২ জুন: তাৰিখ

২ জুন (ইংৰাজী: 2 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৩তম (অধিবৰ্ষত ১৫৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১২টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

ঘটনাবলী

  • ১৯৭৯ - পোপ দ্বিতীয় জন পল, মাতৃভূমি পোলেণ্ড ভ্ৰমণ আৰম্ভ কৰে; তেওঁ হৈছে কোনো কমিউনিষ্ট দেশ ভ্ৰমণকাৰী প্ৰথম পোপ।
  • ১৯৯৯ - ভুটান ব্ৰডকাষ্টিং ছাৰ্ভিছ প্ৰথমবাৰৰ বাবে দেশত টেলিভিছন সম্প্ৰচাৰ আৰম্ভ কৰে।
  • ২০০৩ - ইউৰোপে প্ৰথমবাৰৰ বাবে মংগল গ্ৰহলৈ যাত্ৰা আৰম্ভ কৰে। ইউৰোপীয় মহাকাশ সংস্থাৰ মংগল এক্সপ্ৰেছ প্ৰ’ব কাজাখস্তানৰ বৈকানুৰ মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হয়।

জন্ম

  • ১৫৩৫ - পোপ একাদশ লিও (মৃত্যু: ১৬০৫)।
  • ১৭৩১ - মাৰ্থা ৱাচিংটন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ফাৰ্ষ্ট লেডি (মৃ. ১৮০২)
  • ১৮৪০ - টমাছ হাৰ্ডি, ইংৰাজ ঔপন্যাসিক, কবি আৰু নাট্যকাৰ।
  • ১৮৬৫ - জৰ্জ লোহমেন, ইংৰাজ ক্ৰিকেটাৰ। (মৃ. ১৯০১)
  • ১৮৭৪ - কৰুণাভিৰাম বৰুৱা, অসমীয়া সাহিত্যিক।
  • ১৮৯৪ - কমলানন্দ ভট্টাচাৰ্য্য, অসমীয়া নাট্যকাৰ, অভিনেতা, কবি, গীতিকাৰ আৰু শিক্ষাবিদ।
  • ১৯১৮ - ভৱানন্দ দত্ত, গৱেষক, প্ৰৱক্তা আৰু সাহিত্য সমালোচক। (মৃত্যু: ১৯৫৯)
  • ১৯৪৬ - লাছে হালস্ত্ৰোম, ছুয়েডীয় চলচ্চিত্ৰ পৰিচালক।
  • ১৯৫৬ - মণি ৰত্নম, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ।
  • ১৯৬৫ - মাৰ্ক ৱাহ, অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ।
  • ১৯৮৭ - এঞ্জেলো মেথিউছ, শ্ৰীলংকান আন্তৰ্জাতিক ক্ৰিকেটাৰ।
  • ১৯৮৭ - সোনাক্ষী সিন্‌হা, ভাৰতীয় বলিউড অভিনেত্ৰী।
  • ১৯৮৯ - ললিতা বাবৰ, ভাৰতীয় দীৰ্ঘ দূৰত্ব দৌৰবিদ।

মৃত্যু

  • ১৯৭৫ - দেবেন্দ্ৰ মোহন বসু, ভাৰতীয় পদাৰ্থবিজ্ঞানী। (জ. ১৮৮৫)
  • ১৯৭৭ - ষ্টিভেন বয়েড, উত্তৰ আয়াৰলেণ্ডৰ অভিনেতা। (জ. ১৯৩১)
  • ১৯৮৮ - ৰাজ কাপুৰ, ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা। (জ. ১৯২৪)
  • ১৯৯০ - ৰেক্স হাৰিছন, ইংৰাজ অভিনেতা। (জ. ১৯০৮)
  • ১৯৯১ - বিভা চৌধুৰী, ভাৰতীয় পদাৰ্থ বিজ্ঞানী।
  • ২০০৪ - শ্ৰীকান্ত জিচকাৰ, ভাৰতীয় শিক্ষাবিদ।
  • ২০১৫ - বিজয়া ৰায়, সত্যজিৎ ৰায়ৰ স্ত্ৰী। (জ. ১৯১৭)

দিৱস

Tags:

২ জুন ঘটনাবলী২ জুন জন্ম২ জুন মৃত্যু২ জুন দিৱস২ জুনঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণসমাজবিশ্ব বেংকভাস্কৰ (প্ৰথম)ইংলেণ্ডফুলমোৰ জীৱন সোঁৱৰণঅসমৰ জিলাসমূহপুঁজিবাদমাঘ বিহুপদ (ব্যাকৰণ)শৰাইঘাট দলংলক্ষ্মীধৰ শৰ্মাস্বাভাৱিক সংখ্যাঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিসংক্ৰমণফাকে জনগোষ্ঠীজৈৱিক কৃষিনীলমণি ফুকন (জ্যেষ্ঠ)মানৱ শৰীৰভাৰতীয় জনতা পাৰ্টিঅনুৰাধা শৰ্মা পূজাৰীআধা লেখা দস্তাবেজআৰবী ভাষাঅসমৰ পৰম্পৰাগত খেল-ধেমালিগৌতম বুদ্ধভাৰতৰ ৰাষ্ট্ৰপতিঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদহিমালয়অসম আৰক্ষীপূৰ্ণ স্বৰাজবিৰিঞ্চি কুমাৰ বৰুৱাৰাতি বিহুঅসমীয়া গীতি সাহিত্যগমধৰ কোঁৱৰঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫প্ৰশান্ত মহাসাগৰ২৪ এপ্ৰিলশক্তিমৰুভূমিঅসমৰ লোকবাদ্যউমানন্দঘৰ শালিকাসঁফুৰা (শিশু আলোচনী)পৰিসংখ্যাসংঘাতযোগ দৰ্শনসতী সাধনীমোৱামৰীয়া বিদ্ৰোহদক্ষিণপাট সত্ৰউদ্বিগ্নতাঅসমীয়া গালি-গালাজগঙ্গা নদীশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘদৰ্শনসাম্যবাদী সমাজমালিতাঅন্নপ্ৰাশনপ্ৰথম বিশ্বযুদ্ধঅসমীয়া যুক্তাক্ষৰলখিমপুৰ (লোকসভা সমষ্টি)শ্ৰীনিবাস ৰামানুজনগণৰাজ্য দিৱস (ভাৰত)ডিব্ৰুগড় জিলাসত্যনাথ বৰাঅপাৰেটিং চিষ্টেমইয়াণ্ডাবু সন্ধিযোগাসনসালোক সংশ্লেষণথমাছ আলভা এডিচনকলাঅৰুণাচল প্ৰদেশগণিত🡆 More