হিমাংশু প্ৰসাদ দাস

হিমাংশু প্ৰসাদ দাস (ইংৰাজী: Himanshu Prasad Das) অসমৰ এগৰাকী কবি, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক। তেওঁ‌ বিশেষকৈ অসমৰ অপেছাদাৰী নাটকৰ লগত জড়িত। তেওঁ ৰচনা আৰু আবৃত্তি কৰা এই ছোৱালী এবাৰ ভালপাই চাবা নেকি শীৰ্ষক কবিতাটিয়ে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল। ছাকিৰা আহিব বকুলতলৰ বিহুলৈ তেওঁ পৰিচালনা কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ।

হিমাংশু প্ৰসাদ দাস
ৰাষ্ট্ৰীয়তা ভাৰত
নাগৰিকত্ব ভাৰতীয়
শিক্ষানুষ্ঠান কটন কলেজ, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়
পেচা চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক

জন্ম আৰু শিক্ষা

১৯৮২ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে দক্ষিণ কামৰূপৰ আমৰাংগা বৰিহাটত হিমাংশু প্ৰসাদ দাসৰ জন্ম হয় । তেওঁৰ পিতৃৰ নাম সমুদ্ৰনাথ দাস। আমৰাংগা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰা দাসে কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ইয়াৰ পাছত তেওঁ দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা ২০০৮ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।

কৰ্মৰাজী

Tags:

🔥 Trending searches on Wiki অসমীয়া:

সৌৰভ কুমাৰ চলিহাসাহিত্যৰ সমাজতত্ত্বশৰাইঘাটৰ যুদ্ধগুণাভিৰাম বৰুৱাপৃথিৱীপাঠ পৰিকল্পনামনোমতী (চলচ্চিত্ৰ)অসমীয়া লোক-সংস্কৃতিপুথিভঁৰালতিনিচুকীয়া জিলানাৰায়ণদেৱনদীজাতীয়তাবাদমানৱতাবাদৰাজিয়া চুলতানাহেমকোষবেণুধৰ শৰ্মাভূগোলমইনা পাৰিজাতভাষাকলঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিলখিমপুৰ (লোকসভা সমষ্টি)অংকীয়া নাটঁ (চন্দ্ৰবিন্দু)ফলৰ তালিকাঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকামহাভাৰতএংকৰ ৱাটপটলচিদাম্বৰম (চলচ্চিত্ৰ)মুদ্ৰাস্ফীতিঅসমীয়া প্ৰতিদিনকম্পিউটাৰদৌল গোবিন্দ মন্দিৰমণিপুৰঅনুৰাধা শৰ্মা পূজাৰীভাৰতৰ উচ্চতম ন্যায়ালয়বৌদ্ধ ধৰ্মমিঠু বৰুৱাখনিজ পদাৰ্থশ্ৰী সূৰ্য পাহাৰহিউৱেন-চাংচৰাইদেউ জিলাৰামায়ণজোনাকী (আলোচনী)জ্ঞানপীঠ বঁটাআগ্নেয়গিৰিষ্ট্ৰবেৰীপৰিস্থিতি বিজ্ঞানঅসমৰ ছপাশালমহিম বৰাবাঁহবাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণহোলীগীতবিশ্ব পৰিৱেশ দিৱসবগেজাৰী গীতমণিপুৰ সংঘৰ্ষ ২০২৩অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাসালোক সংশ্লেষণঅৰ্শৰোগমানুহধানকলেৰাআল্লাহম’বাইল ফোনঅসমৰ সত্ৰসমূহৰ তালিকানীলমণি ফুকন (কনিষ্ঠ)মোৰো এটা সপোন আছেৰোজাপোৱামক্কাঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাভূ-বিজ্ঞানশিৱসাগৰ পুখুৰীভাৰতীয় চলচ্চিত্ৰ🡆 More