১৪ ছেপ্টেম্বৰ: তাৰিখ

১৪ ছেপ্টেম্বৰ (ইংৰাজী: 14 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৭তম (অধিবৰ্ষত ২৫৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০৮টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

ঘটনাৱলী

  • ১৮৯৭ - বাল গংগাধৰ তিলকক ১৮ মাহৰ বাবে কাৰাদণ্ড দিয়া হৈছিল।
  • ১৯৩৯ - কেন্দ্ৰীয় আইন সভাৰ পৰামৰ্শ নকৰাকৈ ভাৰতক প্ৰথম মহাসমৰত জড়িত কৰাৰ প্ৰতিবাদত কংগ্ৰেছৰ আইন সভা ত্যাগ কৰে।
  • ১৯৪৯ - হিন্দী ভাষাক কাৰ্যালয়ৰ ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল।
  • ১৯৫৯ - চন্দ্ৰ অভিমুখী ৰাছিয়াৰ মহাকাশযান ‘লুনা-২’ চন্দ্ৰৰ সৈতে সংঘৰ্ষ হোৱাত ধ্বংস প্ৰাপ্ত হৈছিল। ৰাছিয়াৰ সময়মতে নিশা ১২ বাজি ২ মিনিট ২৪ ছেকেণ্ডত ৰাছিয়াৰ পৰা উৎক্ষেপণ কৰা প্ৰথমখন মহাকাশ যান লুনা-২ চন্দ্ৰত অৱতৰণ কৰিছিল।
  • ১৯৯৪ - কেন্দ্ৰীয় চৰকাৰে নতুন ঔষধ নীতি গ্ৰহণ কৰে।
  • ১৯৯৮ - কিৰিবাটি আৰু টোংগা ৰাষ্ট্ৰসংঘৰ সদস্য অন্তৰ্ভুক্ত হয়।
  • ২০১২ - অনুৰাগ বসু লিখিত আৰু পৰিচালিত বৰ্ফি! কথাছবিখনে মুক্তি পাইছিল।
  • ২০১২ - ‘এখন নেদেখা নদীৰ সিপাৰে’ নামৰ অসমীয়া চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল। অসমৰ বৃহত্তম নদীদ্বীপ মাজুলীত নব্বৈৰ দশকত উগ্ৰপন্থীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, আৰু ১৯৯৭ চনত সমাজকৰ্মী সঞ্জয় ঘোষক অপহৰণ কৰি হত্যা কৰিছিল। এই ঘটনাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল। পৰিচালক আছিল বিদ্যুত কটকী।

জন্ম

  • ১৭৬৯ - আলেকজেণ্ডাৰ ভন হামবল্ট (Alexander von Humboldt), জাৰ্মান অভিযাত্ৰী, সৰ্বগুণাকৰ (Polymath), ভুগোল, পদাৰ্থ আৰু পৰিৱেশ বিজ্ঞানী আছিল। জৈৱ-ভূগোল (Biogeography), ভূ-চুম্বকীয় ধুমুহা (Geomagnetic storm) আৰু হামবল্ট সোঁতৰ (Humboldt Current) বাবে বিখ্য়াত। তেখেতৰ বিখ্য়াত গ্ৰন্থ হ'ল - ক'ছম'ছ (Kosmos)।
  • ১৭৭৪ - লৰ্ড ৱিলিয়াম বেণ্টিংক, ভাৰতৰ গৱৰ্নৰ জেনেৰেল আছিল। (মৃঃ ১৭ জুন, ১৮৩৯)
  • ১৮৪৯ - আইভান পাভল'ভ পেট্ৰোভিচ, (ইংঃ Ivan Petrovich Pavlov, অন্য় তথ্য় সূত্ৰ মতে জন্ম তাৰিখ ২৬ ছেপ্টেম্বৰ) ৰাছিয়াৰ জীৱ আৰু চিকিৎসা বিজ্ঞানী, তেখেতে ১৯০৪ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
  • ১৮৮৮ - ঠাকুৰ অনুকূলচন্দ্ৰ, বঙালী ধৰ্মগুৰু, সৎসঙ্গৰ প্ৰতিষ্ঠাতা।
  • ১৯১৪ - জি পি চিপ্পী, কথাছবি পৰিচালক।
  • ১৯২৩ - ৰাম জেঠমালিনী, ৰাজনেতা, ভাৰতৰ প্ৰাক্তন আইন মন্ত্ৰী।
  • ১৯৩৬ - প্ৰদীপ শইকীয়া, অসমৰ প্ৰখ্যাত সাহিত্যিক, শিক্ষাবিদ, প্ৰসিদ্ধ অনুবাদক, ঔপন্যাসিক।
  • ১৯৫১ - ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন, ব্ৰিটিছ পদাৰ্থ বিজ্ঞানী।
  • ১৯৫৪ - শ্ৰীকান্ত জিচকাৰ, ভাৰতৰ সৰ্বাধিক ডিগ্ৰীধাৰী ব্যক্তি হিচাপে পৰিচিত।
  • ১৯৬৩ - ৰবীন সিং, ভাৰতীয় ক্ৰিকেট খেলুৱৈ।
  • ১৯৪৬- প্ৰশান্ত হাজৰিকা, অভিনেতা, হেঙুল থিয়েটাৰৰ জন্মদাতা।

মৃত্যু

  • ১৩২১ - ডাণ্টে (সম্পূৰ্ণ নাম ডাণ্টে আলিঘিয়েৰি), ইটালীৰ প্ৰসিদ্ধ কবি।
  • ১৭১২ - জঅ'ভান্নি ড'মেনিক' কাছিনি (Giovanni Domenico Cassini), ইটালীৰ গণিতজ্ঞ, জ্য়োতিৰ্বিজ্ঞানী আৰু অভিযন্তা। শনি গ্ৰহৰ আঙুঠিৰ ভাগ সমূহ দেখা আৰু ভাগ কৰা প্ৰথম বিজ্ঞানী।
  • ১৮৫২ - আৰ্থাৰ ৱেলেছলী (Arthur Wellesley), ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিল।
  • ১৮৬৮ - বীৰজানন্দ দণ্ডীশা, ভাৰতীয় সংস্কৃত শিক্ষক, মথুৰাৰ অন্ধ ঋষি হিচাপে জনাজাত আছিল।
  • ১৯০১ - ৱিলিয়াম মেককিনলি, আমেৰিকা যুক্টৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছিল।
  • ১৯৭১ - তাৰাশংকৰ বন্দোপাধ্যায়, জনপ্ৰিয় বাংলা লেখক আছিল।
  • ১৯৮২ - গ্ৰেচ কেলী, আমেৰিকান অভিনেত্ৰী আৰু মনাক'ৰ ৰাজকুমাৰী।
  • ২০০৪ - খবিৰ আহমেদ, আৰক্ষী বিষয়া আৰু জনপ্ৰিয় লেখক।

দিৱস

বাহ্যিক সংযোগ


তথ্য় সূত্ৰ

Tags:

১৪ ছেপ্টেম্বৰ ঘটনাৱলী১৪ ছেপ্টেম্বৰ জন্ম১৪ ছেপ্টেম্বৰ মৃত্যু১৪ ছেপ্টেম্বৰ দিৱস১৪ ছেপ্টেম্বৰ বাহ্যিক সংযোগ১৪ ছেপ্টেম্বৰ তথ্য় সূত্ৰ১৪ ছেপ্টেম্বৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

শ্ৰীনিবাস ৰামানুজনবসন্ত ঋতুমৃত্যুঞ্জয়গোলকীকৰণভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যনাৰী সবলীকৰণশিক্ষাকাৰেংঘৰতগৰশেৱালি ফুলপৰিয়ালবহুকোষী জীৱআনন্দৰাম ঢেকিয়াল ফুকনভাৰতৰ ৰাষ্ট্ৰপতিঅসমীয়া লোকসাহিত্যদৈনিক বাতৰিঅসমৰ কাঁহ শিল্পশিৱসাগৰহনুমানহিউমাছভূগোলউদ্ভিদকলাখাৰপাঠ পৰিকল্পনালেটিন ভাষাভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাযৌন সংগমঅসমৰ ধান খেতিৰ সঁজুলিসমূহৰসায়ন বিজ্ঞানআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাচৰাইদেউ জিলাব্লগসংবিধান দিৱস (ভাৰত)ৰাষ্ট্ৰসংঘ দিৱসমোগল সাম্ৰাজ্যলুৰিন জ্যোতি গগৈম’বাইল ফোনগঙ্গা নদীশিৱসাগৰ জিলাকবিতাবিশেষ শিক্ষামামণি ৰয়ছম গোস্বামীঅসমীয়া সাহিত্যত মালিতাদেউৰী জনগোষ্ঠীকপৌ ফুলৰোমাণ্টিক কবিতাকৰতল কমল কমল দল নয়নসাত বিহুনামচিংআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডভাৰতৰ সংৰক্ষণ ব্যৱস্থাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকালখিমপুৰ জিলাঅসম আৰক্ষীবিপন্ন প্ৰজাতিঅৰ্থনীতিব্ৰহ্মপুত্ৰ নদশোণিতপুৰ জিলাদক্ষিণপাট সত্ৰচৰাইযোৰহাটনিৰুপমা বৰগোহাঞিওজাপালিমণিৰাম দেৱানঅযোধ্যা (পৌৰাণিক নগৰ)পায়ু সংগমমুখমৈথুনঅসমৰ ৰেচম শিল্পঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাদৰং জিলাঅসমীয়া ভাষাৰ শব্দসম্ভাৰপিম্পৰা গুচোৱা🡆 More