শ্বিঞ্জ’ আবে

শ্বিঞ্জ’ আবে (২১ ছেপ্টেম্বৰ ১৯৫৪ – ৮ জুলাই ২০২২) এজন জাপানৰ ৰাজনীতিবিদ যিয়ে ২০০৬ চনৰ পৰা ২০০৭ চনলৈ জাপানৰ প্ৰধানমন্ত্ৰী আৰু লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টি (এল ডি পি)ৰ সভাপতি হিচাপে আৰু পুনৰ ২০১২ চনৰ পৰা ২০২০ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আছিল জাপানৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী। ২০০৫ চনৰ পৰা ২০০৬ চনলৈকে জুনিচিৰ’ কইজুমিৰ অধীনত মুখ্য কেবিনেট সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল আৰু ২০১২ চনত বিৰোধীৰ নেতা আছিল।

Shinzo Abe
安倍 晋三
শ্বিঞ্জ’ আবে
২০১৮ চনত শ্বিঞ্জ’ আবে
জাপানৰ প্ৰধানমন্ত্ৰী
কাৰ্যকাল
২৬ ডিচেম্বৰ ২০১২ – ১৬ ছেপ্টেম্বৰ ২০২০
ৰাজশাসক আকিহিত’ নাৰুহিত’
সহকাৰী ত’ৰ’ আছ’
পূৰ্বসূৰী য়ছিহিক’ ন’ডা
উত্তৰসূৰী য়ছিহিদে চুগা
কাৰ্যকাল
২৬ ছেপ্টেম্বৰ ২০০৬ – ২৬ ছেপ্টেম্বৰ ২০০৭
ৰাজশাসক আকিহিত’
পূৰ্বসূৰী জানিচিৰ’ কইজুমি
উত্তৰসূৰী যসু ফুকদা
লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টিৰ সভাপতি (জাপান)
কাৰ্যকাল
২৬ ছেপ্টেম্বৰ ২০১২ – ১৪ ছেপ্টেম্বৰ ২০২০
সহকাৰী মাছাহিক’ কমুৰা
পূৰ্বসূৰী ছাদাকাজু টানিগাকি
কাৰ্যকাল
২০ ছেপ্টেম্বৰ ২০০৬ – ২৬ ছেপ্টেম্বৰ ২০০৭
পূৰ্বসূৰী জুনিচিৰ’ কইজুমি
উত্তৰসূৰী য়ছু ফুক’দা
বিৰোধীৰ নেতা
কাৰ্যকাল
২৬ ছেপ্টেম্বৰ ২০১২ – ২৬ ডিচেম্বৰ ২০১২
প্ৰধানমন্ত্ৰী য়ছিহিক’ ন’ডা
পূৰ্বসূৰী ছাদাকাজু টানিগাকি
উত্তৰসূৰী বনাৰী কাইদা
মুখ্য কেবিনেট সচিব
কাৰ্যকাল
৩১ অক্টোবৰ ২০০৫ – ২৬ ছেপ্টেম্বৰ ২০০৬
প্ৰধানমন্ত্ৰী জুনিচিৰ’ কইজুমি
পূৰ্বসূৰী হিৰয়ুকি হ’চ’ডা
উত্তৰসূৰী য়িচুহিছা শ্বিঅ'জাকি
লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টিৰ সাধাৰণ সম্পাদক (জাপান)
কাৰ্যকাল
২০০৩ – ২০০৪ চন
নেতা জুনিচিৰ’ কইজুমি
পূৰ্বসূৰী তাকু ইয়ামাছাকি
উত্তৰসূৰী ছুতুমু তাকাবে
প্ৰতিনিধি সদন সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০ অক্টোবৰ, ১৯৯৬
সমষ্টি য়ামাগুচি চতুৰ্থ জিলা
প্ৰতিনিধি সদন সদস্য
কাৰ্যকাল
১৮ জুলাই ১৯৯৩ – ২০ অক্টোবৰ, ১৯৯৬
সমষ্টি য়ামাগুচি বৃহৎ-জিলা
ব্যক্তিগত তথ্য
জন্ম
আবে শ্বিঞ্জ’

২১ ছেপ্টেম্বৰ, ১৯৫৪
টকিঅ', জাপান
মৃত্যু ৮ জুলাই ২০২২
ৰাজনৈতিক দল লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টি
দাম্পত্যসঙ্গী আকি আবে (বি. ১৯৮৭)
মাতৃ য়’ক’ আবে
পিতৃ শ্বিণ্টাৰ’ আবে
বাসস্থান কণ্টাই
শিক্ষানুষ্ঠান ছেইকি বিশ্ববিদ্যালয় দক্ষিণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়
ৱেবছাইট

Tags:

🔥 Trending searches on Wiki অসমীয়া:

অব্যয় পদবিনন্দ চন্দ্ৰ বৰুৱাএ পি জে আব্দুল কালামভাৰত ৰত্নগড়গাঁওভাৰতৰ ৰাষ্ট্ৰপতিব’হাগভাৰতীয় জাতীয় কংগ্ৰেছলোক-নৃত্যপ্ৰণৱজ্যোতি ডেকাসংখ্যাআনন্দ চন্দ্ৰ আগৰৱালাৰংমিলিৰ হাঁহিৰুবুল মাউতনলবাৰী জিলাঅস্বাভাৱিক মনোবিজ্ঞানপাৰিজাত হৰণ নাটৰামধেনু (আলোচনী)বাঁহীবাগৰুম্বাউৎসৱঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকানিৰ্মলপ্ৰভা বৰদলৈঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰাভা ভাষামহাভাৰতকাৰ্বি আংলং জিলাভাৰতীয় শিল্পকলামাৰ্ক্সবাদবাবৰসংযুক্ত মুক্তি বাহিনী, অসমবকুল ফুলৰ দৰে (গ্ৰন্থ)বিজ্ঞানজ্যোতিপ্ৰসাদ আগৰৱালাভৌগোলিক তথ্য ব্যৱস্থাপোহৰভাৰতৰ নিৰ্বাচন আয়োগভাষাডিব্ৰু-শদিয়া ৰেলৱেফুলগুৰি ধেৱাযৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগীকমলা মিৰিগোলাঘাট জিলাভাৰতৰ স্বাধীনতা আন্দোলনকৃষ্ণকান্ত সন্দিকৈঅসমৰ মুখা শিল্পশিশু সাহিত্যমিত্ৰদেৱ মহন্তবৰহমথুৰিইন্দ্ৰ২৩ এপ্ৰিলবিশ্ব গ্ৰন্থ দিৱসসম্ৰাট অশোকঢ়শালস্তম্ভ ৰাজবংশজেতুকাঈয়াৰুইঙ্গমগোপাল কৃষ্ণ গোখলেঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাপুঁজিবাদআমেৰিকা যুক্তৰাষ্ট্ৰৰাষ্ট্ৰসংঘ দিৱসকোচ ৰাজবংশএচিদ বৰষুণদীপলিনা ডেকাগুণমালাভাৰতৰ মুখ্য ন্যায়াধীশঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাভূপেন হাজৰিকাশ্ৰী শ্ৰী বটদ্ৰৱা থানঅসমীয়া সাহিত্যসোণঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাপ্ৰাচীন গ্ৰীচ🡆 More