আব্ৰাহাম লিংকন

আব্ৰাহাম লিঙ্কন (ইংৰাজী: Abraham Lincoln) হৈছে এগৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতি।

আব্ৰাহাম লিঙ্কন
আব্ৰাহাম লিংকন
জন্ম ১৮০৯ চনৰ ১২ ফেব্ৰুৱাৰী
কেনটাকী অঞ্চল,আমেৰিকা
মৃত্যু ১৮৬৫,১৫ এপ্ৰিল
ভাষা ইংৰাজী
ৰাষ্ট্ৰীয়তা আমেৰিকান
নাগৰিকত্ব আমেৰিকান
শিক্ষা স্ব-শিক্ষিত
সহযোগী মেৰী টোড
সন্তান ৩ জন(ল'ৰা)

জন্ম আৰু বংশ পৰিচয়

আব্ৰাহাম লিঙ্কনৰ জন্ম হৈছিল ১৮০৯ চনৰ ১২ ফেব্ৰুৱাৰীৰ দিনা আমেৰিকাৰ কেনটকী অঞ্চলৰ হুযেন্সভিল নামৰ ঠাইৰ সৰু কাঠৰ ঘৰ এটাত। আব্ৰাহাম লিঙ্কনৰ দেউতাকৰ নাম আছিল টমাছ লিঙ্কন আৰু মাকৰ নাম আছিল নেঞ্চি হেংকছ।

শিক্ষা

লিংকন মুখ্যতঃ স্ব-শিক্ষিত আছিল। তেওঁৰ আনুষ্ঠানিক স্কুলীয়া শিক্ষা ইণ্টাৰেণ্ট শিক্ষকসকলৰ পৰা হৈছিল। ইয়াত কেণ্টুকীত দুটা চমু কাৰ্যকাল অন্তৰ্ভুক্ত আছিল, য'ত তেওঁ পঢ়িবলৈ শিকিছিল কিন্তু সম্ভৱতঃ লিখিব নোৱাৰিছিল, সাত বছৰ বয়সত, আৰু ইণ্ডিয়ানাত, য'ত তেওঁ খেতিৰ কামৰ বাবে বিক্ষিপ্তভাৱে বিদ্যালয়লৈ গৈছিল, 15 বছৰ বয়সলৈ মুঠ 12 মাহতকৈ কম সময়ৰ বাবে। তেওঁ এজন উৎসাহী পাঠক হিচাপে অটল আছিল আৰু শিকাৰ প্ৰতি আজীৱন আগ্ৰহ বজাই ৰাখিছিল। পৰিয়াল, চুবুৰীয়া আৰু স্কুলীয়া সহপাঠীসকলে মনত পেলাইছিল যে তেওঁৰ পঢ়াৰ ভিতৰত আছিল ৰজা জেমছ বাইবেল, এচপৰ ফেবলচ,জন বুনিয়ানৰ দ্য পিলগ্ৰিমছ প্ৰগ্ৰেছ, ডেনিয়েল ডেফ'ৰ ৰবিনছন ক্ৰুচো আৰু বেঞ্জামিন ফ্ৰেংকলিনৰ আত্মজীৱনী।

চাকৰি জীৱন

তেওঁ ডাকঘৰৰ পোচমাষ্টৰৰ চাকৰি কৰিছিল। তাৰ পাছত তেওঁ সহকাৰী জৰীপ কৰ্মচাৰীৰ চাকৰি কৰিছিল নিও চালেমত। তেওঁ সফল আইনৈগ্য হিচাপে পৰিগণিত হৈছিল। তাৰ পাছতে তেওঁ ৰাজনৈতিক পেক্ষাপতত ভৰি দি সফল ৰাজনৈতিক নেতা হিচাপে পৰিগণিত হৈছিল। আৰু ১৮৬০ চনত ৫১ বছৰ বয়সত তেওঁ প্ৰথম বাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদত নিযুক্তি লাভ কৰিছিল। আকৌ ১৮৬৫ চনৰ ৪ মাৰ্চত দ্বিতীয় বাৰৰ বাবে ৰাষ্ট্ৰপতি পদত নিযুক্তি লাভ কৰিছিল।

মৃত্যু

১৮৬৫ চনৰ ১৫ এপ্ৰিলৰ দিনা ৰাতিপুৱা প্ৰায় ৭:৩০ বজাত লয় লিঙ্কন ৰ মৃত্যু হয়।

তথ্যসূত্ৰ

Tags:

আব্ৰাহাম লিংকন জন্ম আৰু বংশ পৰিচয়আব্ৰাহাম লিংকন শিক্ষাআব্ৰাহাম লিংকন চাকৰি জীৱনআব্ৰাহাম লিংকন মৃত্যুআব্ৰাহাম লিংকন তথ্যসূত্ৰআব্ৰাহাম লিংকনইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

আহোম ভাষাহিমবাহৰাজহুৱা ক্ষেত্ৰমিচিং জনগোষ্ঠীৰ সাজপাৰভাৰতীয় সাহিত্যমানৱ উন্নয়ন সূচক অনুযায়ী দেশৰ তালিকাআকবৰমৌলিক সংখ্যাৰাজনীতিহাজং জনগোষ্ঠীহাবুংআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰনাৰী সবলীকৰণঅণুবীক্ষণ যন্ত্ৰবিষুৱ ৰেখামালিনী থানযোৰহাটগ্ৰহমণিৰাম দেৱানঅসমত দেখা পোৱা মাছৰ তালিকাবুৰঞ্জীঅৰূপা পটংগীয়া কলিতাচাট (বাঁ‌হৰ সঁ‌জুলি)মঙ্গলদৈ (লোকসভা সমষ্টি)অসমৰ ইতিহাসসাঁচিপাতসপ্তকাণ্ড ৰামায়ণভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাঅব্যয় পদঅৰুণোদইনামঘৰনিমাতী কইনাবিহুৰ সাজ-পোচাক আৰু অলংকাৰচিংফৌ জনগোষ্ঠীঅসমৰ পৰম্পৰাগত সাজ-পাৰঅসমীয়া যুক্তাক্ষৰজেতুকাশ্ৰীমদ্ভগৱতগীতামহাভাৰতডাকৰ বচনভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনমোৱামৰীয়া বিদ্ৰোহঅংকসমাজবাদশ্ৰীকৃষ্ণকীৰ্তনডিম্পু বৰুৱাপুথিভঁৰালআমেৰিকা যুক্তৰাষ্ট্ৰঅসমৰ সত্ৰসমূহৰ তালিকাবিশ্বনাথ ঘাটপদুমমেজিছনেটমৃত্যুঞ্জয়সূৰ্যকুমাৰ ভূঞাকৃত্ৰিম বুদ্ধিমত্তাঅসমীয়া ব্যাকৰণজাতীয়তাবাদগুগলএহাত ডাবাগান্ধীবাদমোৰো এটা সপোন আছেবৌদ্ধ ধৰ্মৰামধেনু (আলোচনী)ভাৰতৰ জাতীয় পতাকাচিলাৰায়ভাৰতৰ শাস্ত্ৰীয় নৃত্যসংখ্যাতগৰযৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগীভাষাবিজ্ঞান🡆 More