ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা

ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (United Nations Educational, Scientific, and Cultural Organization) বা ইউনেস্কো (UNESCO) হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। বিশ্বৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতিৰ প্ৰসাৰ আৰু উন্নয়নৰ মাধ্যমত মানুহৰ জীৱন মানৰ উন্নয়ন ঘটোৱা এই সংস্থাৰ প্ৰধান লক্ষ্য। ১৯৪৫ চনৰ নৱেম্বৰ মাহত লণ্ডনত হোৱা এখন সন্মিলনত ইউনেস্কো প্ৰতিষ্ঠাৰ সিদ্ধান্ত লোৱা হয়। ১৯৪৬ চনত এই সংস্থা ৰাষ্ট্ৰসংঘৰ সহায়ক সংস্থা হিচাপে স্বীকৃতি লাভ কৰে। পেৰিছত ইয়াৰ সদৰ দপ্তৰ অৱস্থিত।

ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা
ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা
ধৰণ বিশেষজ্ঞ সংস্থা
সক্ৰিয়তা সক্ৰিয়
ৱেবছাইট www.unesco.org

ৰাষ্ট্ৰসংঘৰ সঞ্চালক সকল

প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈকে সঞ্চালকৰ পদত থকা ব্যক্তিসকল হৈছে:

ৰাষ্ট্ৰসংঘৰ সঞ্চালক
দেশ নাম কাৰ্য্যকাল মন্তব্য
ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা  বুলগেৰিয়া ইৰিণা ব'কোভা (ইংৰাজী: Irina Bokova) ২০০৯ - বৰ্তমান
ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা  জাপান ক'ইচিৰ' মাতছুৰা (ইংৰাজী: Kōichirō Matsuura) ১৯৯৯ - ২০০৯
ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা  স্পেইন ফেডেৰিক' মেয়ৰ জাৰাগ'জা (ইংৰাজী: Federico Mayor Zaragoza) ১৯৮৭ - ১৯৯৯
ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা  ছেনেগাল আমাদৌ-মাহতাৰ এম'বো (ইংৰাজী: Amadou-Mahtar M'Bow) ১৯৭৪ - ১৯৮৭
ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা  ফ্ৰান্স ৰেণে মাহেউ (ইংৰাজী: René Maheu) ১৯৬১ - ১৯৭৪ ১৯৬১ চনত ভাৰপ্ৰাপ্ত মহাপৰিচালক
ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা  ইটালী ভিত্তোৰিনো ভেৰোনেছে (ইংৰাজী: Vittorino Veronese) ১৯৫৮ - ১৯৬১
ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা  আমেৰিকা যুক্তৰাষ্ট্ৰ লুথাৰ ইভান্স (Luther Evans) ১৯৫৩ - ১৯৫৮
ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা  আমেৰিকা যুক্তৰাষ্ট্ৰ জন উইলকিন্সন টেইলৰ (John Wilkinson Taylor) ১৯৫২ - ১৯৫৩ ১৯৫২ - ৫৩ চনত ভাৰপ্ৰাপ্ত মহাপৰিচালক
ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা  মেক্সিকো জেইম ট'ৰেছ ব'দেত (ইংৰাজী: Jaime Torres Bodet) ১৯৪৮ - ১৯৫২
ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা  আমেৰিকা যুক্তৰাষ্ট্ৰ জুলিয়ান হাক্সলে (ইংৰাজী: Julian Huxley) ১৯৪৬ - ১৯৪৮

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

অসম আন্দোলনভূগোলৰামপিঠাব্যষ্টিবাদী অৰ্থনীতিদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাবিষ্ণুপ্ৰসাদ ৰাভাএকলব্যভাৰতীয় মহাকাশ গৱেষণা সংস্থানামনি অসমআলেকজেণ্ডাৰতিনিচুকীয়া জিলাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকামানুহঅণুজীৱসত্যনাথ বৰাচি++দেউৰী জনগোষ্ঠীঅসমৰ জনগোষ্ঠীমে ডাম মে ফিঅসমৰ পৰম্পৰাগত সাজ-পাৰত্ৰিভুজবৃত্তআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰবিশ্ব পৰিৱেশ দিৱসকোকৰাঝাৰ (লোকসভা সমষ্টি)শৰৎচন্দ্ৰ গোস্বামীৰাজহুৱা ক্ষেত্ৰঅমিয় কুমাৰ ভূঞামামণি ৰয়ছম গোস্বামীশিৱসাগৰ পুখুৰীঅন্তৰীপ (উপন্যাস)বনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনঅসমৰ বনৌষধিবেদডিগবৈ তেল শোধনাগাৰঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদজলসিঞ্চনবসন্ত ঋতুলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীসঁফুৰা (শিশু আলোচনী)অসমৰ চিত্ৰকলাৰ ইতিহাসবহল ব্যাকৰণঘৰকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যাননীলমণি ফুকন (জ্যেষ্ঠ)তেজভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনঅসমৰ সমস্যাশিক্ষা মনোবিজ্ঞানমহামায়া ধামকলাখাৰভাৰতীয় নাগৰিকত্ব আইনবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণমহাকাব্যআজান পীৰসংখ্যানাৰীগঙ্গা নদীদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানপ্ৰাকৃতিক দুৰ্যোগভাৰতীয় জনতা পাৰ্টিদৈনিক বাতৰিপাইক প্ৰথাঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাসোণোৱাল কছাৰীবাংলাদেশউপনিষদকপৌ ফুলগদ্যগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাৰাজিয়া চুলতানাকামৰূপী উপভাষাভাওনাঅসমৰ সত্ৰসমূহৰ তালিকাকবিতা🡆 More