১ ছেপ্টেম্বৰ: তাৰিখ

১ ছেপ্টেম্বৰ (ইংৰাজী: 1 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪৪তম (অধিবৰ্ষত ২৪৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

ঘটনাৱলী

  • ১৯৪৭ - ভাৰতীয় মান সময় নিদ্ধাৰণ কৰা হৈছিল।
  • ১৯৫১ - এনজাছ (ANZUS) চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত স্বাক্ষৰিত হৈছিল।
  • ১৯৫২ - 'ড্য অল্ড মেন এণ্ড ড্য ছি'ৰ উপন্যাসখন প্ৰথমবাৰৰ বাবে প্ৰকাশ পায়। এই উপন্যাস খনৰ ৰচক আছিল আৰ্ণেষ্ট হেমিঙ্গৱে। 'ড্য অল্ড মেন এণ্ড ড্য ছি' য়ে পুলিটজাৰ বঁটাও লাভ কৰিছিল।
  • ১৯৫৬ - চনৰ এই তাৰিখৰ পৰাই ভাৰতীয় জীৱন বীমা নিগমৰ কাম কাজ আৰম্ভ কৰা হৈছিল।
  • ১৯৬১ - যুগুস্লেভিয়াৰ বেলগ্ৰেডত নন এলাইনড্(Non-Aligned) ৰাষ্ট্ৰসমূহৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল।
  • ১৯৮০ - 'চয়-ক্যো-হাহ'ৰ ইস্তাফাৰ পাচতেই দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয় চ্চুন-দো-হোৱান।
  • ১৯৮২ - যুক্তৰাষ্ট্ৰত এয়াৰ ফৰ্চ স্পেছ কমাণ্ডে (Air Force Space Command) প্ৰতিষ্ঠা লাভ কৰিছিল।
  • ১৯৮৫ - সমুদ্ৰপৃষ্ঠত নিৰুদ্দিষ্ট টাইটানিক জাহাজৰ ছবি ৭৩ বছৰ পিছত পোহৰলৈ আহিছিল।
  • ১৯৯১ - ছোভিয়েট ইউনিয়নৰ পৰা উজবেকিস্তানে স্বাধীনতা লাভ কৰিছিল।

জন্ম

  • ১৮৫৬ - ছৰ্গেই ৱিনোগ্ৰাদস্কি (Sergei Winogradsky), ৰাছিয়ান পৰিৱেশ আৰু জীৱ বিজ্ঞানী, জৈৱ ভূ-ৰাসায়নিক চক্ৰৰ (Biogeochemical cycle) বাবে বিখ্য়াত।
  • ১৮৫৮ - কাৰ্ল আউৱাৰ ভন ৱেলছবাখ (Carl Auer von Welsbach), অষ্ট্ৰিয়ান বিজ্ঞানী আৰু উদ্ভাৱক।
  • ১৮৯৬ - শ্ৰীল প্ৰভুপাদ, ইছকনৰ (ISKCON) প্ৰতিষ্ঠাতা।
  • ১৯২৩ - ৰকী মাৰ্ছিয়ান', আমেৰিকাৰ বক্সিং খেলুৱৈ, অপৰাজেয় হেভিৱেইট বক্সিং চেম্পিয়ন আছিল (১৯৫২-৫৬)। (মৃঃ ৩১ আগষ্ট, ১৯৬৯)
  • ১৯২৪ - হাৱাৰ্ড থমাছ অ'ডাম, আমেৰিকাৰ পৰিৱেশ বিজ্ঞানী। (মৃঃ ১১ ছেপ্টেম্বৰ, ২০০২)
  • ১৯২৯ - শুচিব্ৰতা ৰায়চৌধুৰী, অসমীয়া সাহিত্যিক, কবি আৰু অসম প্ৰশাসনিক সেৱাৰ বিষয়া।
  • ১৯৩৮ - নীলমণি দেৱী, ভাৰতীয় মৃৎ শিল্পী।
  • ১৯৪০ - কামেশ্বৰ ব্ৰহ্ম, ভাৰতীয় সাহিত্যিক তথা শিক্ষাবিদ।
  • ১৯৪৫ - বসন্ত কুমাৰ শৰ্মা, অসমীয়া সাহিত্যিক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক।
  • ১৯৫৪ - এলাম ইন্দিৰা দেৱী, ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য প্ৰশিক্ষক।
  • ১৯৫৭ - অঞ্জলী গোপালন, ভাৰতীয় মানৱধিকাৰ আৰু পশু অধিকাৰ কৰ্মী।
  • ১৯৯০ - জীতেন্দ্ৰ কুমাৰ, ভাৰতীয় অভিনেতা।
  • ১৯৯৬ - জিন্দায়া, আমেৰিকাৰ অভিনেত্ৰী আৰু গায়িকা।
  • ১৯৯৭ - জন জংকুক, দক্ষিণ কোৰিয়াৰ জনপ্ৰিয় গায়ক।

মৃত্যু

  • ১৫৫৭ - জ্যাঁক কাৰ্টিয়াৰ, ফ্ৰান্সৰ অভিযাত্ৰী।
  • ১৫৭৪ - গুৰু অমৰ দাস, তৃতীয় শিখ গুৰু।
  • ১৫৮১ - গুৰু ৰাম দাস, চতুৰ্থ শিখ গুৰু।
  • ১৭১৫ - লুই চতুৰ্দশ, ফ্ৰান্সৰ ৰজা, দা চান কিং হিচাপে পৰিচিত, ফ্ৰান্সৰ সৰ্বাধিক সময় শাসন কৰ্তা।
  • ১৮৩৮ - ৱিলিয়াম ক্লাৰ্ক, এজন আমেৰিকান অভিযাত্ৰী, সৈনিক, ভাৰতীয় এজেণ্ট আৰু আঞ্চলিক লাট। (জঃ ১ আগষ্ট, ১৭৭০)
  • ১৯৬৬ - কামেশ্বৰ দাস, অসমৰ এজন গণিতজ্ঞ।
  • ২০১৩ - টমি মৰিছন, আমেৰিকাৰ বক্সিং খেলুৱৈ আৰু ৰকি-৫ (Rocky V) বোলছবিৰ অভিনেতা।
  • ২০১৪ - মায়া ৰাও, ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী, কৰিঅ'গ্ৰাফাৰ আৰু কথক নৃত্যৰ প্ৰশিক্ষক।

দিৱস

বাহ্যিক সংযোগ



তথ্যসূত্ৰ

Tags:

১ ছেপ্টেম্বৰ ঘটনাৱলী১ ছেপ্টেম্বৰ জন্ম১ ছেপ্টেম্বৰ মৃত্যু১ ছেপ্টেম্বৰ দিৱস১ ছেপ্টেম্বৰ বাহ্যিক সংযোগ১ ছেপ্টেম্বৰ তথ্যসূত্ৰ১ ছেপ্টেম্বৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

উইলিয়াম শ্বেইকছপীয়েৰশিৱসাগৰপৰিৱেশ অধ্যয়নগৌতম বুদ্ধশ্ৰীকৃষ্ণকীৰ্তনআন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিশদিয়াৰেৱতী মোহন দত্তচৌধুৰীপাঠ্যক্ৰমঅসমীয়া লোক-সংস্কৃতিখাদ্য সুৰক্ষাআইজাক নিউটনমাৰ্ঘেৰিটা মহকুমানাটকগগনাকাঞ্চন (উপন্যাস)জামুগুৰিহাটআহোম জনগোষ্ঠীজল সংৰক্ষণবংগ বিভাজন (১৯০৫)ৰাভা জনগোষ্ঠীনামচিংজয়মতী কুঁৱৰীপদ্মধৰ চলিহাপথেৰ পাঁচালীবৰদৈচিলাবিহু নৃত্যবনঘোষাবসন্ত ঋতুকামৰূপ ৰাজ্যঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাকৰতল কমল কমল দল নয়নধ্যান চান্দতৎসমমণিৰাম দেৱানভাৰত-আৰ্য ভাষা পৰিয়ালবুলু ফিল্মপ্ৰাকৃতিক দুৰ্যোগপৰিমেয় সংখ্যাকোকৰাঝাৰ (লোকসভা সমষ্টি)অসমীয়া ব্যাকৰণশিক্ষকশিক্ষা মনোবিজ্ঞানকৃষ্ণকান্ত সন্দিকৈতেজপুৰনগাঁও (লোকসভা সমষ্টি)নৱকান্ত বৰুৱাভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগপায়ু সংগমইন্দিৰা মিৰিথমাছ আলভা এডিচনধানলোকাচাৰমাজুলীমহেশ্বৰ নেওগসুন্দৰীদিয়া সত্ৰমনোমতীবড়ো জনগোষ্ঠীগণিতলখিমপুৰ জিলাগুগলৰুদ্ৰেশ্বৰ দেৱালয়হাবুংবিশ্বনাথ চাৰিআলিযোৰহাট জিলাএৰিষ্ট'টলউপন্যাসজৈৱ বৈচিত্ৰ্যব্যষ্টিবাদী অৰ্থনীতিজল প্ৰদূষণগড়মূৰ সত্ৰফলৰ তালিকাদামোদৰ দেৱছক্ৰেটিছ🡆 More