তপন দাস

তপন দাস (ইংৰাজী: Tapan Das) অসমৰ এগৰাকী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা, নাট পৰিচালক, আবৃত্তিকাৰ আৰু গল্প লিখক।

তপন দাস
তপন দাস
তপন দাস
জন্ম ১১ জানুৱাৰী, ১৯৬২
গুৱাহাটী, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান অসম অভিযান্ত্ৰিক মহাবিদ্যালয়
পেচা অভিনেতা, লেখক
জনা যায় অভিনয়

প্ৰাৰম্ভিক জীৱন

তপন দাসৰ জন্ম হৈছিল ১৯৬২চনৰ ১১ জানুৱাৰীত। ৮০ ৰ দশকৰ আৰম্ভণিত হাইস্কুলত পঢ়ি থকাৰে পৰা তেওঁ অভিনয়ৰ সৈতে জড়িত। তেওঁৰ দেউতাক অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ এজন বিষয়া আছিল আৰু সঘনাই এঠাইৰ পৰা আন ঠাইলৈ বদলি হৈছিল। সেয়ে তেওঁ অসমৰ বিভিন্ন ঠাইৰ বিদ্যালয়ত পঢ়িবলগীয়া হৈছিল। এটা সাক্ষাৎকাৰত নিজে কোৱা মতে তেওঁ অসমৰ বিশিষ্ট শিক্ষানুষ্ঠান অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ আছিল। গুৱাহাটীৰ মঞ্চত অভিনয়ৰ যোগে তেওঁ খ্যাতি অৰ্জন কৰিছিল।

কৰ্মজীৱন

হাইস্কুলত পঢ়ি থকাৰ সময়তে তপন দাস প্ৰথমে মঞ্চ অভিনয়ৰ লগত জড়িত হয়। গুৱাহাটীৰ মঞ্চত অভিনয় কৰি জনপ্ৰিয় হোৱা তপন দাসে বোলছবিত প্ৰথম অভিনয় কৰে পুলক গগৈ পৰিচালিত 'সেন্দূৰ'ত। বৰ্তমানলৈ কমেও ২০খন বোলছবিত তপন দাসে অভিনয় কৰিছে।

বোলছবিৰ বাহিৰেও তপন দাসে কহিনুৰ, বৰদৈচিলা, শকুন্তলা থিয়েটাৰত ভ্ৰাম্যমাণৰ মঞ্চত অভিনয় কৰিছে। ভ্ৰাম্যমাণৰ মঞ্চত অভিনয়ৰ উপৰি হেঙুল আৰু ওপৰত উল্লিখিত থিয়েটাৰ সমূহত নাট পৰিচালনাও কৰিছে। ২০১১ বৰ্ষত তপন দাসে ৰাজতিলক থিয়েটাৰত অভিনয় কৰে। তাৰ পিছত তেখেতে থিয়েটাৰ সূৰ্য্যৰ সৈতে জড়িত হৈ পৰে।

তপন দাসে বিস্ময় আলোচনীৰ পাতত প্ৰথমে চুটি গল্প লিখিবলৈ আৰম্ভ কৰে। [উদ্ধৃতিৰ প্ৰয়োজন]

তপন দাসে আবৃত্তিকাৰ হিচাপেও সুখ্যাতি অৰ্জন কৰিছে। তপন দাসৰ দ্বাৰা আবৃত্তি কৰা নীলিম কুমাৰৰ কবিতাই এটা সময়ত প্ৰভুত পৰিমাণে জনপ্ৰিয়তা অৰ্জন কৰিছিল। [উদ্ধৃতিৰ প্ৰয়োজন]

অভিনীত ছবি

প্ৰকাশিত গল্পপুথি

  • মেঘমল্লাৰ
  • তপন দাসৰ গল্পগুচ্ছ

স্বীকৃতি আৰু সন্মান

  • ২০১২: ৰূপকাৰ বঁটা
  • ২০২১: চুটিগল্পৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে জগন্নাথ ঠাকুৰ বঁটা প্ৰদান৷

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

তপন দাস প্ৰাৰম্ভিক জীৱনতপন দাস কৰ্মজীৱনতপন দাস অভিনীত ছবিতপন দাস প্ৰকাশিত গল্পপুথিতপন দাস স্বীকৃতি আৰু সন্মানতপন দাস তথ্য সংগ্ৰহতপন দাস বাহ্যিক সংযোগতপন দাসঅসমইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

ভৰবেগপুতলা নাচঅসমীয়া কবিতাৰ ইতিহাসজিকিৰযোগেশ দাসলক্ষ্মীধৰ শৰ্মাৰাজনৈতিক দলবাগ্‌ধ্বনিবড়োলেণ্ডপাণিনিগণিতপালি ভাষাহয়গ্ৰীৱ মাধৱ মন্দিৰগড়গাঁওফকৰা যোজনাভ্ৰাম্যমাণ থিয়েটাৰমৰাণ জনগোষ্ঠীকৰ'নাভাইৰাছ ৰোগ ২০১৯খিলঞ্জীয়া লোকপবিতৰা অভয়াৰণ্যপৰিমেয় সংখ্যাপাচন তন্ত্ৰঅণুবীক্ষণ যন্ত্ৰআত্মজীৱনীমিচিং জনগোষ্ঠীৰ সাজপাৰলাভলীনা বৰগোহাঁইঅনুবাদআলি আঃয়ে লৃগাংবিয়া নামসাঁচিপাতযোৰানামমইনা পাৰিজাতসময়অসমীয়া লোক-সংস্কৃতিমিচিং জনগোষ্ঠীপিয়লি ফুকনচিলাৰায়অভিমন্যুমাধৱ কন্দলিললিত কলা একাডেমীসূৰ্যজাপিচুতীয়া ৰাজ্যযাদৱ পায়েংআৱাহন (আলোচনী)ডিমাছা ভাষাশীতল যুদ্ধনগাঁওহুঁচৰিচক্ৰধ্বজ সিংহ (নাটক)বেদান্তজোনবিল মেলা২৭ মাৰ্চঅসম দিৱসকল্পনা চাওলাঅসমীয়া ভাষাৰ শব্দসম্ভাৰভাৰতীয় ৰেলঅভিধানব্ৰজাৱলী ভাষাগীতি-ৰামায়ণস্থিতি শক্তিঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাডিগবৈ তেল শোধনাগাৰগগনাতেজপুৰপদ্মনাথ গোহাঞি বৰুৱাহিমন্ত বিশ্ব শৰ্মাউদ্বিগ্নতাঅসমৰ সাহিত্যিকসকলৰ তালিকাসৌৰজগত🡆 More