২৬ জুন: তাৰিখ

২৬ জুন (ইংৰাজী: 26 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৭তম (অধিবৰ্ষত ১৭৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮৮টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

ঘটনাৱলী

  • ১৯৩৫ - পেৰিছত হেলিকপ্তাৰৰ প্ৰথম সফল মুক্ত উৰণ সম্পন্ন হৈছিল।
  • ১৯৪৯ - অসমীয়া দৈনিক বাতৰি কাকত 'নতুন অসমীয়া' প্ৰকাশ হৈছিল।
  • ১৯৬২ - ভাৰতৰ বিখ্যাত সংগীত কোম্পানী এইচ এম ভিৰ হৈ দীপালী বৰঠাকুৰৰ 'সোণৰ খাৰু নালাগে মোক' গীতটিৰ বাণীবন্ধন হয়।
  • ২০১১ - ডাইনী সন্দেহত মোনাবাৰী চাহ বাগিচাত কিশোৰী সহ ৪ জনক হত্যা কৰা হয় আৰু লক্ষীমপুৰতো ডাইনী সন্দেহত এগৰাকী বৃদ্ধাক হত্যা কৰা হয়।
  • ২০১১ - অসমত পৰিবেশ বিশ্ববিদ্যালয় লাগে বুলি ৰাজ্যৰ সকলো প্ৰান্তত ধৰ্না কাৰ্যসূচী পালন কৰে ৰাজ্যৰ ছাত্ৰ সংগঠন সমূহে।

জন্ম

মৃত্যু

  • ১৮৩০ - চতুৰ্থ জৰ্জ, ইংলেণ্ডৰ ৰজা।
  • ২০০১ - সত্য প্ৰসাদ বৰুৱা, অসমীয়া নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক আৰু গৱেষক।

দিৱস

  • আন্তৰ্জাতিক নিৰ্যাতনবিৰোধী দিৱস।
  • আন্তৰ্জাতিক মাদকবিৰোধী দিৱস।
  • পতাকা দিৱস (ৰোমানিয়া)

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ


Tags:

২৬ জুন ঘটনাৱলী২৬ জুন জন্ম২৬ জুন মৃত্যু২৬ জুন দিৱস২৬ জুন তথ্য সংগ্ৰহ২৬ জুন বাহ্যিক সংযোগ২৬ জুনঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

ফকৰা যোজনাগৌতম বুদ্ধদুষ্যন্তসোণবহুভাষাবাদশিৱঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫যৌন নিৰ্যাতনঅসমীয়া লোকসাহিত্যবহনক্ষম উন্নয়নৰ লক্ষ্যভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫জেতুকাশ্ৰীনিবাস ৰামানুজনকামিনী কাঞ্চনলক্ষ্মীনন্দন বৰাপদাৰ্থৰ অৱস্থাউদ্যোগজলবিদ্যুৎনগাঁওইংৰাজী ভাষাব্লগজিকিৰঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকাকমলাবাৰী সত্ৰসন্ধ্যাৰাগ (চলচ্চিত্ৰ)দেৱদাসীতথ্য প্ৰযুক্তিথমাছ আলভা এডিচনব্যক্তিত্বআত্মজীৱনীঅপৰিমেয় সংখ্যালিংগ স্তম্ভনভাৰতীয় জনতা পাৰ্টিফেইচবুকজয়মতী কুঁৱৰীমাজুলীপাঁচালীবিশ্ব গ্ৰন্থ দিৱসমামণি ৰয়ছম গোস্বামীৰ উপন্যাসইয়াণ্ডাবু সন্ধি২৩ এপ্ৰিলঅসমৰ ৰেচম শিল্পআমেৰিকা যুক্তৰাষ্ট্ৰভট্টদেৱৰ গদ্যশৈলীঅসমৰ পুৰণি স্থাপত্যআনন্দ চন্দ্ৰ আগৰৱালাভাস্কৰাব্দসূৰ্য (দেৱতা)তথ্যডিমা হাছাও জিলাঅগ্নিগড়আলেকজেণ্ডাৰ গ্ৰাহাম বে'লকম্পিউটাৰভাৰতৰ ৰাষ্ট্ৰপতিলাক-নিমহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন, ২০০৫হোমেন বৰগোহাঞিচৰাইবৃত্তউমাচল শিলালিপিমণিৰাম দেৱানচাৰ্লছ ডাৰউইনশব্দ (অভিধান)অংগৰাগ মহন্তজ্বৰভাৰত ৰত্নভাৰতব্ৰিটিছ ৰাজমাৰ্ক্সবাদইয়াত এখন অৰণ্য আছিলকাকৈজানা সংৰক্ষিত বনাঞ্চলসেউজ গৃহ প্ৰভাৱশ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰভাৰতৰ মুখ্য ন্যায়াধীশযোৰহাট (লোকসভা সমষ্টি)ৱিকিপিডিয়াপাচন নলী🡆 More