৯ ছেপ্টেম্বৰ: তাৰিখ

৯ ছেপ্টেম্বৰ (ইংৰাজী: 9 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫২তম (অধিবৰ্ষত ২৫৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

ঘটনাৱলী

  • ১৯৪৯ - হিন্দী ভাষাই ভাৰতৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি লাভ কৰে।
  • ১৯৭৯ - যোগেন্দ্ৰ নাথ ভূঞা অসমৰ মুখ্যমন্ত্ৰী হয়। তেওঁ সেই বছৰৰে ১১ নৱেম্বৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল।
  • ২০০১ - বেইজিঙত মন্দিৰ এটা ভাগি ১৩জন লোকৰ মৃত্যু হয়।

জন্ম

  • ১২৪ - অৰেলিয়ান (Aurelian), ৰোমান সম্ৰাট।
  • ১৮২৮ - লিঅ' টলষ্টয়, ৰুছ কথা-সাহিত্যিক।
  • ১৮৫০ - ভৰতেন্দু হৰিশ্চন্দ্ৰ, আধুনিক হিন্দী সাহিত্যৰ জনক।
  • ১৯০৩ - অতুল চন্দ্ৰ হাজৰিকা, অসমৰ এজন কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক আছিল। সাহিত্যাচাৰ্য নামেৰে তেখেত পৰিচিত।
  • ১৯৬৬ - আডাম ছেণ্ডলাৰ (Adam Sandler), আমেৰিকান কৌতুক অভিনেতা।
  • ১৯৬৭ - অক্ষয় কুমাৰ বা ৰাজীৱ হৰি ঔম ভটিয়া, জনপ্ৰিয় ভাৰতীয় অভিনেতা।
  • ১৯৭৪ - কেপ্তেইন বিক্ৰম বত্ৰা, কাৰ্গিলৰ যুদ্ধৰ শ্বহীদ। তেওঁক মৰুণোত্তৰ ভাৱে পৰমবীৰ চক্ৰ প্ৰদান কৰা হৈছিল।
  • ১৯৮৫ - লুকা মড্ৰিক (Luka Modrić), ফুটবল খেলুৱৈ, ক্ৰ'য়েছিয়াৰ জাতীয় দলৰ অধিনায়ক।
  • ১৯৮৭ - তথাগত অৱতাৰ তুলসী, ভাৰতীয় বিস্ময় বালক আৰু পদাৰ্থবিদ। তেওঁ ৯ বছৰ বয়সত হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি পাটনা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা ১০ বছৰ বয়সত বি. এছ. ছি. আৰু ১২ বছৰ বয়সত এম. এছ. ছি. ডিগ্ৰী লাভ কৰে। ২০০৯ চনৰ আগষ্ট মাহত তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান বাংগালোৰৰ পৰা ২২ বছৰ বয়সতে পদাৰ্থবিজ্ঞানত পি. এইছ. ডি. ডিগ্ৰী অৰ্জন কৰে।

মৃত্যু

  • ১০৮৭ - ৱিলিয়াম দি কনকুৱেৰ বা ৱিলিয়াম প্ৰথম, ইংলেণ্ডৰ প্ৰথম নৰমান সম্ৰাট।
  • ১৯৭৬ - মাও-ছে-তুঙ বা মাও জিদং (Mao Zedong), গণতান্ত্ৰিক চীনৰ প্ৰসিদ্ধ নেতা।
  • ১৯৯৯ - মফজ্জ্বল হুছেইন বা যাদু সম্ৰাট এম. হুছেইন, অসমৰ এগৰাকী জনপ্ৰিয় মঞ্চ যাদুকৰ।
  • ১৯৯৯ - যোগেশ দাস, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
  • ২০০৩ - এডৱাৰ্ড টেলাৰ, হাংগেৰিয়ান-আমেৰিকান পদাৰ্থ বিজ্ঞানী, হাইড্ৰ'জেন বোমাৰ (উদজান বোমা) পিতৃ পুৰুষ। (জঃ ১৫ জানুৱাৰী, ১৯০৮)
  • ২০০৪ - মুনীন ভূঞা, বিশিষ্ট নাট্যকাৰ।
  • ২০১২ - ভাৰ্গিজ কুৰিয়েন, এগৰাকী অভিযন্তা আৰু সামাজিক সংগঠক। এখেতক "ভাৰতৰ শ্বেত বিপ্লৱৰ জনক", আৰু "ভাৰতৰ দুগ্ধ মানৱ" হিচাপে জনা যায়। এখেতে সংগঠিত কৰিছিল পৃথিৱীৰ সৰ্ববৃহৎ কৃষি বিকাশ কাৰ্যসূচী "ভাৰতৰ দুগ্ধ বিপ্লৱ।"

দিৱস

  • তাজিকিস্থানৰ স্বাধীনতা দিৱস।

বাহ্যিক সংযোগ



তথ্য সূত্ৰ

Tags:

৯ ছেপ্টেম্বৰ ঘটনাৱলী৯ ছেপ্টেম্বৰ জন্ম৯ ছেপ্টেম্বৰ মৃত্যু৯ ছেপ্টেম্বৰ দিৱস৯ ছেপ্টেম্বৰ বাহ্যিক সংযোগ৯ ছেপ্টেম্বৰ তথ্য সূত্ৰ৯ ছেপ্টেম্বৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ শাক-পাচলিৰ তালিকাআফগানিস্তানভেঁকুৰপাচন তন্ত্ৰসত্ৰশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘগোলাঘাট জিলাঅপৰিমেয় সংখ্যামৰাণ জনগোষ্ঠীকমলাবাৰী সত্ৰলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীলভিতাআলোচনীডিগবৈশেৱালি ফুল২৭ এপ্ৰিলসমাৰ্থক শব্দভাৰতীয় ৰেলহিমন্ত বিশ্ব শৰ্মাৰাজিয়া চুলতানাপঞ্চভুজবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনকীৰ্তন-ঘোষাবিশ্বকোষছ'ভিয়েট সংঘআনন্দৰাম ঢেকিয়াল ফুকনভাৰতত মহিলাৰ স্বাস্থ্যগুৱাহাটীম'হৰ শিঙৰ পেঁপাশৰাইঘাটৰ যুদ্ধনয়ন নীলিমবৰপেটাপালি ভাষাপদুমবড়ো ভাষাজ্ঞানপীঠ বঁটানলবাৰীমাধৱদেৱঅস্বাভাৱিক মনোবিজ্ঞানভঠেলিঅসমৰ মাছ ধৰা সঁজুলিবিজ্ঞাপনমিৰি জীয়ৰীকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকানৰকাসুৰবিবাহকোচ ৰাজবংশীনীলমণি ফুকন (জ্যেষ্ঠ)সংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাধ্যান চান্দউৎসৱহীৰেন ভট্টাচাৰ্যভূমি প্ৰদূষণদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানশিক্ষকদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাঔষধি উদ্ভিদসংস্কৃত ভাষাভাৰত ত্যাগ আন্দোলনউদ্ভিদবেটুপাতভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহনৱকান্ত বৰুৱাহিমালয়খ্ৰীষ্টান ধৰ্মমহেঞ্জোদাৰোব্যষ্টিবাদী অৰ্থনীতিসাম্যবাদী সমাজব্ৰহ্মগুপ্তৰংঘৰমালিতাভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগজীৱনী🡆 More