মাংসসাৰ: জৈৱিক পদাৰ্থ

মাংসসাৰ বা প্ৰ'টিন (ইংৰাজী: Protein) হৈছে একপ্ৰকাৰৰ বৃহৎ জৈৱযৌগ। এক বা একাধিক এমিন' এচিডৰ দীঘল শৃংখলৰ দ্বাৰা ইহঁতৰ গঠন হয়। প্ৰ'টিনে জীৱ দেহত পৰিপাকীয় বিক্ৰিয়াৰ অনুঘটক, DNA পুনৰোৎপাদন, উদ্দীপনাৰ প্ৰতি সঁহাৰি, এটা অংশৰ পৰা আন অংশলৈ অনুৰ পৰিবহণকে ধৰি বিভিন্ন কাৰ্য সংঘটিত কৰে। বিভিন্ন প্ৰ'টিনৰ এমিন' এচিডৰ সাজোনৰ ভিন্নতা থাকে, যিটো সিহঁতৰ জীনৰ নিউক্লিয়টাইড সজ্জাই নিৰ্ধাৰণ কৰে, আৰু ইযাৰ ফলতেই প্ৰ'টিনে সিহঁতৰ বিশেষ ত্ৰি-অক্ষীয় গঠন লাভ কৰে যিয়ে সিহঁতৰ কাৰ্য নিৰ্ণয় কৰে।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

চ'মাংকানপাঠ পৰিকল্পনানিৰ্মলপ্ৰভা বৰদলৈপাৰ্ৱতি প্ৰসাদ বৰুৱামামণি ৰয়ছম গোস্বামীৰ উপন্যাসপ্ৰাকৃতিক দুৰ্যোগগুণাভিৰাম বৰুৱাকপিৰাইটহেম বৰুৱাজন গণ মনধৰ্মমুদ্ৰাবসন্ত ঋতুগৰীয়সীলোকসভাকমলাবাৰী সত্ৰবড়ো জনগোষ্ঠীধনশিৰি নদীএককোষী জীৱব্ৰহ্মগুপ্তসূৰ্যবুঢ়ী আইৰ সাধুজিকিৰলক্ষ্মীনন্দন বৰাদৰ্শনকৰ্কট ক্ৰান্তিঅসম আৰক্ষীঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাচিৰ চেনেহী মোৰ ভাষা জননীপাটবাউসী সত্ৰঅসমীয়া গীতি সাহিত্যঅৰুণাচল প্ৰদেশঢ়মানৰ অসম আক্ৰমণ২৫ এপ্ৰিলগৌতম বুদ্ধঅসমীয়া ভাষা আন্দোলনভাৰতত বনাঞ্চল ধ্বংসবেটুপাতশিৱবতাহমহাভাৰতঅসমৰ গামোচাবিত্তীয় ব্যৱস্থাৰাম গগৈপিম্পৰা গুচোৱাৰামআহোম ভাষাঅসমীয়া উপন্যাসআৰবী ভাষাহুঁচৰিদুৰ্গাবৰ কায়স্থকুশল কোঁৱৰভাৰতীয় জাতীয় কংগ্ৰেছবকুল ফুলৰ দৰে (গ্ৰন্থ)অষ্ট্ৰেলিয়াউপভাষামাহআউনীআটী সত্ৰমাটিআধুনিকতাবাদউমানন্দঅতুল চন্দ্ৰ হাজৰিকাৰাষ্ট্ৰসংঘ দিৱসকুমাৰ ভাস্কৰ বৰ্মাঅসমীয়া ভাষাৰ শব্দসম্ভাৰহস্তীবিদ্যাৰ্ণৱঅসমৰ ধান খেতিৰ সঁজুলিসমূহশিৱসাগৰৰ শিৱদৌলসাঁচিপাতৰামধেনু (আলোচনী)পদুমবেদপ্ৰাগজ্যোতিষপুৰ🡆 More