২৫ জুন: তাৰিখ

২৫ জুন (ইংৰাজী: 25 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৬তম (অধিবৰ্ষত ১৭৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮৯টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

ঘটনাৱলী

  • ১৯৩২ - ভাৰত আৰু ইংলেণ্ডৰ মাজত সৰ্বপ্ৰথম টেষ্ট ক্ৰিকেট খেল আৰম্ভ হয়।
  • ১৯৭৫ - পৰ্তুগালৰ পৰা মোজাম্বিকে স্বাধীনতা লাভ কৰে।
  • ১৯৭৫ - ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ দ্বাৰা ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল।
  • ১৯৭৮ - নেদাৰলেণ্ডখ (৩-১ গলত) পৰাজিত কৰি আৰ্জেণ্টিনাই বিশ্বকাপ ফুটবলত জয়ী হয়।
  • ১৯৯১ - ক্ৰোয়েছিয়া আৰু স্লোভেনিয়া যুগোস্লাভিয়াৰ পৰা বাহিৰ হৈ স্বাধীনতা লাভ কৰে।

জন্ম

মৃত্যু

  • ১৯২২ - সত্যেন্দ্ৰনাথ দত্ত, ভাৰতীয় কবি।
  • ২০০৯ - মাইকেল জেকচন, মাৰ্কিন সঙ্গীত শিল্পী আৰু সঙ্গীত ব্যৱসায়ী।
  • ২০১১ - সৌৰভ কুমাৰ চলিহা, অসমীয়া সাহিত্যক, গল্পকাৰ।

দিৱস

তথ্য সংগ্ৰহ


বাহ্যিক সংযোগ


Tags:

২৫ জুন ঘটনাৱলী২৫ জুন জন্ম২৫ জুন মৃত্যু২৫ জুন দিৱস২৫ জুন তথ্য সংগ্ৰহ২৫ জুন বাহ্যিক সংযোগ২৫ জুনঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

ইছলামশৰৎচন্দ্ৰ গোস্বামীসাঁথৰঅসমৰ চলচ্চিত্ৰজৱাহৰলাল নেহৰুআৰতি ছাৰিনআহোম ৰাজবংশদ্বিতীয় বিশ্বযুদ্ধকমতা ৰাজ্যদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাব্ৰহ্মগুপ্তপৃথিৱীএম ভেঙ্কায়াহ নাইডুইয়াত এখন অৰণ্য আছিলগুৱাহাটীগৱেষণাউটঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাকলাজআৰ্যভট্টসেউজ গৃহ প্ৰভাৱতলাতল ঘৰকাৰ্বি ভাষাসন্ধিবিহু যোজনা আৰু বিহু নামজন গণ মনবুৰঞ্জীঅসম বিধানসভাকাৰ্বি জনগোষ্ঠীসপ্তকাণ্ড ৰামায়ণযতি-চিনমাৰ্কাছ টুলিয়াছ চিচেৰোজেৰুজালেমবানপানীবাঁহী (আলোচনী)ভাষাস্বাধীনতা দিৱস (ভাৰত)ৰজনীকান্ত বৰদলৈকাছটকা (বাদ্য)সাঁচিপাতৰ পুথি (উপন্যাস)ইমেইলবেণুধৰ শৰ্মাকল্পনা চাওলাপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰঅনুৰাধা শৰ্মা পূজাৰীনেলছন মেণ্ডেলাঅসমীয়া ভাষাৰ শব্দসম্ভাৰঅসমৰ জনগোষ্ঠীঅসম দিৱসভিটামিনঅসমৰ সত্ৰসমূহৰ তালিকাৰাজিয়া চুলতানাআউনীআটী সত্ৰধেমাজি জিলাশিৱসাগৰ জিলাএচিদ বৰষুণত্ৰিভুজশিক্ষাৰ অধিকাৰউদাৰনৈতিকতাবাদশীতল যুদ্ধজতুৱা ঠাঁচযৌতুকপৰিৱেশ তন্ত্ৰযোগাসনপঁচতি উৎসৱৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘসমাজবাদমুদ্ৰাস্ফীতিপবিতৰা অভয়াৰণ্যনৰেন্দ্ৰ মোদীজয়মতী কুঁৱৰী (নাটক)মহাভাৰতচিলাৰায়ভাৰতত লিংগ অনুসৰি মজুৰিৰ ব্যৱধানপাঁচালীইউনিয়ন বেংক অৱ ইণ্ডিয়া🡆 More