৩ জুন: তাৰিখ

৩ জুন (ইংৰাজী: 3 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৪তম (অধিবৰ্ষত ১৫৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১১টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

ঘটনাৱলী

  • ১৮৪৪ - অন্তিম যোৰা উ'ক চৰাই (great auk) হত্যা কৰা হৈছিল
  • ১৯১৫ - ইংৰাজ চৰকাৰে কবিগুৰু ৰবীন্দ্ৰনাথক ‘নাইট’ উপাধি প্ৰদান কৰে।

জন্ম

  • ১৭২৩ - জিঅ'ভান্নি এণ্ট'নিঅ' স্কোপ'লি, অষ্ট্ৰিয়াৰ চিকিৎসক আৰু প্ৰকৃতিবিদ। (মৃত্যুঃ ১৭৮৮)
  • ১৯২৬ - এলেন গিঞ্চবাৰ্গ, আমেৰিকাৰ বিট আন্দোলনৰ কবি।
  • ১৯৩০ - জৰ্জ ফাৰ্নাণ্ডেজ, ভাৰতীয় শ্ৰমিক সঙ্ঘৰ সদস্য, ৰাজনীতিবিদ, সাংবাদিক আৰু কৃষিবিদ।
  • ১৯৪০ - ইন্দিৰা জয়সিংহ, ভাৰতীয় অধিবক্তা তথা মানৱ অধিকাৰ আৰু লিংগসমতা কৰ্মী।
  • ১৯৬৫ - সোণালী বসু, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, লেখক আৰু চলচ্চিত্ৰ প্ৰযোজক।
  • ১৯৮৬ - ৰাফেল নাডাল, স্পেইনৰ বিখ্য়াত টেনিছ খেলুৱৈ।
  • ১৯৯২ - মাৰিঅ' গ'টজে, জাৰ্মান ফুটবলাৰ, ২০১৪ চনৰ বিশ্বকাপ ফুটবল ফাইনেলৰ একমাত্ৰ গ'ল দাতা।
  • ২০০১ - ৰিংকু ৰাজগুৰু, ভাৰতীয় অভিনেত্ৰী।

মৃত্যু

  • ১৯২৪ - ফ্ৰান্‌জ কাফ্‌কা, জাৰ্মান ঔপন্যাসিক।
  • ১৯৬৩ - নাজিম হিকমত, তুৰ্কি কবি আৰু লেখক। (জন্ম: ১৯০২)
  • ১৯৭১ - উপেন্দ্ৰচন্দ্ৰ লেখাৰু, সাহিত্যিক, শিক্ষাবিদ, প্ৰবন্ধকাৰ আৰু অধ্যাপক আছিল।
  • ১৯৯৪ - কিশিভাই পেটেল, ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু এগৰাকী গান্ধীবাদী।
  • ২০১৬ - বিশ্ব বিখ্যাত বক্সিং খেলুৱৈ মহম্মদ আলী (মাৰ্কিন যুক্তৰাষ্ট্ৰ)। (জন্ম: ১৯৪২)
  • ২০২১ - ডঃ লক্ষ্মীনন্দন বৰা, কোভিদ-১৯ত আক্ৰান্ত হৈ পৰলোক প্ৰাপ্তি, অসমীয়া সাহিত্যিক, সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ১৯৮৮ চনত 'পাতাল ভৈৰৱী' গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ আৰু ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল।

দিৱস

বাহ্যিক সংযোগ

তথ্য সংগ্ৰহ


Tags:

৩ জুন ঘটনাৱলী৩ জুন জন্ম৩ জুন মৃত্যু৩ জুন দিৱস৩ জুন বাহ্যিক সংযোগ৩ জুন তথ্য সংগ্ৰহ৩ জুনঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

বানপানীমাটিভঠেলিফাকে জনগোষ্ঠীবৈচাগুবৃক্ষতৎসমঅৰ্থনীতিবিশ্বনন্দবুঢ়ী আইৰ সাধুঢেঁকীচৰকাৰঅতুল চন্দ্ৰ হাজৰিকাৰবীন্দ্ৰনাথ ঠাকুৰমাধৱদেৱঅসম সাহিত্য সভাৰঙিয়া (বিধানসভা সমষ্টি)অপৰূপাদৌল গোবিন্দ মন্দিৰপৰিসংখ্যামহাভৈৰৱ মন্দিৰজোনাকী (আলোচনী)অসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাগদ্যপ্ৰাগজ্যোতিষপুৰআবেগনলবাৰী জিলাসাত বিহুজীৱনীমলয়া গোস্বামীমালিনী থানজোৰোণটিকেন্দ্ৰজিৎউইলিয়াম শ্বেইকছপীয়েৰবিবাহফুলঅসমৰ তামোল-পাণ সংস্কৃতিধেমাজি জিলাজৈৱ বৈচিত্ৰ্যজৈন ধৰ্মমৌখিক ইতিহাসসুশোভন সোনু ৰায়বহনক্ষম উন্নয়নৰ লক্ষ্যতবলাসন্ধ্যাৰাগ (চলচ্চিত্ৰ)শেৱালি ফুলআপেক্ষিকতাবাদ তত্ত্বঘৰসাঁথৰপৰিৱেশ অধ্যয়নশিৱসাগৰ জিলাঅসমৰ বয়ন শিল্পঅসমীয়া গীতি সাহিত্যওজাপালিপীযুষ হাজৰিকাচাণক্যতৰাগছবৰপুণিফলৰ তালিকাধ্বনিতত্ত্বমৃত্যুমিয়া খলিফাদিহানামনামচিংনগেন শইকীয়াদুৰ্গা পূজাপাচন তন্ত্ৰঘড়ীবৰগীতকালিচৰণ ব্ৰহ্মবিপৰীতাৰ্থক শব্দহয়গ্ৰীৱ মাধৱ মন্দিৰঢোলবিৰি🡆 More