২৯ জুন: তাৰিখ

২৯ জুন (ইংৰাজী: 29 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮০তম (অধিবৰ্ষত ১৮১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮৫টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

ঘটনাৱলী

  • ১৫৩৪ - ফৰাচী অনুসন্ধানকাৰী জাক কাটিয়াৰে কানাডাৰ প্ৰিঞ্চ এডৱাৰ্ড দ্বীপ আৱিষ্কাৰ কৰিছিল।
  • ১৬১৩ - উইলিয়াম শ্বেইকছপীয়েৰৰ গ্ল'ব থিয়েটাৰ ভস্মীভূত হৈছিল।
  • ২০১৯ - গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত সদৌ অসম প্ৰাথমিক টেট্ উৰ্ত্তীণ শিক্ষক সমাজৰ ১৫০০০ অধিক শিক্ষকৰ দ্বাৰা অসমৰ অন্যতম বৃহৎ শিক্ষক প্ৰতিবাদ।

জন্ম

  • ১৮৫৮ - পানামা খালৰ মাৰ্কিন অভিযন্তা জৰ্জ ৱাশ্বিংটন গোথেলচ্।
  • ১৮৯৩ - প্ৰশান্ত চন্দ্ৰ মাহালান'বিছ, বিজ্ঞানী, পৰিসংখ্যাবিদ আৰু ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক। (জঃ ২৯/০৬/১৮৯৩)
  • ১৯০৩ - এলেন দ্য'ৱাৰ বুমলিন, বৃটিছ ইলেক্ট্ৰনিক অভিযন্তা আৰু বিজ্ঞানী, তেখেতৰ নামত ১২৮ টা ইলেক্ট্ৰনিক যন্ত্ৰ আৰু অংশৰ পেটেন্ট আছে। (মৃঃ ০৬/০৬/১৯৪২)

মৃত্যু

  • ১৮৭৩ - মাইকেল মধুসূদন দত্ত, উনৈশ শতিকাৰ বঙালি কবি। (জন্ম: ১৮২৪)
  • ১৯১৯ - কাৰ্ল ব্ৰুগমেন, জাৰ্মান ভাষাবিজ্ঞানী। (জঃ ১৮৪৯)
  • ১৯৬১ - চৰ্দাৰ বলদেৱ সিং, ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী। (জন্মঃ ১৯০২)
  • ২০০৮ - অমল দত্ত, অচিন মোমাইদেউ খ্যাত অসমীয়া শিশু সাহিত্যিক।
  • ২০১৩ - মাৰ্গেৰিটা হেক, ইটালীৰ জ্যোতিৰ্বিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞান লেখিকা।

দিৱস

তথ্য সংগ্ৰহ


বাহ্যিক সংযোগ


Tags:

২৯ জুন ঘটনাৱলী২৯ জুন জন্ম২৯ জুন মৃত্যু২৯ জুন দিৱস২৯ জুন তথ্য সংগ্ৰহ২৯ জুন বাহ্যিক সংযোগ২৯ জুনঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

কুলধৰ শইকীয়াস্বাস্থ্যকলভীমৰাও ৰামজী আম্বেদকাৰএমিবাহনুমানমৃত্যুভবেন্দ্ৰ নাথ শইকীয়ালাচিত বৰফুকনআবেগমে ডাম মে ফিবিহুগীতভাৰতীয় নাগৰিকত্ব আইনবিহুৰ বাদ্যযন্ত্ৰঅনন্ত কন্দলিকল্পনা চাওলাঝুমুৰশিৱশ্ৰীমন্ত শংকৰদেৱঅসম চুক্তিভ্ৰাম্যমাণ থিয়েটাৰৱেষ্ট ইণ্ডিজইয়াণ্ডাবু সন্ধিঐনিতমঅসমৰ ধান খেতিৰ সঁজুলিসমূহফুটবলনামঘৰশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯মুদ্ৰাস্ফীতিঅসমৰ মহকুমাসমূহৰ তালিকাচীনৰ মহাপ্ৰাচীৰগুণমালামৌলিক সংখ্যাঅসমৰ কাঁহ শিল্পশৰাইঘাটৰ যুদ্ধব্ৰজাৱলী ভাষাপঞ্জাৱ নেচনেল বেংকধ্বনিতত্ত্বকম্পিউটাৰআত্মজীৱনীজতুৱা ঠাঁচনেতাই ধুবুনী ঘাটশিৱসাগৰ জিলাশক্তিৰ সংৰক্ষণশীলতাম'হৰ শিঙৰ পেঁপাতাল (বাদ্যযন্ত্ৰ)উজনি অসমকীৰ্তন-ঘোষামইনা পাৰিজাতকলাজঅসমৰ তেল শোধনাগাৰবাগ্‌ধ্বনিৰামায়ণফুলগুৰি ধেৱাবৌদ্ধ দৰ্শনভাৰতীয় সশস্ত্ৰ বাহিনীত মহিলালোকগীতগোলকীয় উষ্ণতা বৃদ্ধিবৃশ্চিক (ৰাশি)জৱাহৰলাল নেহৰুকবিৰত্ন সৰস্বতীলোকচিকিৎসাবিজয় (অভিনেতা)জ্যামিতিঅসম দিৱসবেংক অৱ ইণ্ডিয়াডালিমীবুৰঞ্জী সাহিত্যঋতুপাইথাগোৰাছৰ উপপাদ্যপ্ৰদূষণৰাষ্ট্ৰসংঘপৰিৱেশ অধ্যয়ন🡆 More