১২ জুন: তাৰিখ

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

১২ জুন (ইংৰাজী: 12 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৩তম (অধিবৰ্ষত ১৬৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০২টা দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

ঘটনাৱলী

  • ১৮৮৩ - সোণৰ পদক লাভেৰে পদাৰ্থবিদ তথা ৰসায়নবিদ মেডাম কুৰীয়ে স্কুলীয়া জীৱন শেষ কৰিছিল।
  • ১৮৯৭ - ৮.১ ৰিখটাৰ স্কেল প্ৰাৱল্যৰ প্ৰচণ্ড ভূমিকম্পৰ সৃষ্টি হয়। এই ভূমিকম্পৰ ফলত অসমত প্ৰায় ১৫০০জন লোকৰ মৃত্যু হৈছিল।
  • ১৮৯৮ - ফিলিপাইন স্বাধীন হৈছিল।
  • ১৯৬১ - মহাকাশলৈ যোৱা প্ৰথম মানৱ য়ুৰি গেগেৰিন-এ পোলেণ্ডৰ পৰা ‘‘Cross of Grunewald, 1st class’’ সন্মান লাভ কৰিছিল।

জন্ম

  • ১৯২২ - মাৰ্গেৰিটা হেক, ইটালীৰ জ্যোতিপদাৰ্থবিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞান লেখিকা। (মৃঃ ২০১৩)
  • ১৯২৪ - জৰ্জ. এইচ. ডব্লিউ. বুশ্ব, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪১তম ৰাষ্ট্ৰপতি।
  • ১৯২৯ - আনে' ফ্ৰাংক, ডায়েৰী অব এ ইয়ং গাৰ্লৰ বাবে বিখ্যাত এই গৰাকী লেখিকা।
  • ১৯৩২ - পদ্মিনী, ভাৰতীয় অভিনেত্ৰী আৰু ভাৰতনাট্যম শিল্পী।
  • ১৯৫৭ - জাভেদ মিয়াঁদাদ, পাকিস্থানৰ প্ৰাক্তন ক্ৰিকেট খেলুৱৈ।
  • ১৯৬২ - জৰ্দান পিটাৰছন, কানাডাৰ ক্লিনিকেল মনোবিজ্ঞানী আৰু লেখক।

মৃত্যু

দিৱস

বাহ্যিক সংযোগ



Tags:

১২ জুন ঘটনাৱলী১২ জুন জন্ম১২ জুন মৃত্যু১২ জুন দিৱস১২ জুন বাহ্যিক সংযোগ১২ জুন

🔥 Trending searches on Wiki অসমীয়া:

শ্ৰীনিবাস ৰামানুজনবাঁহীঅসমৰ সাহিত্যিকসকলৰ তালিকালুৰিন জ্যোতি গগৈইছলামঅসমীয়া সাহিত্যকবিতাশক্তিচাইকেলভাৰতঅসমীয়া গীতি সাহিত্যকামাখ্যা মন্দিৰঅংকীয়া নাটব্ৰহ্মপুত্ৰ উপত্যকাশ্ৰী শ্ৰী বটদ্ৰৱা থানঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকামাঘ বিহুযাদৱ পায়েংদক্ষিণপাট সত্ৰভাষাসাপকাৰ্বি ভাষাআলি আঃয়ে লৃগাংশিৱসাগৰজলসিঞ্চনপৰ্যাবৃত্ত তালিকাভাৰত ত্যাগ আন্দোলনপথৰুঘাটৰ ৰণউদ্বিগ্নতালিখন পদ্ধতিশব্দ প্ৰদূষণওজাপালিযোৰহাটঅসমীয়া কবিতাগৰু বিহুঅসমৰ মাছ ধৰা সঁজুলিমাধৱ কন্দলিঁ (চন্দ্ৰবিন্দু)সদৌ অসম ছাত্ৰ সন্থাসতী সাধনীমামণি ৰয়ছম গোস্বামীমনোমতীবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণমৰাণ জনগোষ্ঠীআকবৰভাৰতৰ উপৰাষ্ট্ৰপতিগুৱাহাটী (লোকসভা সমষ্টি)আয়ুৰ্বেদশ্ৰীমদ্ভগৱতগীতামোৰ জীৱন সোঁৱৰণবিবাহআমসেউজ গৃহ প্ৰভাৱহিন্দী ভাষাজাতনামশিশু সাহিত্যহয়গ্ৰীৱ মাধৱ মন্দিৰবিপন্ন প্ৰজাতিলীলা গগৈফুলগুৰি ধেৱাযুগ্ম সংখ্যাঢোলপিঠাঅসমৰ পৰম্পৰাগত সাজ- পাৰবৈচাগুচ্যু-খ্ৰুং-ফাপাঠ্যক্ৰমশোণিতপুৰ জিলামাইলছ ব্ৰনছনজিকিৰশ্বিলংবিশ্ব মেলেৰিয়া দিৱসঅসমীয়া লোক-সংস্কৃতিভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা🡆 More