১৭ আগষ্ট: তাৰিখ

১৭ আগষ্ট (ইংৰাজী: 17 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৯তম (অধিবৰ্ষত ২৩০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩৬টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

ঘটনাৱলী

  • ১৯৪৭ - জৱাহৰলাল নেহৰুৱে অন্তৰ্ৱতী চৰকাৰ গঠন কৰে আৰু লৰ্ড মাউণ্ট বেটেনে তেখেতক স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।
  • ১৯৪৭ - ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত ব্ৰিটিছ সেনাৰ প্ৰথমটো বেটেলিয়াৰ স্বদেশ অভিমুখে যাত্ৰা আৰম্ভ কৰে।
  • ১৯৪৭ - ভাৰত বিভাজনৰ সীমাৰেখা ৰেডক্লিফ লাইন নিদ্ধাৰণ ঘোষনা কৰে।
  • ১৯৬০ - আফ্ৰিকাৰ দেশ গেবনে স্বাধীনতা লাভ কৰে।
  • ১৯৯৯ - তুৰস্কত হোৱা এক প্ৰচণ্ড ভূমিকম্পৰ ফলত চৰকাৰী তথ্যমতে ১২,০০০ লোক নিহত, ছয় লাখ লোক গৃহহীন হয়।

জন্ম

  • ১৭৬১ - উইলিয়াম কেৰী, ইংৰাজ ধৰ্মযাজক জনৰ জন্ম হৈছিল।
  • ১৯৩২ - ভি. এচ্. নাইপল, নোবেল বিজয়ী ভাৰতীয় মূলৰ সাহিত্যিক।
  • ১৯৪২ - খগেন মহন্ত, অসমৰ এগৰাকী গায়ক, সুৰকাৰ আৰু গীতিকাৰ আছিল।
  • ১৯৬০ - ড॰ ৰীতা চৌধুৰী, অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী লেখিকা আৰু ‘‘মাকাম’’ৰ স্ৰষ্টা আছিল।

মৃত্যু

  • ১৯০৯ - মদন লাল ধিঙৰা, স্বাধীনতা সংগ্ৰামী, ইংৰাজে ফাঁচি দিছিল।
  • ১৯৬৯ - অটষ্টাৰ্ন, নোবেল বঁটা বিজয়ী পদাৰ্থবিজ্ঞানী আছিল।
  • ১৯৮৮ - জিয়াউল হক, পাকিস্তানৰ ৰাষ্ট্ৰপতি, এক ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল।
  • ২০২০ - পণ্ডিত যশৰাজ, ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতশিল্পী।

দিৱস

অনান্য

বাহ্যিক সংযোগ



তথ্য়সূত্ৰ

Tags:

১৭ আগষ্ট ঘটনাৱলী১৭ আগষ্ট জন্ম১৭ আগষ্ট মৃত্যু১৭ আগষ্ট দিৱস১৭ আগষ্ট অনান্য১৭ আগষ্ট বাহ্যিক সংযোগ১৭ আগষ্ট তথ্য়সূত্ৰ১৭ আগষ্টঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

পৰিৱেশ তন্ত্ৰপ্ৰথম বিশ্বযুদ্ধভাৰতৰ ৰাষ্ট্ৰপতিভূপাল দুৰ্ঘটনাবতাহবিশ্ব খাদ্য কাৰ্যসূচীচকুভাৰতৰ ইতিহাসভাৰত-ইউৰোপীয় ভাষা পৰিয়ালনিৰুপমা বৰগোহাঞিয়লোককথাফাকুৱাকামৰূপী উপভাষাবিশ্ব সিংহময়ূৰ বৰাশৰাইঘাটৰ যুদ্ধজৈৱ বৈচিত্ৰ্যআৰুবামনোমতীপতঞ্জলিলোকসভাৰ অধ্যক্ষৰবীন্দ্ৰনাথ ঠাকুৰমাৰ্ক্সবাদমে ডাম মে ফিতিনিচুকীয়াতলাতল ঘৰউপেন্দ্ৰনাথ ব্ৰহ্মআহোম জনগোষ্ঠীমানুহবাণীকান্ত কাকতিলোক-সংগীতপলাশীৰ যুদ্ধমামণি ৰয়ছম গোস্বামীৰ উপন্যাসমাতা গুজৰিশুৱালকুছিনাৰীবাদবাঁহী (আলোচনী)চিপাহী বিদ্ৰোহ ১৮৫৭সংবিধান দিৱস (ভাৰত)আয়ুৰ্বেদকাৰেণ উলেনবেকমামণি ৰয়ছম গোস্বামীঅসমৰ চিত্ৰকলাৰ ইতিহাসঅসম বৈভৱপ্ৰাকৃতিক পৰিৱেশম’বাইল ফোনইষ্ট ইণ্ডিয়া কোম্পানীবুৰঞ্জী সাহিত্যলে'ভ লাণ্ডাউইয়াণ্ডাবু সন্ধিতিৱা জনগোষ্ঠীহেমকোষলখিমপুৰ (লোকসভা সমষ্টি)কুলিভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকানাটক২৯ মাৰ্চমণিৰাম দেৱানঅণুবীক্ষণ যন্ত্ৰভাৰতৰ সংবিধানৰাজস্থানপদ (ব্যাকৰণ)পৰিৱেশ অধ্যয়নচৰাইমাটিছুনামিইয়াত এখন অৰণ্য আছিলঅশোকৰ অনুশাসনঅসমৰ বৰষুণঅন্তৰীপ (উপন্যাস)চলচ্চিত্ৰঅসমৰ সাহিত্যিকসকলৰ তালিকামৌখিক পৰম্পৰাআহোম-মোগলৰ সংঘৰ্ষ🡆 More