১৬ ছেপ্টেম্বৰ: তাৰিখ

১৬ ছেপ্টেম্বৰ (ইংৰাজী: 16 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৯তম (অধিবৰ্ষত ২৬০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০৬টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

ঘটনাৱলী

  • ১৬১৬ - ব্ৰিটিছ ৰাষ্ট্ৰদূত টমাছ ৰো ভাৰতৰ চুৰাটত উপস্থিত হৈছিল। ইংলেণ্ডৰ ৰজা জেমছৰ দূত হিচাপে মোগল সম্ৰাট জাহাংগীৰৰ ৰাজত্ব কালত তেওঁ ভাৰতত কাৰ্যনিৰ্বাহ কৰে।
  • ১৮২১ - মেক্সিক'ৱে স্বাধীনতা লাভ কৰে।
  • ১৯৪০ - আমেৰিকাত ২১-৩৫ বছৰীয়া পুৰুষসকলক সৈন্য-বাহিনীত যোগদান কৰাটো বাধ্যতামূলক কৰা হয়।
  • ১৯৫৩ - বিশ্বৰ প্ৰথমখন চিনেমা স্কোপ ছবি দা ৰোব আমেৰিকাৰ ৰক্সি থিয়েটাৰত প্ৰদৰ্শিত হয়।
  • ১৯৭৫ - পাপুৱা-নিউগিনিয়ে স্বাধীনতা লাভ কৰে।
  • ১৯৭৮ - ইৰাণৰ টাবাছত (Tabas earthquake) ৭.৭ প্ৰাবল্যৰ ভূমিকম্প হৈছিল। প্ৰায় ২৫০০০ লোকৰ মৃত্যু হৈছিল।

জন্ম

  • ১৮৫৮ - ব'নাৰ ল' (Bonar Law), ব্ৰিটিছ প্ৰধানমন্ত্ৰী।
  • ১৮৫৯ - ইউৱান শ্বিকাই (Yuan Shikai), টাইৱান বা ৰিপাব্লিক অৱ চাইনাৰ ৰাষ্ট্ৰপতি আছিল।
  • ১৯২৩ - লি কুৱান ইঅ' (Lee Kuan Yew), চিংগাপুৰৰ প্ৰথম প্ৰধান মন্ত্ৰী, আধুনিক চিংগাপুৰৰ প্ৰতিষ্ঠাপক পিতৃ পুৰুষ।
  • ১৯৩১ - ই চি জৰ্জ সুদৰ্শন, ভাৰতীয়-আমেৰিকান তাত্ত্বিক পদাৰ্থ বিজ্ঞানী আৰু টেক্সাছ বিশ্ববিদ্যালয়ৰ অধ্যাপক।
  • ১৯৪৫ - পি চিদাম্বৰম, ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন এটৰ্ণী।

মৃত্যু

  • ১৭৩৬ - গেব্ৰিয়েল ডেনিয়েল ফাৰেনহাইট, জাৰ্মান পদাৰ্থ-বিজ্ঞানী, ফাৰেনহাইট স্কেল আৰু থাৰম'মিটাৰৰ আৱিষ্কাৰক।
  • ১৮২৪ - লুই অষ্টাদশ (Louis XVIII), ফ্ৰান্সৰ ৰজা আছিল।
  • ১৯৩২ - ৰোনাল্ড ৰছ, মেলেৰিয়া ৰোগৰ বীজাণু আৱিষ্কাৰ কৰা ভাৰতজাত ন'বেল জয়ী চিকিৎসা-বিজ্ঞানী।
  • ১৯৫৭ - ষী বাইশ্বী বা কী বাইশ্বী (Qi Baishi), চীনা চিত্ৰশিল্পী।
  • ১৯৭৭ - কেশৰবাই কেৰকাৰ, হিন্দুস্থানী শাস্ত্ৰীয় সঙ্গীত কণ্ঠশিল্পী।
  • ২০০৫ - গৰ্ডন গ'ল্ড (Gordon Gould), আমেৰিকান পদাৰ্থ বিজ্ঞানী, লেজাৰ আৱিষ্কাৰ কৰোঁতা।
  • ২০২০ - কপিলা বাৎসায়ন, ভাৰতীয় নৃত্য শিল্পী, অধ্যাপিকা আৰু সাহিত্যিক।

দিৱস

  • মেক্সিকোৰ স্বাধীনতা দিৱস।
  • পাপুৱা-নিউগিনিৰ স্বাধীনতা দিৱস।
  • আন্তঃৰাষ্ট্ৰীয় অ'জ'ন স্তৰ সংৰক্ষণ দিৱস।

বাহ্যিক সংযোগ


তথ্য সূত্ৰ

Tags:

১৬ ছেপ্টেম্বৰ ঘটনাৱলী১৬ ছেপ্টেম্বৰ জন্ম১৬ ছেপ্টেম্বৰ মৃত্যু১৬ ছেপ্টেম্বৰ দিৱস১৬ ছেপ্টেম্বৰ বাহ্যিক সংযোগ১৬ ছেপ্টেম্বৰ তথ্য সূত্ৰ১৬ ছেপ্টেম্বৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

ঊৰুমৈথুনমৃত্যুঞ্জয়শ্ৰী শ্ৰী বটদ্ৰৱা থাননামঘৰৰামধেনুঅসমৰ চাহ জনগোষ্ঠীঈদ-উল-জুহাপ্ৰাচীৰ পত্ৰিকামিৰি জীয়ৰীউৎপাদন (অৰ্থনীতি)হস্তমৈথুনপায়ু সংগমপঞ্চায়তী ৰাজবৰুণীমাধৱদেৱপবিতৰা অভয়াৰণ্যজৈন ধৰ্মঅসমীয়া কবিতাঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাৰামধেনু (আলোচনী)মোৰ জীৱন সোঁৱৰণভাৰতীয় দৰ্শনঅসমীয়া জলপানধানপ্লেটোপ্ৰেমচন্দস্বাধীনতা দিৱস (ভাৰত)ইংৰাজী ভাষাবনঘোষাআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডকালিচৰণ ব্ৰহ্মদ্য টেল অফ গেঞ্জিবৃত্তস্বাভাৱিক সংখ্যাতেজপুৰ (লোকসভা সমষ্টি)অসমৰ ভূগোলমানৱ উন্নয়ন সূচকধেমাজি জিলাআহোম জনগোষ্ঠীসদৌ অসম ছাত্ৰ সন্থাঅনিৰুদ্ধঢোলঅসমৰ ৰাজ্যপালসকলৰ তালিকাসমাজতত্ত্বমহেন্দ্ৰ বৰাডিমাছা ভাষাঅয়নান্ত (গ্ৰন্থ)অসমৰ কাঁহ শিল্পমূলা গাভৰুচীনদৌল গোবিন্দ মন্দিৰপৰিমেয় সংখ্যাকেৰুমণিকাৰেংঘৰপীযুষ হাজৰিকাইছলামস্বাস্থ্যএছিয়াবৈচাগুকছাৰী ৰাজ্যপৰিৱেশ বিজ্ঞাননেপোলিয়ন বোনাপাৰ্টলোকসভাৰ অধ্যক্ষভঠেলিসাহিত্যহেমকোষমুখমৈথুনঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাচিলাৰায়প্ৰকৃতিলাভলীনা বৰগোহাঁইনিৰুপমা বৰগোহাঞিনেমু🡆 More