১২ ফেব্ৰুৱাৰী: তাৰিখ

১২ ফেব্ৰুৱাৰী (ইংৰাজী: 12 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৩তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২২টা দিন (অধিবৰ্ষত ৩২৩ দিন) বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯

উল্লেখযোগ্য ঘটনা

  • ১৮৫৫ - মিচিগান ষ্টেট ইউনিভাৰ্ছিটি প্ৰতিষ্ঠিত হয়। বৰ্তমান সময়ত বিশ্বৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ অন্যতম এখন।
  • ১৫০২ - ভাস্কো দা গামাই পৰ্তুগালৰ লিচবনৰ পৰা ভাৰতলৈ দ্বিতীয় নৌ যাত্ৰা আৰম্ভ কৰে।
  • ১৯৬১ - শুক্ৰ গ্ৰহলৈ লক্ষ্য কৰি ছোভিয়েট ইউনিয়নে ভেনেৰা-১ উৎক্ষেপণ কৰে।
  • ১৮৭৭ - প্ৰথম টেলিফোনত সংবাদ প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল।
  • ১৯৯৩ - ভাৰতীয় ক্ৰিকেটাৰ কপিল দেৱে টেষ্ট ক্ৰিকেটত ৪০০টা উইকেট আৰু ৫০০০ ৰাণ সংগ্ৰহ কৰিছিল।

জন্ম

মৃত্যু

  • ১৮০৪ - ইমানুয়েল কাণ্ট, জাৰ্মান দাৰ্শনিক।

দিৱস

  • একতা দিৱস (ম্যানমাৰ)।
  • যুৱ দিৱস (ভেনেজুৱেলা)।
  • ডাৰউইন দিৱস (আন্তৰ্জাতিক)
  • আন্তঃৰাষ্ট্ৰীয় মহিলাৰ স্বাস্থ্য দিৱস (International Day of Women's Health)
  • ৰঙা হাত দিৱস (ৰাষ্ট্ৰসংঘ)।

তথ্য সংগ্ৰহ

Tags:

১২ ফেব্ৰুৱাৰী উল্লেখযোগ্য ঘটনা১২ ফেব্ৰুৱাৰী জন্ম১২ ফেব্ৰুৱাৰী মৃত্যু১২ ফেব্ৰুৱাৰী দিৱস১২ ফেব্ৰুৱাৰী তথ্য সংগ্ৰহ১২ ফেব্ৰুৱাৰীঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিনবছৰ

🔥 Trending searches on Wiki অসমীয়া:

নগাঁও জিলাতথ্য জনাৰ অধিকাৰ আইন, ২০০৫ভাৰতীয় সাহিত্যসঁফুৰা (শিশু আলোচনী)নামঘোষাগোৱালপৰীয়া লোকগীতঅগ্নিগড়সাঁথৰমাঘ বিহুঅসমীয়া গালি-গালাজঅসমীয়া ভাষাচিপাহী বিদ্ৰোহ ১৮৫৭শূন্যমুখমৈথুনমানস ৰাষ্ট্ৰীয় উদ্যানঅসমীয়া ভাষাৰ শব্দসম্ভাৰকোচ ৰাজবংশআৱাহন (আলোচনী)ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যভাৰতৰ সংৰক্ষণ ব্যৱস্থাবেটুপাতঈয়াৰুইঙ্গমঅপৰিমেয় সংখ্যাআহোম ৰাজ্যগগনাবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনআউনীআটী সত্ৰকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানআন্তৰ্জাতিক শ্ৰমিক দিৱসআলেকজেণ্ডাৰ গ্ৰাহাম বে'লঘিলাধাৰী ঘাটৰ সন্ধিঅসমঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকামণিৰাম দেৱানতুলসীউৎপাদন (অৰ্থনীতি)গণৰাজ্য দিৱস (ভাৰত)সংস্কৃত ভাষাআওৰাঅসমীয়া প্ৰতিদিনলোকসভাছক্ৰেটিছকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলঅসমীয়া বৰ্ণমালাহনুমানঘৰচিৰিকাইছলামডিব্ৰুগড় জিলাআগ্নেয়গিৰিসম্ৰাট অশোকধুবুৰী (লোকসভা সমষ্টি)ভাৰতৰ নিৰ্বাচন আয়োগগৰু বিহুশৰাইঘাটৰ যুদ্ধশিৱসাগৰপ্ৰাকৃতিক সম্পদশিশু সাহিত্যপাৰ চৰাইবাৰেচহৰীয়া ভাওনা মহোৎসৱজীৱজীৱনীঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাগোলকীয় উষ্ণতা বৃদ্ধিসম্পাদনাখ্ৰীষ্টান ধৰ্মৱিকিপিডিয়ায়বিহুৰ বাদ্যযন্ত্ৰজৈৱ বৈচিত্ৰ্যবিশ্ব পৰিৱেশ দিৱস🡆 More