামেৰে খ্যাত। (জন্ম: ২৫ ডিচেম্বৰ, ১৯৬৩)

দিৱস

বাহ্যিক সংযোগ



তথ্য়সূত্ৰ

Tags:

২১ ছেপ্টেম্বৰ ঘটনাৱলী২১ ছেপ্টেম্বৰ জন্ম২১ ছেপ্টেম্বৰ মৃত্যু২১ ছেপ্টেম্বৰ দিৱস২১ ছেপ্টেম্বৰ বাহ্যিক সংযোগ২১ ছেপ্টেম্বৰ তথ্য়সূত্ৰ২১ ছেপ্টেম্বৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

শৰৎচন্দ্ৰ চট্টোপাধ্যায়ভাৰতৰ উচ্চতম ন্যায়ালয়মেলেৰিয়াকাৰেংঘৰআহোম বিবাহ পৰম্পৰাগমধৰ কোঁৱৰসম্পাদনাঅসমত দেখা পোৱা সাপবোৰনাট্য শাস্ত্ৰজৈৱ বৈচিত্ৰ্যপৰম্পৰাআধুনিকতাবাদনৱবিধা ভক্তিএশিঙীয়া গঁড়ৰবীন্দ্ৰনাথ ঠাকুৰশব্দয়মৰাণ জনগোষ্ঠীমানৱ ভূগোলছাইমন কমিশ্যনপ্লেটোসাম্যবাদী সমাজগড়গাঁওনাৰী সবলীকৰণমানচিত্ৰমানস ৰাষ্ট্ৰীয় উদ্যানচৈয়দ আব্দুল মালিকইষ্ট ইণ্ডিয়া কোম্পানীজাভাতথ্য জনাৰ অধিকাৰ আইন, ২০০৫প্ৰাক-ইতিহাসপিয়লি ফুকনএচিদ বৰষুণফুলগুৰি ধেৱামৈদামহাজোঅসমৰ পৰম্পৰাগত সাজ- পাৰভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাকলালক্ষ্মীনাথ বেজবৰুৱাকাৰ্ল মাৰ্ক্সঅসম বিধানসভালভিতাঅসম সাহিত্য সভানৱ-বৈষ্ণৱ ধৰ্মশোণিত কুঁৱৰীঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাআত্মসহায়ক গোটদিহানামত্ৰিপুৰাবেণুধৰ শৰ্মাশ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়পাচন তন্ত্ৰআইদেউ সন্দিকৈযকৃৎনদীভাৰতীয় জনতা পাৰ্টিঅসমৰ চিত্ৰকলাৰ ইতিহাসঅসমৰ সমস্যাকমলাকান্ত ভট্টাচাৰ্য্যপাইক প্ৰথাঅসমৰ পুৰণি স্থাপত্যকামৰূপ জিলাভাৰত ৰত্নশব্দ প্ৰদূষণধাতু আৰু অধাতুঅলিম্পিক২৪ এপ্ৰিলহেমচন্দ্ৰ গোস্বামীসাঁচিপাতঅখণ্ড সংখ্যামালিনী থাননিমাতী কইনাছ'ভিয়েট সংঘজেং বিহু🡆 More