১৩ ফেব্ৰুৱাৰী: তাৰিখ

১৩ ফেব্ৰুৱাৰী (ইংৰাজী: 13 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৪তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২১টা দিন (অধিবৰ্ষত ৩২২ দিন) বাকী থাকে।

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯

উল্লেখযোগ্য ঘটনা

  • ১৬৩৩ - নাস্তিকতাৰ আৰোপ সংক্ৰান্ত গোচৰৰ শুনানিৰ বাবে গেলিলিঅ’ গেলিলি ৰোমত উপস্থিত হয়। উল্লেখযোগ্য যে তেওঁ প্ৰথম পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰে বুলি মত প্ৰকাশ কৰাই আছিল তেওঁৰ অন্যতম অপৰাধ।
  • ১৯৩১ - ব্ৰিটিছসকলে কলকাতাৰ পৰিবৰ্তে নতুন দিল্লীক ৰাজধানী হিচাবে উদ্বোধন কৰে। উল্লেখযোগ্য যে ১৯১১ চনৰ ১২ ডিচেম্বৰত সম্ৰাট পঞ্চম জৰ্জে দিল্লীৰ বিখ্যাত ‘দিল্লী দৰবাৰত’ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছিল।
  • ১৯৪৬ - ৰাষ্ট্ৰসংঘই ৰেডিঅ' সম্প্ৰচাৰ আৰম্ভ কৰিছিল। ২০১২ চনত প্ৰথম ৰেডিঅ দিৱস পালন কৰা হয়। এই বছৰ ২০১৮ ৰ মূল বিষয়বস্তু হৈছে "ৰেডিঅ' আৰু খেল"
  • ১৯৫৯ - পৃথিৱীজুৰি অতি জনপ্ৰিয় বাৰ্বী পুতলা বজাৰলৈ আহে আৰু বিক্ৰী আৰম্ভ কৰা হয়।
  • ২০০১ - মহাকাশৰ "ইৰোশ" নামৰ ক্ষুদ্ৰ গ্ৰহত প্ৰথম মানৱ যান উপস্থিত।
  • ২০০৩ - যশ চোপ্ৰালৈ আজিৰ দিনটোতে দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।

জন্ম

মৃত্যু

দিৱস

  • শিশু দিৱস (ম্যানমাৰ)।
  • বিশ্ব ৰেডিঅ' দিৱস। ২০১২ চনত প্ৰথম ৰেডিঅ' দিৱস পালন কৰা হয়।

তথ্য সংগ্ৰহ

Tags:

১৩ ফেব্ৰুৱাৰী উল্লেখযোগ্য ঘটনা১৩ ফেব্ৰুৱাৰী জন্ম১৩ ফেব্ৰুৱাৰী মৃত্যু১৩ ফেব্ৰুৱাৰী দিৱস১৩ ফেব্ৰুৱাৰী তথ্য সংগ্ৰহ১৩ ফেব্ৰুৱাৰীঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিনবছৰ

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাঅসমত দেখা পোৱা মাছৰ তালিকাজন গণ মনমহাসাগৰবাণীকান্ত কাকতিবিশ্ব বেংককনকলতা বৰুৱাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহবনঘোষালাচিত বৰফুকনঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাজীৱখাদ্য সুৰক্ষাযোগ দৰ্শনযতীন্দ্ৰ নাথ দুৱৰাভাৰতীয় জাতীয় কংগ্ৰেছগদ্যথাই ভাষাগণিতমামণি ৰয়ছম গোস্বামীৰ উপন্যাসভাৰতীয় মহাকাশ গৱেষণা সংস্থালক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানহালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)ব'হাগ বিহুঅংকীয়া নাটডিমাছা জনগোষ্ঠীঅসম আৰক্ষীবেলিমাৰ (নাটক)পাণিনিমৈদামমণিৰাম দেৱান (চলচ্চিত্ৰ)ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনসম্পাদনাসাধুকথামৰাণ জনগোষ্ঠীঅসম আন্দোলনসংঘাতঘৰচিৰিকাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাপায়ু সংগমশোণিতপুৰ জিলাডি এন এআহোম ৰাজবংশবিহুগীতকলিতা জনগোষ্ঠীনীলকণ্ঠী ব্ৰজভাৰতীয় সাহিত্যজ'মাট'লিংগ বৈষম্য আৰু ভাৰতীয় নাৰীবাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণএ পি জে আব্দুল কালামসদৌ অসম ছাত্ৰ সন্থাচুতীয়া ৰাজ্যডিব্ৰুগড় জিলাকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলসংযুক্ত মুক্তি বাহিনী, অসমআফগানিস্তানমোহনদাস কৰমচান্দ গান্ধীতগৰদামোদৰ দেৱবাংলাদেশসেউজ গৃহ প্ৰভাৱলীলা গগৈমানুহ২৪ এপ্ৰিলজোনাকী (আলোচনী)চৰ্যাপদঢোলভট্টদেৱৰ গদ্যশৈলীসম্ৰাট অশোকঅনিৰুদ্ধদেৱবিশ্বনাথ চাৰিআলি🡆 More