যলযলা জাযীৰা

যলযলা জাযীৰা পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ সাগৰ তীৰত থকা এটা সৰু দ্বীপ। এই দ্বীপটো ২০১৩ চনৰ ২৪ ছেপ্টেম্বৰত পাকিস্তানত সংঘটিত ভূমিকম্পৰ পিছত সৃষ্টি হয়।

যলযলা জাযীৰা
যলযলা জাযীৰা
ভৌগোলিক
ভৌগোলিক স্থানাংক 25°10′58″N 62°16′16″E / 25.182778°N 62.271111°E / 25.182778; 62.271111 62°16′16″E / 25.182778°N 62.271111°E / 25.182778; 62.271111
মুঠ দ্বীপৰ সংখ্যা এক
সৰ্বোচ্চ উচ্চতা 12 m (39 ft)
ৰাষ্ট্ৰ
পাকিস্তান
বেলুচিস্তান
জনগাঁথনি
জনসংখ্যা 0
অতিৰিক্ত তথ্য
২৪ ছেপ্টেম্বৰ ২০১৩ ত প্ৰথম আৱিৰ্ভাৱ

গঠন

যলযলা জাযীৰা আগ্নেয়গিৰিৰ গেদীয় বোকা(ইংৰাজী:mud volcano)ৰ পৰা গঠিত হৈছে বুলি ভবা হৈছে। এই দ্বীপটো পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ গাডাৰৰ তীৰৱৰ্তী আৰৱ সাগৰত অৱস্থিত। এই দ্বীপটো ২০১৩ চনৰ ২৪ ছেপ্টেম্বৰত পাকিস্তানত সংঘটিত ৭.৭ ৰিখটাৰ স্কেল প্ৰাৱল্যৰ ভূমিকম্পৰ ফলস্বৰূপে পানীৰ তলৰ পৰা ওলাই আহে। এই দ্বীপসদৃশ অঞ্চলটো অৱশ্যে অস্থায়ী গঠনো হ'ব পাৰে, যিটো বেছি দিন বৰ্তি থকাৰ সম্ভাৱনা কম।

পাকিস্তানৰ National Institute of Oceanography-ৰ আলি ৰছিদ তাব্ৰিজৰ ভাষ্য অনুসৰি এই দ্বীপটো সাগৰ পৃষ্ঠত মিথেন গেছৰ নিৰ্গমণৰ ফলস্বৰূপে ওপৰলৈ উঠি আহিছে। ড॰ তাব্ৰিজে কোৱা মতে “Such islands have appeared in the past...and this new island will also not stay there for long”

অৱস্থান

এই দ্বীপটো পাকিস্থানৰ সাগৰৰ তীৰৱৰ্তী অঞ্চলৰ পৰা দৃশ্যমান। ইয়াক যলযলা জাযীৰা নাম দিয়া হৈছে, যাৰ অৰ্থ হৈছে, "কম্পন দ্বীপ"। এই দ্বীপটো সাগৰৰ পাৰৰ পৰা ৩৫০ ফুট(১১০ মিটাৰ)ৰ পৰা ১ মাইল(১.৬ কিল'মিটাৰ) দূৰত্বত গঠিত হৈছে। ইয়াৰ উচ্চতা ১০-৪০ ফুট (৬-১২ মিটাৰ) আৰু প্ৰস্থ প্ৰায় ১০০ ফুট(৩০ মিটাৰ)। অৱশ্যে এই সংখ্যাসমূহ এতিয়াও বিজ্ঞানসন্মত ভাৱে প্ৰত্যাপন কৰা হোৱা নাই।

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

যলযলা জাযীৰা গঠনযলযলা জাযীৰা অৱস্থানযলযলা জাযীৰা তথ্যসূত্ৰযলযলা জাযীৰা বাহ্যিক সংযোগযলযলা জাযীৰা

🔥 Trending searches on Wiki অসমীয়া:

আনন্দ চন্দ্ৰ আগৰৱালামানুহৰ কংকালঘৰচিৰিকাশ্ৰীমদ্ভগৱতগীতাঅম্বুবাচীসাহিত্য অকাডেমি বঁটামানচিত্ৰপায়ু সংগমৰুবুল মাউতউত্তৰ গুৱাহাটীবিশ্ব বাণিজ্য সংস্থাগুৰু আসনগোলকীয় উষ্ণতা বৃদ্ধিৰুক্মিণী হৰণ নাটঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাছ'ভিয়েট সংঘভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাউদয় শংকৰভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাঅসমৰ পোক - পৰুৱাৰামধেনু (আলোচনী)ৰাজনীতিৰমন্যাসবাদমুদ্ৰাঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিঅসম চাহবড়োলেণ্ডমানুহসমাজমিচিং জনগোষ্ঠীৰ সাজপাৰদানৱ ৰাজবংশবিহু নৃত্যপৰিস্থিতি বিজ্ঞানপৰিয়ালসালোক সংশ্লেষণতিনিচুকীয়া জিলামৈদামছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)ৰাধাগোবিন্দ বৰুৱাশিৱসাগৰ জিলাসাহিত্যৰাম বিজয়ভাৰতৰ নিৰ্বাচন আয়োগবেলিমাৰ (নাটক)কুলধৰ শইকীয়ানাগালেণ্ডভাৰতত মহিলা শিক্ষাপোহৰমৰুদ্যানব-দ্বীপগদ্যসংখ্যাসাঁথৰক্ষমাঘ বিহুচৰিত পুথিকামৰূপ জিলাভাৰতৰ ৰাষ্ট্ৰপতিচকলংপাচন তন্ত্ৰচন্দ্ৰকুমাৰ আগৰৱালাঅসম সাহিত্য সভাহিমবাহফুলকানাই বৰশী বোৱা শিলালিপিতৎসমঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকামনোমতীমানৰ অসম আক্ৰমণজলবায়ুভট্টদেৱদিখৌ নদীঅতুল চন্দ্ৰ হাজৰিকালক্ষ্মীনন্দন বৰাহেমচন্দ্ৰ গোস্বামী🡆 More