৪ ছেপ্টেম্বৰ: তাৰিখ

৪ ছেপ্টেম্বৰ (ইংৰাজী: 4 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪৭তম (অধিবৰ্ষত ২৪৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

ঘটনাৱলী

  • ১৮৮২ - আমেৰিকাত ৰাজহুৱাকৈ বিজুলী বাতিৰ ব্যৱহাৰ আৰম্ভ হৈছিল।
  • ১৮৮৮ - জৰ্জ ইষ্টমেনে প্ৰথম 'ৰোল-ফিল্ম কেমেৰা' ক'ডাকক (Kodak) পেটেণ্ট কৰে।
  • ১৮৮৮ - বেৰিষ্টাৰি পঢ়াৰ বাবে মহাত্মা গান্ধী লণ্ডনলৈ যায়।
  • ১৯২০ - কলিকতাত কংগ্ৰেছৰ বিশেষ অধিৱেশন বহে।
  • ১৯৪৬ - হেনৰী ফলি নাইট অসমৰ ৰাজ্যপাল হৈছিল।
  • ১৯৭৪ - গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চিলং বিচাৰপীঠ স্থাপন কৰা হয়।
  • ১৯৭৪ - অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত প্ৰতিষ্ঠা কৰা হয়।
  • ১৯৯৮ - গুগল (Google) প্ৰতিষ্ঠা কৰা হয়।
  • ২০০২ - অসমীয়া ভাষা বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি বিশ্বৰ ভাষা-বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা-বিজ্ঞানী ড॰ গোলোক চন্দ্ৰ গোস্বামীক অসম সাহিত্য সভাৰ সন্মানীয় উপাধি সাহিত্যচাৰ্য উপাধি প্ৰদান কৰা হৈছিল।

জন্ম

  • ১৮২৫ - দাদভাই নৌৰজী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা তথা স্বাধীনতা আন্দোলনৰ প্ৰথম যুগৰ নেতা। ১৯০৬ চনত কলকাতাত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ‘স্বৰাজ জাতীয় কংগ্ৰেছৰ লক্ষ্য’ বুলি ঘোষণা কৰা হৈছিল।
  • ১৮৯৩ - ড॰ ভুৱনেশ্বৰ বৰুৱা, এগৰাকী মহান চিকিৎসক আৰু স্বাধীনতা সংগ্ৰামী। (মৃঃ ২৫ ছেপ্টেম্বৰ, ১৯৫৬)
  • ১৯২৮ - নিৰুপমা ফুকন, অসমীয়া সাহিত্যিক।
  • ১৯৩৪ - ক্লাইৱ গ্ৰেঞ্জাৰ (Clive Granger), ব্ৰিটিছ অৰ্থনীতিবিদ।
  • ১৯৫২ - ঋষি কাপুৰ, বলীউদৰ অভিনেতা।
  • ১৯৬২ - শ্বিনিয়া ইয়ামানাকা, নোবেল বিজয়ী জাপানিজ চিকিৎসা বিজ্ঞানী।
  • ১৯৬৬ - আদেশ শ্ৰীবাস্তৱ, ভাৰতীয় সংগীত পৰিচালক আৰু গায়ক।
  • ১৯৭০ - সাগৰিকা মুখাৰ্জী, ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী।
  • ১৯৮১ - বিয়ঞ্চে (Beyoncé), আমেৰিকান পপ গায়িকা আৰু অভিনেত্ৰী।
  • ১৯৮২ - গৌৰৱ গগৈ, ৰাজনেতা, কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ।

মৃত্যু

  • ১০৬৩ - টুঘৰিল বেগ, ছেলজুক সাম্ৰাজ্য়ৰ প্ৰতিষ্ঠাতা।
  • ১৮২১ - জ'জে মিগেল কৰেৰা, চিলিৰ প্ৰথম ৰাষ্ট্ৰপতি।
  • ১৯৬১ - দুৰ্গেশ্বৰ শৰ্মা, অসমীয়া কবি আৰু নাট্যকাৰ।
  • ২০০৬ - ষ্টিভ আৰউইন বা দা ক'ক'ডাইল হাণ্টাৰ, পৰিৱেশবিদ আৰু টেলিভিছনৰ ব্যক্তি, এবিধষ্ট্ৰিংগ্ৰেইনামৰ সাগৰীয় প্ৰাণীৰ আক্ৰমণত মৃত্যু হৈছিল।

দিৱস

বাহ্যিক সংযোগ



তথ্য়সূত্ৰ

Tags:

৪ ছেপ্টেম্বৰ ঘটনাৱলী৪ ছেপ্টেম্বৰ জন্ম৪ ছেপ্টেম্বৰ মৃত্যু৪ ছেপ্টেম্বৰ দিৱস৪ ছেপ্টেম্বৰ বাহ্যিক সংযোগ৪ ছেপ্টেম্বৰ তথ্য়সূত্ৰ৪ ছেপ্টেম্বৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

কুমাৰ ভাস্কৰ বৰ্মাভাষাবিজ্ঞানশব্দ (অভিধান)মালিনী থানবট গছৰমন্যাসবাদশৰ্মা মন্ত্ৰীসভাশাল গছমিচিং জনগোষ্ঠীমূলা গাভৰুবগীবিল দলংঅসমৰ আৰ্দ্ৰভূমিমণিকূটজীৱনৰ বাটতগুৱাহাটীৰ পৰ্যটনস্থলসমূহৰ তালিকাতামোললীলা গগৈহেমকোষউত্তৰ আমেৰিকাঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাযোগাসনঅসমৰ ৰাজ্যিক প্ৰতীকসমূহসমাজতত্ত্বকালিকা পুৰাণভাৰতত নাৰীবাদহিউৱেন-চাংলক্ষ্মীনাথ বেজবৰুৱাকাতি বিহুসৰ্বশিক্ষা অভিযানকলবদলা পদ্ম আতা সত্ৰসত্ৰহেম ভৰালীগমাৰীইষ্ট ইণ্ডিয়া কোম্পানীভাৰতৰ জাতীয় পতাকানৰকাসুৰশ্ৰীকৃষ্ণকীৰ্তনবাঁহীপাল ৰাজবংশৰামজীৱনীঅসমৰ জাতীয় গীতকৰবী ডেকা হাজৰিকানগাঁও জিলাখোলৰংকেৰভাৰতীয় দৰ্শনপঃৰাগওজাপালিকাৰ্বি ভাষাঈয়াৰুইঙ্গমহস্তীবিদ্যাৰ্ণৱগাঁঠিয়ন খুন্দাতামিলনাডুলভিতাগাখীৰমাতৃভাষাহোলোংহেম বৰুৱাৰ ভ্ৰমণ সাহিত্যবামুণী পাহাৰশ্ৰী শ্ৰী বটদ্ৰৱা থানহাংৰি আন্দোলনজ্ঞানপীঠ বঁটাসম্ৰাট অশোকবাজেটৰাষ্ট্ৰসংঘযতীন্দ্ৰ নাথ দুৱৰাশিৱসাগৰ জিলাজেং বিহুআগালমাকাঅসমীয়া গালি-গালাজশকুন্তলাবহনক্ষম উন্নয়নৰ লক্ষ্যনিউটনৰ গতিৰ সূত্ৰ🡆 More