মেদিনী চৌধুৰী

মেদিনী চৌধুৰী (ইংৰাজী: Medini Chowdhury) অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক। তেখেতৰ ৰচনাসমূহৰ ভিতৰত প্ৰধানকৈ আছে উপন্যাস, জীৱনীমূলক উপন্যাস, বুৰঞ্জীমূলক গ্ৰন্থ, ভ্ৰমণ কাহিনী আৰু জনপ্ৰব্ৰজন, সাহিত্য চিন্তা, ছাত্ৰ আন্দোলন আদি বিভিন্ন বিষয় সম্পৰ্কীয় প্ৰবন্ধ।

মেদিনী চৌধুৰী
মেদিনী চৌধুৰী
জন্ম ৩১ মাৰ্চ ১৯২৮ চন
গোৰেশ্বৰ, অসম
মৃত্যু ১৩ ফেব্ৰুৱাৰী ২০০৩ চন
পেচা সাহিত্যিক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি বিপন্ন সময়, ফেৰেংগদাও
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা (১৯৯৯)

কৰ্মজীৱন

তেখেতে শ্বিলঙত অসম সচিবালয়ত কৰ্মজীৱন আৰম্ভ কৰে। পাছত অসমীয়া, নতুন অসমীয়া, দৈনিক শান্তিদূত আদি কাকতত পাঁছ বছৰ সম্পাদনা বিভাগত কাম কৰে। তেখেতে কিছুদিন সূত্ৰধাৰ আলোচনী সম্পাদনা কৰে। ১৯৫৬ চনত পুনৰ চৰকাৰী চাকৰিত যোগ দি ই.এ.চি. হিচাপে দায়িত্ব পালন কৰে।

বঁটা

তেখেতে ‘তাত নদী নাছিল’ নামৰ উপন্যাসৰ বাবে ১৯৭৯ চনত অসম প্ৰকাশন পৰিষদ বঁটা আৰু ‘বিপন্ন সময়’ নামৰ উপন্যাসৰ বাবে ১৯৯৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।

গ্ৰন্থসম্ভাৰ

  • অনন্য প্ৰান্তৰ (১৯৭২), কাহিনীগ্ৰন্থ
  • বণ্ডুকা বেহাৰ (১৯৭৬), মহাপুৰুষ মাধৱদেৱৰ জীৱনৰ আধাৰত লিখিত জীৱনীমূলক উপন্যাস
  • তাত নদী নাছিল (১৯৭৭), উপন্যাস
  • অৰণ্য আদিম (১৯৭৮), উপন্যাস
  • ফেৰেংগাদাও (১৯৮২), বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ আধাৰত লিখিত জীৱনীমূলক উপন্যাস
  • লুইত বৰাক আৰু ইছলাম (১৯৮২), বুৰঞ্জীমূলক গ্ৰন্থ
  • যাদুঘৰৰ কীৰ্তিমুখ (১৯৮৭), উপন্যাস
  • খোলাকটিৰ তাল (১৯৮৯), উপন্যাস
  • চীনৰ ছাত্ৰ আন্দোলন (১৯৯০), বুৰঞ্জীমূলক গ্ৰন্থ
  • ফাগুনত আজাৰৰ ফুল (১৯৯৩), উপন্যাস
  • বিপন্ন সময় (১৯৯৬), উপন্যাস
  • সপোন সপোন লাগে (১৯৯৮), উপন্যাস
  • য়াজু নদী পাৰ, ভ্ৰমণ কাহিনী

তথ্য সংগ্ৰহ

Tags:

মেদিনী চৌধুৰী কৰ্মজীৱনমেদিনী চৌধুৰী বঁটামেদিনী চৌধুৰী গ্ৰন্থসম্ভাৰমেদিনী চৌধুৰী তথ্য সংগ্ৰহমেদিনী চৌধুৰী

🔥 Trending searches on Wiki অসমীয়া:

আৰ্দ্ৰতাশিক্ষাশকুন্তলা (চলচ্চিত্ৰ)ভাষাবিজ্ঞানভাৰতীয় জাতীয় কংগ্ৰেছদশৰথঅসমীয়া জাতিঅসমৰ মাছসমাজৰাণী লক্ষ্মীবাইনীলমণি ফুকন (কনিষ্ঠ)উত্তৰ-পূব ভাৰতসংক্ৰমণভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাজণ্ডিছভাইৰাছঅতুল চন্দ্ৰ হাজৰিকাবিশেষ শিক্ষাবচন (ব্যাকৰণ)ৰাষ্ট্ৰসংঘঢ়কোচ ৰাজবংশঈয়াৰুইঙ্গমগুৱাহাটীশালস্তম্ভ ৰাজবংশবিহুৰ খাদ্যবিজ্ঞানতেজনেতাই ধুবুনী ঘাটইন্দিৰা মিৰিদেউলদুৰ্যোগঅসমৰ কাঁহ শিল্পঅসমীয়া লোকসাহিত্যৰাধাগোবিন্দ বৰুৱাবিষুৱ ৰেখাভাৰতপদাৰ্থৰ অৱস্থাকীৰ্তন-ঘোষাভাৰতৰ জাতীয় পতাকাবিষ্ণুৰাম মেধিঅসমীয়া খাদ্যাভ্যাসমৃত্যুঞ্জয়ৰাজ্যসভাঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫জৈন ধৰ্মআহোম ভাষাৱিকিমিডিয়া ফাউণ্ডেশ্যনজয় দৌলমোৱামৰীয়া বিদ্ৰোহজেতুকাইণ্টাৰনেটঅন্তৰীপ (উপন্যাস)সতী সাধনীসন্ধিশোণিত কুঁৱৰীনৱ-বৈষ্ণৱ ধৰ্মমেখেলা চাদৰগোপীনাথ বৰদলৈত্ৰিভুজমহাকাব্যমাইলছ ব্ৰনছনম'হৰ শিঙৰ পেঁপাঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাপূৰবী বৰমুদৈভিটামিনমোৰো এটা সপোন আছেযতি-চিনসাম্যবাদচকলংফকৰা যোজনাহিউৱেন-চাংলক্ষ্যধৰ চৌধুৰীহয়গ্ৰীৱ মাধৱ মন্দিৰশীতল যুদ্ধভাৰত-চীন যুদ্ধ🡆 More