৭ জুন: তাৰিখ

৭ জুন (ইংৰাজী: 7 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৮তম (অধিবৰ্ষত ১৫৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০৭টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

ঘটনাৱলী

  • ১৯৬৩ - প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে শৰাইঘাট দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰিছিল। এইখন হ'ল অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰেলপথযুক্ত দলং।
  • ১৯৭২ - অসম বিধানসভাৰ অধিৱেশনত শ্বিলঙৰপৰা অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয়।
  • ১৯৭৯ - ভাৰতৰ বনাঞ্চল, জলভাগ আৰু হিম অঞ্চল অধ্যয়ন কৰাৰ বাবে ৰাছিয়াৰ চিয়েৰ্ছ লেকৰ পৰা ভাৰতৰ নিজা প্ৰযুক্তিৰ দ্বিতীয় উপগ্ৰহ ভাস্কৰ -১ প্ৰেক্ষপণ কৰে। ইয়াৰ ওজন আছিল ৪৪৪ কিঃগ্ৰাঃ।

জন্ম

  • ১৪৯০ - মথুৰা দাস বুঢ়া আতা, ধৰ্ম প্ৰচাৰক। তেখেতৰ আদি নাম আছিল গোপাল তাঁতী।
  • ১৯৩২ - এম. এছ. নৰসিংহন, ভাৰতীয় গণিতজ্ঞ।
  • ১৯৩৫ - শ্যামা, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৫২ - অৰহান পামুক, তুৰ্কী ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, শিক্ষাবিদ।
  • ১৯৭৪ - এডৱাৰ্ড মাইকেল বিয়েৰ গ্ৰিলচ্, এজন দুঃসাহসী ব্ৰিটিছ অভিযাত্ৰী, লিখক আৰু দূৰদৰ্শনৰ উপস্থাপক।
  • ১৯৭৪ - মহেশ ভূপতি, ভাৰতীয় টেনিছ খেলুৱৈ।
  • ১৯৭৫ - একতা কাপুৰ, ভাৰতীয় টেলিভিছন প্ৰযোজক, চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক।

মৃত্যু

  • ১৯৫৪ - এলান মেথিছন ট্যুৰিং, ইংৰাজ গণিতজ্ঞ, তৰ্কবিজ্ঞানী, সংকেতবিশ্লেষক আৰু কম্পিউটাৰ বিজ্ঞানী।
  • ১৯৬৪ - পাৰ্বতী প্ৰসাদ বৰুৱা, অসমীয়া সাহিত্যিক, কবি, গীতকাৰ তথা নাট্যকাৰ।
  • ১৯৮৬ - অতুল চন্দ্ৰ হাজৰিকা, অসমীয়া কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক।
  • ১৯৮২ - কৃষ্ণকান্ত সন্দিকৈ, অসমীয়া লেখক, সংস্কৃত পণ্ডিত আৰু শিক্ষাবিদঅসমৰ এজন লেখক, সংস্কৃত পণ্ডিত আৰু শিক্ষাবিদ।
  • ২০০০ - ৰবীন বৰুৱা, সাংবাদিক।
  • ২০২১ - ধীৰজ বাৰ্মা , আন্তঃৰাষ্টীয় পয্যায়ৰ ভাৰতীয় কমিক্‌ছ শিল্পী। অসমৰ মানাহ অভয়াৰন্যৰ পটভূমিত সৃষ্টি কৰা জনপ্ৰিয় চৰিত্ৰ কৌবি আৰু ভেড়ীয়া (ৰাজ কমিক্ছ) আৰু আন্তঃৰাষ্টীয় পয্যায়ত লেডী ডেথ্, ট্ৰান্সফৰ্মাছ আৰু কেনন চৰিত্ৰৰ ৰেখাচিত্ৰ শিল্পী আছিল। (জঃ২২ অক্টোৱৰ, ১৯৬৭)

দিৱস

  • আজি পেৰুৰ পতাকা দিৱস।

তথ্য সংগ্ৰহ


Tags:

৭ জুন ঘটনাৱলী৭ জুন জন্ম৭ জুন মৃত্যু৭ জুন দিৱস৭ জুন তথ্য সংগ্ৰহ৭ জুনঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ মুখা শিল্পএডৱাৰ্ড জেনাৰঅব্যয় পদমাধৱদেৱৰাজ্যসভানিৰ্ম্মল ভকতচীনকম্পিউটাৰচ্যু-লিক-ফালক্ষ্মীনন্দন বৰানাটকমণিপুৰভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকামিডিয়াৱিকিঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাওজাপালিআত্মসহায়ক গোটমানৱ উন্নয়ন সূচককৃষ্ণ ভূঞাখেৰাইশিৱসাগৰৰ শিৱদৌললক্ষ্মীধৰ শৰ্মাপঞ্চতন্ত্ৰআত্মাচোৰধৰাবিবাহসপ্তকাণ্ড ৰামায়ণফুলগুৰি ধেৱাৱৰ্ল্ড ৱাইড ৱেবব্যাকৰণদুৰ্গাবৰ কায়স্থভাৰতীয় দৰ্শনভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাবৰ্ণালী কলিতাইয়াত এখন অৰণ্য আছিলব্ৰজাৱলী ভাষাঅংকীয়া নাটজয়সাগৰ পুখুৰীজাপিপালি ভাষাফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাৰংঘৰশীতল যুদ্ধগুণাভিৰাম বৰুৱামিচিং জনগোষ্ঠীৰ সাজপাৰনাগাৰা নামসৌৰভ কুমাৰ চলিহাউপভাষাভাৰতৰ নিৰ্বাচন আয়োগডাকৰ বচনআমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাপূৰবী বৰমুদৈবুৰঞ্জীঅসমৰ সত্ৰসমূহৰ তালিকাসত্ৰীয়া নৃত্যঢ়ব্ৰিটিছ ৰাজপূৰ্ণ স্বৰাজনগাঁও (লোকসভা সমষ্টি)যৌন প্ৰৱেশক্ৰিয়াদশৰথবিঘাশব্দ প্ৰদূষণস্বামী বিবেকানন্দবিজ্ঞাপনচন্দ্ৰফুৰালুং ধৰ্মস্বৰাজশিৱগোপীনাথ বৰদলৈকমলাকান্ত ভট্টাচাৰ্য্যলোক-সংগীতভাৰত-ইউৰোপীয় ভাষা পৰিয়ালস্বাভাৱিক সংখ্যাৰামচি এছ এছ🡆 More