১৭ জুন: তাৰিখ

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

১৭ জুন (ইংৰাজী: 17 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৮তম (অধিবৰ্ষত ১৬৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৭টা দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

ঘটনাৱলী

  • ১১২৮ - কাউণ্ট পঞ্চম জিঅ’ফ্ৰেৰ ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ কন্যা মাটিলডাল সৈতে বিবাহ।
  • ১৯৬৭ - চীন চৰকাৰৰ দ্বাৰা প্ৰথমটো হাইড্ৰ’জেন বোমাৰ বিস্ফোৰণ কৰা হৈছিল।
  • ১৯৯১ - ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীলৈ মৰণোত্তৰ ভাৱে ভাৰতৰত্ন প্ৰদানৰ সিদ্ধান্ত ঘোষোণা কৰা হয়।

জন্ম

মৃত্যু

  • ১৬৩১ - মমতাজ মহল, মোগল সম্ৰাট শাহ জাহানৰ বেগম।
  • ১৬৭৪ - জিজাবাঈ, মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক শিৱাজীৰ মাতৃ।
  • ১৮৬২ - লৰ্ড কেনিং, ভাৰতৰ প্ৰাক্তন গৱৰ্ণৰ জেনেৰেল।
  • ১৯২৮ - গোপবন্ধু দাস, ওড়িশাৰ জাতীয়তাবাদী নেতা।

দিৱস

  • আইচলেণ্ডৰ ৰাষ্ট্ৰীয় দিৱস।
  • আন্তঃৰাষ্ট্ৰীয় নিৰ্বনানীকৰণ আৰু খৰাঙ প্ৰতিৰোধী দিৱস

বাহ্যিক সংযোগ



Tags:

১৭ জুন ঘটনাৱলী১৭ জুন জন্ম১৭ জুন মৃত্যু১৭ জুন দিৱস১৭ জুন বাহ্যিক সংযোগ১৭ জুন

🔥 Trending searches on Wiki অসমীয়া:

প্ৰদূষণজেং বিহুনৱ-বৈষ্ণৱ ধৰ্মদলগত কামশিৱসাগৰ জিলাক্ষএৰিষ্ট'টলদিনপূৰবী বৰমুদৈঈদ-উল-জুহাআনন্দৰাম ঢেকিয়াল ফুকনঅসমীয়া ভাষা উন্নতি সাধিনী সভাভাৰতৰ প্ৰধানমন্ত্ৰীযোগেশ দাসগুৱাহাটী বিশ্ববিদ্যালয়কানাই বৰশী বোৱা শিলালিপিকোচ ৰাজবংশএচিদ বৰষুণডাকৰ বচনহেপাটাইটিছ বিভট্টদেৱৰ গদ্যশৈলীভূপেন হাজৰিকাপ্ৰান্তিকআয়তক্ষেত্ৰডিমাছা জনগোষ্ঠীদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাবড়োলেণ্ডৰাষ্ট্ৰসংঘৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখামটি জনগোষ্ঠীভট্টদেৱব্যৱস্থাপনাচৰকাৰনগাঁও (লোকসভা সমষ্টি)হেমকোষবাঁহীশিক্ষা মনোবিজ্ঞানবাণিজ্যআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰদৰং জিলাব'হাগ বিহুকোণথমাছ আলভা এডিচনজাতীয়তাবাদচেৰা-বিহুসাতসৰী (অলংকাৰ)নলবাৰী জিলাজণ্ডিছসিংহপৰ্যটনগাঁও পঞ্চায়তঅশোকাষ্টমীসংঘাতঅসমৰ পৰম্পৰাগত সাজ-পাৰবাংলাদেশঝুমুৰবিহুৰ খাদ্যনীলমণি ফুকন (কনিষ্ঠ)ম’বাইল ফোনঅসমীয়া জাতিসিন্ধু সভ্যতামিচিং জনগোষ্ঠীচুটিগল্পখ্ৰীষ্টান ধৰ্মবৰদৈচিলাতিৱা জনগোষ্ঠীবাইখো পূজাভঠেলিচেলেংপ্ৰাগজ্যোতিষপুৰঅয়নান্ত (গ্ৰন্থ)নতুন দিল্লী🡆 More