গৰীয়সী

গৰীয়সী অসমীয়া ভাষাৰ এখন সাহিত্য আলোচনী৷ গৰীয়সী আলোচনীৰ বৰ্তমান সম্পাদক হ'ল ৰীতা চৌধুৰী। ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া তেখেতৰ পাছৰ সম্পাদক হ'ল হৰেকৃষ্ণ ডেকা আৰু ২০০৯ চনৰ পৰা ২০২১ চনৰ জুন মাহলৈ সম্পাদকৰ দয়িত্বত থাকে ড॰ লক্ষ্মীনন্দন বৰা। ট্ৰিবিউন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত এইখন এখন অসমীয়া মাহেকীয়া আলোচনী।

গৰীয়সী
গৰীয়সী
গৰীয়সীৰ ল’গ’
সম্পাদক ড° ৰীতা চৌধুৰী
পূৰ্বৰ সম্পাদক চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া
(প্ৰতিষ্ঠাপক সম্পাদক),
হৰেকৃষ্ণ ডেকা,
লক্ষ্মীনন্দন বৰা
প্ৰকাশনৰ হাৰ মাহেকীয়া
প্ৰকাশক সাহিত্য প্ৰকাশ, ট্ৰীবুন বিল্ডিঙ, গুৱাহাটী-৭৮১০০৩
প্ৰথম সংখ্যা ১ অক্টোবৰ ১৯৯৩
দেশ ভাৰত
ভাষা অসমীয়া

সাহিত্য বিষয়ক গৱেষণামূলক প্ৰবন্ধ, গল্প, কবিতা, ধাৰাবাহিক আদি প্ৰকাশ কৰাৰ উপৰিও আলোচনীখনত ছেগাচোৰোকাকৈ বিশ্বসাহিত্যৰ শেহতীয়া গতিবিধি সম্পৰ্কীয় প্ৰবন্ধ লগতে বিজ্ঞান সংক্ৰান্তিয় দুই-এটা বিশেষ প্ৰবন্ধও প্ৰকাশ হয়।

আলোচনীখনে ইতিমধ্যে তিনিবাৰ সৰ্বভাৰতীয় ‘কথা’ পুৰস্কাৰ লাভ কৰিছে।

গৰীয়সীত ধাৰাবাহিকভাৱে প্ৰকাশিত বিখ্যাত গ্ৰন্থ

বিংশ শতাব্দীৰ শ্ৰেষ্ঠ অসমীয়া

একবিংশ শতাব্দীত প্ৰবেশৰ প্ৰাক মুহূৰ্তত গৰীয়সীয়ে বিংশ শতাব্দীৰ এগৰাকী সৰ্বশ্ৰেষ্ঠ আৰু কুৰিগৰাকী শ্ৰেষ্ঠ অসমীয়াৰ নাম প্ৰকাশ কৰিছিল। সমীক্ষকসকলৰ সৰ্বসন্মতিক্ৰমে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা হৈছে বিংশ শতাব্দীৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া। সেই তালিকা অনুসৰি কুৰিগৰাকী শ্ৰেষ্ঠ অসমীয়া হ'ল:

তথ্যসূত্ৰ

Tags:

অসমীয়াচন্দ্ৰপ্ৰসাদ শ‍ইকীয়ালক্ষ্মীনন্দন বৰাহৰেকৃষ্ণ ডেকাৰীতা চৌধুৰী

🔥 Trending searches on Wiki অসমীয়া:

চুতীয়া ৰাজ্যইষ্ট ইণ্ডিয়া কোম্পানীআহোম-মোগলৰ সংঘৰ্ষশিশু সাহিত্যবাৰ ভূঞাবেদতেজৰাজনৈতিক দলচাহভাওনা২৭ এপ্ৰিলহোমাৰকলঅশ্বিনী কুমাৰ বৰুৱাজলসিঞ্চনভক্তি ৰত্নাৱলীদীৰ্ঘেশ্বৰী দেৱালয়কীৰ্তন ঘোষা সংকলনসাগৰযতীন্দ্ৰ নাথ দুৱৰাগৱেষণাতাজমহলভাষাপোৱামক্কাতিনিচুকীয়া জিলামৌখিক ইতিহাসশক্তিনামচিংচন্দ্ৰকান্ত অভিধাননদীশৰাইঘাটৰ যুদ্ধজৈৱ বৈচিত্ৰ্যকলিকতামুদ্ৰাঅসমৰ চলচ্চিত্ৰহৰিবৰ বিপ্ৰলক্ষ্মীনন্দন বৰাঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদসৰ্বেপল্লী ৰাধাকৃষ্ণণঅভিধানমূৰাৰা, ৰঙিয়াযোৰহাট জিলাৰুক্মিণীকাকৈজানা সংৰক্ষিত বনাঞ্চলব-দ্বীপমোৱামৰীয়া বিদ্ৰোহঅসমত দেখা পোৱা মাছৰ তালিকাসংগীত নাটকখামটি জনগোষ্ঠীচি++অসম চাহশ্ৰীমদ্ভগৱতগীতাঅসম সাহিত্য সভাসমাজতত্ত্বঅসমৰ পৰম্পৰাগত সাজ- পাৰম’বাইল ফোনগড়মূৰ সত্ৰআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰহিন্দী ভাষাক্ষচলচ্চিত্ৰঅসমৰ জনগোষ্ঠীসংশয় ব্যৱস্থাপনাপুথিভঁৰালমাটিৰ হিচাপদৰং জিলাগুণমালাভটিমাৰামায়ণচ্যু-কা-ফাকমলাবাৰী সত্ৰবুঢ়া চাপৰি অভয়াৰণ্যৰাভা জনগোষ্ঠী🡆 More