১৭ ছেপ্টেম্বৰ: তাৰিখ

১৭ ছেপ্টেম্বৰ (ইংৰাজী: 17 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬০তম (অধিবৰ্ষত ২৬১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

ঘটনাৱলী

  • ১৯৪৯ - ডি এম কে (DMK) বা দ্ৰাবিড় মুন্নেত্ৰ কাজগম (Dravida Munnetra Kazhagam) নামৰ ৰাজনৈতিক দলটো তামিলনাডুত প্ৰতিষ্ঠা হয়।
  • ১৯৮২ - ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰথমখন টেষ্ট ক্ৰিকেট খেল চেন্নাইৰ এম চিদাম্বৰম ষ্টেডিয়ামত আৰম্ভ হৈছিল।

জন্ম

  • ১৭৪৩ - মাৰ্কি ডে কণ্ড'ৰচেট (Marquis de Condorcet), ফৰাচী দাৰ্শনিক আৰু গণিতজ্ঞ। (মৃঃ ২৯ মাৰ্চ, ১৭৯৪)
  • ১৮২৬ - বাৰ্নহাৰ্ড ৰিমান, জাৰ্মান গণিতজ্ঞ।
  • ১৮৫৭ - কনষ্টেণ্টিন চিঅ'লকভস্কি (Konstantin Tsiolkovsky), ৰাছিয়াৰ ৰকেট বিজ্ঞানী।
  • ১৮৭৯ - পেৰিয়াৰ ই ভি ৰামস্বামী, সমাজকৰ্মী আৰু ৰাজনেতা, দ্ৰাবিড় আন্দোলনৰ পিতৃ পুৰুষ।
  • ১৯১৫ - মকবুল ফিদা হুছেইন, ভাৰতৰ জনপ্ৰিয় চিত্ৰশিল্পী। (জন্মঃ ৯ জুন, ২০১১)
  • ১৯৩৭ - কেশদা মহন্ত, অসমীয়া লেখিকা, গৱেষক আৰু সমালোচক।
  • ১৯৫০ - নৰেন্দ্ৰ মোদী, ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গুজৰাটৰ প্ৰাক্তন মুখ্য়মন্ত্ৰী।
  • ১৯৫১ - চাৰু গোহাঁই, অসমৰ কণ্ঠশিল্পী।
  • ১৯৮৬ - ৰবিচন্দ্ৰন অশ্বিন, ভাৰতীয় ক্ৰিকেট খেলুৱৈ।

মৃত্যু

  • ১৬৬৫ - ফিলিপ চতুৰ্থ, ফ্ৰান্সৰ ৰজা।
  • ১৮৩৬ - এণ্টইন ল'ৰেণ্ট ডে জচিউ (Antoine Laurent de Jussieu), ফৰাচী উদ্ভিদ বিজ্ঞানী।
  • ১৮৭৭ - হেনৰী ফক্স টেলব'ট (Henry Fox Talbot), ইংৰাজ বিজ্ঞানী আৰু উদ্ভাৱক, চিত্ৰগ্ৰহণৰ (photography) বাটকটীয়া।
  • ১৯৩৬ - হেনৰী লুই লে চেটেলিয়াৰ (Henry Louis Le Chatelier), ফৰাচী ৰসায়ন বিজ্ঞানী।
  • ১৯৪৫ - চাৰ্লছ স্পিয়েৰমেন (Charles Spearman), ইংৰাজ মনোবিজ্ঞানী।
  • ১৯৯৪ - কাৰ্ল প'পাৰ (Karl Popper), আমেৰিকান-ব্ৰিটিছ দাৰ্শনিক।
  • ২০১৮ - আন্না ৰাজম মলহোত্ৰা, ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰা প্ৰথম গৰাকী মহিলা। (জন্ম: ১৯২৭)।
  • ২০২১ - থানু পদ্মনাভন, ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু ব্ৰহ্মাণ্ডতত্ত্ববিদ। (জন্ম: ১০ মাৰ্চ, ১৯৫৭)

দিৱস

  • শিক্ষক দিৱস (হণ্ডোৰাছ)।

বাহ্যিক সংযোগ


তথ্য়সূত্ৰ

Tags:

১৭ ছেপ্টেম্বৰ ঘটনাৱলী১৭ ছেপ্টেম্বৰ জন্ম১৭ ছেপ্টেম্বৰ মৃত্যু১৭ ছেপ্টেম্বৰ দিৱস১৭ ছেপ্টেম্বৰ বাহ্যিক সংযোগ১৭ ছেপ্টেম্বৰ তথ্য়সূত্ৰ১৭ ছেপ্টেম্বৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

বাংলাদেশকৃষিযতীন বৰাআয়ুৰ্বেদচুটিগল্পঅপাৰেটিং চিষ্টেমঅসীমত যাৰ হেৰাল সীমামৌৰ্য সাম্ৰাজ্যসৌৰভ কুমাৰ চলিহাবাজেটসংযুক্ত মুক্তি বাহিনী, অসমৱিকিপিডিয়াঅসম আন্দোলননাগৰিকত্ব (সংশোধনী) আইন, ২০১৯শ্ৰীমদ্ভগৱতগীতাসিংহবাৰেচহৰীয়া ভাওনা মহোৎসৱলীলা গগৈভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাতোলনি বিয়াআৱাহন (আলোচনী)চুতীয়া ৰাজ্যপৰিয়ালযাদৱ পায়েংজেং বিহুভাষাঅংকীয়া নাটভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাঅসমৰ কাঁহ শিল্পচিত্ৰা মণ্ডলহিউৱেন-চাংমাটিৰ হিচাপসম্পাদনাগুৱাহাটীভাইৰাছসোৱণশিৰি নদীশৰৎচন্দ্ৰ গোস্বামীপোৱামক্কাআগ্নেয়গিৰিবহুকোষী জীৱডিগবৈসাধুকথাঅম্বুবাচীজীৱনৰ বাটতৰাষ্ট্ৰসংঘ দিৱসমূলা গাভৰুউদাৰনৈতিকতাবাদশ্ৰী শ্ৰী বটদ্ৰৱা থানজল সংৰক্ষণমোহনদাস কৰমচান্দ গান্ধীসেউজ গৃহ প্ৰভাৱবিহুভাৰতৰ সংৰক্ষণ ব্যৱস্থাস্বৰাজঅসম বিধানসভাঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদনেপালস্বদেশী আন্দোলনঅসমৰ তেল শোধনাগাৰস্বামী বিবেকানন্দবিশ্ব স্বাস্থ্য সংস্থামনোমতীমাধৱী লতাপিম্পৰা গুচোৱাহনুমানশোণিত কুঁৱৰীসূৰ্যবায়ু প্ৰদূষণঋতুবুলু ফিল্মবৰপেটা সত্ৰ🡆 More