১১ ছেপ্টেম্বৰ: তাৰিখ

১১ ছেপ্টেম্বৰ (ইংৰাজী: 11 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৪তম (অধিবৰ্ষত ২৫৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

ঘটনাৱলী

  • ১৮৯৩ - স্বামী বিবেকানন্দই চিকাগোৰ ধৰ্ম মহাসন্মিলনত ভাষণ প্ৰদান কৰি আমেৰিকাবাসীক আপ্লুত কৰিছিল।
  • ১৮৭৭ - জেমছ জীনছ, ইংৰাজ পদাৰ্থ বিজ্ঞানী, জ্য়োতিৰ্বিজ্ঞানী আৰু গণিতজ্ঞ।
  • ১৯৭৮ - ইৰাণত হোৱা বিধ্বংসী ভূঁইকঁপৰ ফলত চৰকাৰী তথ্যমতে ১১,০০০ লোকৰ মৃত্যু হৈছিল।
  • ২০০১ - সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণত নিউয়ৰ্কৰ ১১০ মহলীয়া ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ দুটাকৈ যুগ্ম টাৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হয়।
  • ২০০৭ - প্ৰথম টুয়েণ্টি ২০ (T20) বিশ্বকাপ ক্ৰিকেট আৰম্ভ হয়।

জন্ম

  • ১৮৬২ - অ' হেনৰী, বিখ্যাত মাৰ্কিন চুটিগল্পকাৰ।
  • ১৮৮৫ - ডি এইচ লৰেন্স, ঔপন্যাসিক, কবি গল্পকাৰ, ইংলেণ্ডত জন্ম হৈছিল।
  • ১৮৯৫ - আচাৰ্য বিনোৱা ভাৱে, ভূ-দান আন্দোলনৰ গুৰি ধৰোঁতা, অহিংসা আৰু মানৱতাবাদী, মহাত্মা গান্ধীৰ প্ৰধান শিষ্য, ভাৰতৰত্ন।
  • ১৯৫০ - ছাহাবুদ্দিন আহমেদ, বাংলাদেশৰ বিশিষ্ট চিত্ৰশিল্পী।
  • ১৯৮২ - শ্ৰীয়া চৰণ ভাটনাগৰ, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী।

মৃত্যু

  • ১৮২৩ - ডেভিদ ৰিকাৰ্ড' (David Ricardo), বিখ্য়াত ইংৰাজ অৰ্থনীতিবিদ।
  • ১৮৮৮ - ড'মিংগ' ফ'ষ্টিন' চাৰ্মিয়েণ্ট', আৰ্জেণ্টিনাৰ শিক্ষাবিদ।
  • ১৯৪৮ - মহম্মদ আলী জিন্না, পাকিস্তানৰ জন্মদাতা।
  • ১৯৫৮ - ৰবাৰ্ট ৱিলিয়াম ছাৰ্ভিছ (Robert William Service), বিখ্যাত কানাডিয়ান কবি।
  • ১৯৭১ - নিকিতা ক্ৰছেভ (Nikita Khrushchev), ৰাজনেতা, ছোভিয়েটৰ ৰাষ্ট্ৰনায়ক আছিল।
  • ১৯৮৭ - মহাদেৱী বাৰ্মা (Mahadevi Varma), প্ৰখ্যাত হিন্দী কবি আছিল।
  • ১৯৯৮ - ষ্টেফি ডিচুজা, ভাৰতীয় হকী খেলুৱৈ।
  • ২০২০ - ৰিচাৰ্ড উইলিয়াম টিম, আমেৰিকান জীৱবিজ্ঞানী, খ্ৰীষ্টান যাজক, শিক্ষাবিদ, গৱেষক।

দিৱস

বাহ্যিক সংযোগ



তথ্য় সূত্ৰ

Tags:

১১ ছেপ্টেম্বৰ ঘটনাৱলী১১ ছেপ্টেম্বৰ জন্ম১১ ছেপ্টেম্বৰ মৃত্যু১১ ছেপ্টেম্বৰ দিৱস১১ ছেপ্টেম্বৰ বাহ্যিক সংযোগ১১ ছেপ্টেম্বৰ তথ্য় সূত্ৰ১১ ছেপ্টেম্বৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

ধৰ্মইন্দ্ৰহালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)অসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকালেটিন ভাষাঢেঁকীআনন্দৰাম বৰুৱাতুলসীতথ্যঘৰচিৰিকাধৰিত্ৰী দিৱসউচ্চ ৰক্তচাপভূপেন হাজৰিকাগগৈম’বাইল ফোনৰাজনৈতিক দলউপন্যাসবুঢ়ী আইৰ সাধুসত্যনাথ বৰাঅনুবাদএলবাৰ্ট আইনষ্টাইনৰাজহুৱা ক্ষেত্ৰকোণদৌল গোবিন্দ মন্দিৰকমলাকান্ত ভট্টাচাৰ্য্যনামচিংকলাখাৰ২৭ এপ্ৰিলঅংগৰাগ মহন্তসিন্ধু সভ্যতাভাৰতৰ ইতিহাসমহেন্দ্ৰ বৰাঅসমৰ কুঁহিলা শিল্পফাট বিহুউগ্ৰতাৰা দেৱালয়তোলনি বিয়াঅসমীয়া প্ৰতিদিনৰাষ্ট্ৰসংঘনুৰ জাহান (মোগল সম্ৰাজ্ঞী)পাচন তন্ত্ৰনাৰীঅতুল চন্দ্ৰ হাজৰিকাচৰকাৰবিশ্বনাথ চাৰিআলিবৰ্মণ ৰাজবংশপাঠ্যক্ৰমজল সংৰক্ষণঅসমৰ গামোচাডিগবৈপতঞ্জলিৰ যোগসূত্ৰউমানন্দসত্ৰঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাভবেন্দ্ৰ নাথ শইকীয়াগাখীৰগাঁও পঞ্চায়ততথ্য জনাৰ অধিকাৰ আইন, ২০০৫শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘসংস্কৃতিনলবাৰী জিলাভাৰতৰ সংবিধানস্বৰাজফুলগুৰি ধেৱাপুৰাণঅনিৰুদ্ধদেৱঅন্নপ্ৰাশনযতি-চিনআধা লেখা দস্তাবেজদশাৱতাৰদেউৰী জনগোষ্ঠীমণিকৰ্ণেশ্বৰ দেৱালয়অসমীয়া গীতি সাহিত্য৭ ফেব্ৰুৱাৰীমাজুলীদুৰ্যোগহৰি-হৰ যুদ্ধখ্ৰীষ্টান ধৰ্ম🡆 More