২৭ জুন: তাৰিখ

২৭ জুন (ইংৰাজী: 27 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৮তম (অধিবৰ্ষত ১৭৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮৭টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

ঘটনাৱলী

  • ১৯৬৭ - পৃথিৱীৰ প্ৰথম এটিএম (অটোমেটেড টেলাৰ মেচিন) স্থাপন কৰা হয় ইংলেণ্ডৰ এনফিল্ড চহৰত।

জন্ম

  • ১৮৩৮ - বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়, উনিশ শতিকাৰ বাঙালী সাহিত্যিক আৰু সাংবাদিক। (অথবা ২৬ জুনত জন্ম, মৃত্যু: ৮ এপ্ৰিল, ১৮৯৪)
  • ১৮৮০ - হেলেন কেলাৰ এগৰাকী আমেৰিকান লিখক, ৰাজনৈতিক কৰ্মী তথা উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী।
  • ১৯১৯ - অমলা শংকৰ, ভাৰতীয় নৃত্যশিল্পী।
  • ১৯২০ - আইদেউ সন্দিকৈ, অসমীয়া অভিনেত্ৰী। (মৃত্যু: ২০০২)
  • ১৯৩৯ - ৰাহুলদেৱ বৰ্মন, ভাৰতীয় সুৰকাৰ, সঙ্গীতশিল্পী। (মৃত্যু: ৪ জানুৱাৰী, ১৯৯৪)
  • ১৯৬৪ - পি. টি. উষা, ভাৰতৰ এথলেটিক, দৌৰ ৰাণী।
  • ১৯৮০ - কেভিন পিটাৰচন, দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা ইংলেণ্ডৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।
  • ১৯৮৩ - ডেল ষ্টেইন, দক্ষিণ আফ্ৰিকাৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।

মৃত্যু

  • ১৮২৯ - জেমচ্ স্মিথছন, ইংৰাজ বিজ্ঞানী আৰু দাৰ্শনিক।
  • ১৮৩৯ - ৰণজিত সিং, শিখ ৰজা।
  • ১৯৯৮ - সুমতী মোৰাৰজী, ভাৰতীয় ব্যৱসায়ী।

ছুটি আৰু অন্যান্য

  • হেলেন কেলাৰ দিৱস (আমেৰিকা যুক্তৰাষ্ট্ৰ)
  • স্বাধীনতা দিৱস (জিবুতি)

তথ্য সংগ্ৰহ


বাহ্যিক সংযোগ


Tags:

২৭ জুন ঘটনাৱলী২৭ জুন জন্ম২৭ জুন মৃত্যু২৭ জুন ছুটি আৰু অন্যান্য২৭ জুন তথ্য সংগ্ৰহ২৭ জুন বাহ্যিক সংযোগ২৭ জুনঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

বিহুৰমন্যাসবাদ২৭ এপ্ৰিলঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকা২৬ এপ্ৰিলবিহুগীতভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাঢ়লোকাচাৰগণতন্ত্ৰমিচিং ভাষাসংগীত নাটকঅণুবীক্ষণ যন্ত্ৰঅসমীয়া লোক কবিতাউৎসৱবতৰমধ্যাহ্ন ভোজন আঁচনিক্ৰিকেটকামৰূপ জিলাপদুমত্ৰিপুৰাপুতলা নাচচুতীয়া ৰাজ্যঋতুভূমি প্ৰদূষণআকবৰহোমেন বৰগোহাঞিপলাশীৰ যুদ্ধঅসমীয়া গীতি সাহিত্যবাঁহখামটি জনগোষ্ঠীবুৰঞ্জী সাহিত্যমাৰ্ক্সবাদঅসমীয়া উপন্যাসশচীন তেণ্ডুলকাৰমানৰ অসম আক্ৰমণসৰ্বেপল্লী ৰাধাকৃষ্ণণহাজোযকৃৎআৰ্যভট্টউমাচল শিলালিপিভট্টদেৱহাজং জনগোষ্ঠীকলবড়োলেণ্ডপালি ভাষাব্যষ্টিবাদী অৰ্থনীতিভাৰতৰ ইতিহাসগায়ন-বায়নধুবুৰী (লোকসভা সমষ্টি)পৰ্যাবৃত্ত তালিকাসম্পাদনাশ্ৰী সূৰ্য পাহাৰপিয়লি ফুকনঅসমত দেখা চৰাইবোৰশিৱসাগৰ জিলাকনকলতা বৰুৱাদেউলমহেশ্বৰ নেওগজীৱনীভাওনামানচিত্ৰথাই ভাষাআত্মজীৱনীবিহু নৃত্যএ পি জে আব্দুল কালামসাপপৰিৱেশ বিজ্ঞানগোপীনাথ বৰদলৈভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকামিঠু বৰুৱাঅংগনবাদীৰুদ্ৰ কন্দলীনৱ-বৈষ্ণৱ ধৰ্মকথা-ভাগৱতইউনিক’ডৰুক্মিণী হৰণ নাট🡆 More