১৩ জুন: তাৰিখ

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

১৩ জুন (ইংৰাজী: 13 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৪তম (অধিবৰ্ষত ১৬৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০১টা দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

ঘটনাৱলী

  • ১২৯০ - জালালুদ্দিন খলিজিয়ে দিল্লী দখল কৰিছিল আৰু ইয়াৰ ফলত দাস বংশৰ ৰাজত্বৰ সূচনা হৈছিল।
  • ১৭৫৭ - ৰবাৰ্ট ক্লাইভে চিৰাজউদ্দৌলাৰ বিৰুদ্ধে মুৰ্চিদাবাদ অভিমুখে যুদ্ধ অভিযান আৰম্ভ কৰিছিল।
  • ১৯০০ - চীনত বক্সাৰ বিদ্ৰোহ আৰম্ভ হৈছিল।
  • ১৯৮৩ - আমেৰিকাৰ মহাকাশযান ‘‘পায়’নিয়াৰ—১০’’এ সৌৰ জগত পাৰ হৈ অচিন জীৱৰ সন্ধানত বৰ্হিবিশ্বলৈ যাত্ৰা কৰিছিল।

জন্ম

মৃত্যু

  • ১৯৮৩ - ফণীন্দ্ৰ চন্দ্ৰ দত্ত, ভাৰতীয় ৰসায়ন বিজ্ঞানী।
  • ২০১২ - মেহদী হাছান, পাকিস্তানৰ গজল গায়ক।
  • ২০২১ - নিৰ্মল চাইনী, ভাৰতীয় ভলীবল খেলুৱৈ তথা ভাৰতৰ মহিলা ৰাষ্ট্ৰীয় ভলীবল দলৰ অধিনায়ক।

দিৱস

বাহ্যিক সংযোগ



Tags:

১৩ জুন ঘটনাৱলী১৩ জুন জন্ম১৩ জুন মৃত্যু১৩ জুন দিৱস১৩ জুন বাহ্যিক সংযোগ১৩ জুন

🔥 Trending searches on Wiki অসমীয়া:

ডিব্ৰুগড়নৱবিধা ভক্তিঈদ-উল-জুহাৰুদ্ৰৰাম বড়দলৈমিডিয়াৱিকিবৰপেটাযোৰহাটভাৰতৰ নিৰ্বাচন আয়োগলিংগভিত্তিক অধ্যয়নঅপৰিমেয় সংখ্যাঅনিৰুদ্ধদেৱশিশু শিক্ষা সমিতি, অসমদুৰ্গা পূজাপানীজোঙাল বলহুকছাৰী ৰাজ্যশালস্তম্ভ ৰাজবংশউদ্ভিদইংৰাজী ভাষাইতিহাসকাছমহামায়া ধামজলসিঞ্চননিমাতী কইনাভাৰতৰ ইতিহাসঈয়াৰুইঙ্গমলখিমপুৰ (লোকসভা সমষ্টি)গুগলআল্লাহপাইক প্ৰথানৰেন্দ্ৰ মোদীশিক্ষা মনোবিজ্ঞানভাৰতীয় জনতা পাৰ্টিকাৰ্বি জনগোষ্ঠীকোচ ৰাজবংশঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদআয়তক্ষেত্ৰসমাজতত্ত্ববকুল ফুলৰ দৰে (গ্ৰন্থ)বনঘোষামালিনী থানআবেগকানাই বৰশী বোৱা শিলালিপিনিধানপুৰ তাম্ৰলিপিঅসমীয়া ভাষা উন্নতি সাধিনী সভাঅখণ্ড সংখ্যাআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডঅশোক ফুলঅসমীয়া অভিনেতা অভিনেত্ৰীসকলৰ তালিকানাগাৰা নামপাঠ পৰিকল্পনাচিৰ চেনেহী মোৰ ভাষা জননীবতাহআত্মজীৱনীবৰ্মণ ৰাজবংশপ্ৰাকৃতিক দুৰ্যোগআনন্দৰাম ঢেকিয়াল ফুকনদেৱব্ৰত দাসমণিৰাম দেৱানঢেঁকীমোগল সাম্ৰাজ্যসন্ধিৰামধেনু (আলোচনী)পূৰ্ণ স্বৰাজমিচিং জনগোষ্ঠীৰ সাজপাৰগৌতম বুদ্ধইবাঁকু বিচুচিকিৎসা বিজ্ঞানলক্ষ্মীনাথ বেজবৰুৱামাধৱ কন্দলিকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঅসমীয়া ব্যাকৰণদৌল গোবিন্দ মন্দিৰনলিনীবালা দেৱীঅসমীয়া প্ৰতিদিন🡆 More